Breaking

Browsing Category

জীৱনশৈলী

প্ৰেম জোনাক ৰাতিৰ স্নিগ্ধ জোনাকী ! আজি প্ৰেম উদযাপন কৰাৰ দিন…

প্ৰেম স্বৰ্গীয় … প্ৰেমে মানুহক জীয়াই থকাৰ প্ৰৰণা দিয়ে। বিশ্বাসেই হ’ল প্ৰেমৰ মূল বিন্দু।প্ৰেম জীৱনৰ শ্ৰেষ্ঠ অনুভৱ। কিন্তু প্ৰেম মানেই বিবাহ নহয়।প্ৰেম মানেই দৈহিক মিলন নহয়।প্ৰেম হৃদয়ৰ গোপন কথাৰ পৰা নিৰ্গত হোৱা সুমধুৰ সংগীত। পৃথিৱীৰ
Read More...

অসুস্থ কুকুৰৰ আৰোগ্য কামনা কৰি মন্দিৰত কুকুৰৰ ওজনৰ সমান গুড় আগবঢ়ালে গৃহস্থই…

পশুপ্ৰেমঃ অসুস্থ কুকুৰৰ আৰোগ্য কামনা কৰি মন্দিৰত কুকুৰৰ ওজনৰ সমান গুড় আগবঢ়ালে গৃহস্থই পশুপ্ৰেমৰ এক জীৱন্ত উদাহৰণ পোৱা গৈছে তেলেংগানাত। পশু প্ৰেম নাথাকিলে হয়তো কোনেও কুকুৰৰ বাবে মন্দিৰত পূজা-অৰ্চনা নকৰে। তেলেংগানাৰ মুলুগু জিলাৰ এটা
Read More...

সততা এতিয়াও জীয়াই আছে ! অটো চালকে মহিলাক ওভতাই দিলে এৰি থৈ যোৱা সোণ ভৰ্তি বেগ…

সততা এতিয়াও আছে, অটো চালকে মহিলাক ওভতাই দিলে এৰি থৈ যোৱা সোণ ভৰ্তি বেগ ওড়িশাৰ এজন অটো চালকৰ সততাৰ কথাই এতিয়া সংবাদ শিৰোনাম দখল কৰিছে। মানৱতা আৰু সততাৰ এতিয়াও মৃত্যু ঘটা নাই । সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে এজন অটো চালকে। মহিলাগৰাকীয়ে
Read More...

ফেব্ৰুৱাৰীত বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাৰ এংগেজমেণ্ট!

জনপ্ৰিয় অভিনেতা বিজয় দেৱেৰাকোণ্ডা আৰু অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নাক 'গীতা গোবিন্দম' আৰু 'ডিয়াৰ কমৰেড'কে ধৰি কেইবাখনো ছবিত একেলগে দেখা গৈছিল। ছবিবোৰত লাখ লাখ লোকৰ হৃদয় জয় কৰিছিল যুটিটোৱে। তেতিয়াৰ পৰাই তেওঁলোকৰ বিশাল অনুৰাগীয়ে অধীৰে
Read More...

ড্ৰাগছ কেলেংকাৰীৰ ভয়াবহতা এতিয়া অতীত, নৱবৰ্ষৰ দিনা কাৰ সৈতে কি খালে শ্বাহৰুখৰ পুত্ৰ আৰিয়ানে?

বলীউডৰ সকলোৱে নিজৰ নিজৰ ধৰণেৰে নৱবৰ্ষ উদযাপন কৰাত ব্যস্ত থকা দেখা গ'ল। কোনোবাই যদি গোটেই ৰাতি পাৰ্টি কৰিলে, কোনোবাই চহৰৰ পৰা আঁতৰত সময় পাৰ কৰে। ২০২৩ চনৰ শেষ সন্ধিয়া শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক বন্ধু-বান্ধৱীৰ সৈতে এখন বিখ্যাত হোটেলত
Read More...

শীতকালত মাজনিশা চাহ খাব লাগে নে নালাগে? এনে সময়ত চাহ খালে হ’ব পাৰে নেকি ভয়ংকৰ সমস্যা ?

শীতকালত চাহ খোৱাৰ হেঁপাহ বাঢ়ে। দিনটো চাহেৰে আৰম্ভ কৰাৰ লগতে বিচনাত উঠাৰ পূৰ্বেও চাহ একাপ খাবলৈ মন যায়। এনে পৰিস্থিতিত প্ৰশ্ন হয় ৰাতি চাহ খোৱাটো উচিত নে? শীতকালৰ মাজনিশা চাহ
Read More...

‘জনা নাছিলো যে জীৱনটো ইমান সলনি হ’ব’- জন্মদিনত পত্নী লিন লায়শ্ৰমৰ বাবে আন্তৰিকতাৰে টোকা…

অভিনেতা ৰনদীপ হুডা আৰু লিন লাইশ্ৰমে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত যোৱা মাহত পৰম্পৰাগত মেইটেই অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়। ১৯ ডিচেম্বৰত লিনে জন্মদিন উদযাপন কৰে। ৰনদীপে নিজৰ ইনষ্টাগ্ৰাম
Read More...

‘এনিমেল’ৰ পৰা অনুৰাগীৰ সংখ্যা যিধৰণে বাঢ়িছে, সেয়া বিৰলঃ তৃপ্তি ডিমৰি

‘এনিমেল’ হিট হোৱাৰ পিছৰে পৰা নিশাৰ ভিতৰতে তৃপ্তি ডিমৰি লাইমলাইটলৈ আহিছে। যদিও তেওঁ পৰ্দাত বেছি সময় নাপালে, তথাপিও তেওঁ বিশেষ চৰিত্ৰত ছাপ এৰি থৈ গ’ল। ইয়াৰ পূৰ্বে তৃপ্তিয়ে ‘লয়লা মাজনু’, ‘বুলবুল’, ‘কালা’ আদি ছবিত কাম কৰিছিল। দৰ্শকৰ চিনাকি
Read More...

চিনেমা নহয় বাস্তৱ ঘটনাঃ হত্যাৰ অভিযোগত কাৰাগাৰত থকা অমিত চৌধুৰীয়ে আইন পঢ়ি নিজকে কৰিলে অভিযোগমুক্ত!

কোনো চিনেমাৰ ঘটনা নহয়, বাস্তৱৰ ঘটনা এয়া। এজন যুৱকক তেওঁৰ ১৮ বছৰ বয়সতে কনিষ্টবল হত্যা আৰু অস্ত্ৰ লুটৰ অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু যুৱক অমিত চৌধুৰীয়ে কাকো হত্যা নকৰাকৈয়ে এনেদৰে কাৰাবন্দী হোৱাৰ কথাটো মানি ল’ব পৰা নাছিল।
Read More...

হাতত বুম লৈ সাংবাদিকৰ ভূমিকাত ৱাৰ্নাৰৰ দুই কন্যা…

পুনৰ এবাৰ শিৰোনামলৈ আহিল ডেভিদ ৱাৰ্নাৰৰ নাম। কিন্তু এইবাৰ বাইশ গজত নিজৰ প্ৰদৰ্শনৰ বাবে নহয়। বৰঞ্চ তেওঁৰ দুগৰাকী ছোৱালীৰ বাবে। কাৰণ তেওঁৰ দুগৰাকী কন্যাই সাংবাদিকৰ ভূমিকা পালন কৰিছে। ৰবি শাস্ত্ৰীকো প্ৰশ্ন কৰা দেখা গৈছে।
Read More...