Breaking

DB NEWS ৰ সাংবাদিক আব্দুল লটিফৰ অকাল মৃত্যু

0 1,084

বঙাইগাঁওৰ সৃজনগ্ৰামত চাঞ্চল্যকৰ ঘটনা

আই নৈৰ বক্ষৰ পৰা উদ্ধাৰ সাংবাদিকৰ বাহন

বাহনৰ ভিতৰত DB NEWS সাংবাদিক আব্দুল লটিফৰ সহ আন এজন যুৱকৰ মৃতদেহ উদ্ধাৰ

নিশা সৃজনগ্ৰামত অনুষ্ঠিত হৈছিল এটা চেনেলাইট চেনেলৰ ব’হাগৰ অনুষ্ঠান

আই নৈৰ নিৰ্মীয়মাণ দলংৰ পৰা আই নৈত বাহন নমাই দিয়াৰ সন্দেহ

সাংবাদিক আব্দুল লটিফ সহ আন এজন যুৱকৰ মৃতদেহ উদ্ধাৰ

যুৱকজন খামাৰপাৰাৰ দিপাংকৰ ৰয় বুলি চিনাক্ত

কি পৰিস্থিতি কেনেকৈ ঘটনাটো সংঘটিত হ’ল এতিয়ালৈ জানিব পৰা হোৱা নাই

বাহন এতিয়াও নদীৰ বক্ষত

বাহনৰ ভিতৰত আৰু কোনোবা আছে নেকি সেয়া লৈ ৰাইজৰ অভিযান

হত্যা নে আত্মহত্যা সেয়াও ৰহস্যজনক

Leave A Reply