Breaking

Browsing Category

দুৰ্ঘটনা

মালয়ছিয়াত দুৰ্ঘটনাত পতিত দুখন হেলিকপ্টাৰত ১০জন জোৱানৰ মৃত্যু…

মালয়ছিয়াত দুৰ্ঘটনাত পতিত দুখন হেলিকপ্টাৰ। আকাশতে নৌসেনাৰ দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ।
Read More...

উত্তৰাখণ্ডত খাৱৈত বাগৰিল বিবাহ যাত্ৰী কঢ়িওৱা গাড়ী ! ৪ জন নিহত…

উত্তৰাখণ্ডত খাৱৈত বাগৰিল বিবাহযাত্ৰী কঢ়িওৱা গাড়ী , ৪ জন নিহত উত্তৰাখণ্ডত বিয়াৰ পৰা আঠজন লোকে এখন গাড়ীৰে ঘৰলৈ বুলি ৰাওনা হৈছিল। কিন্তু তেওঁলোকৰ মাজৰে চাৰিগৰাকীয়ে ঘৰ গৈ নাপালে।উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত এক দুৰ্ঘটনাত চাৰিজন লোক নিহত
Read More...

শিলচৰত ৰৈ থকা গেছ পৰিবাহী এখন টেংকাৰত অগ্নিকাণ্ড…

শিলচৰত ৰৈ থকা গেছ পৰিবাহী এখন টেংকাৰত অগ্নিকাণ্ড। টেংকাৰখনৰ পৰা জুই আৰু ধোৱা ওলোৱা মাত্ৰকে পেট্ৰ'ল পাম্পত থকা লোক সকলৰ মাজত হুলস্থুলৰ সৃষ্টি হয়।
Read More...

ৰাজস্থানৰ ছিকাৰ জিলাত এক মৰ্মান্তিক কাণ্ড ! ট্ৰাকত খুন্দা মাৰি ভস্মীভূত বাহন, দুই শিশুসহ একেটা…

ৰাজস্থানৰ ছিকাৰ জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক কাণ্ড। এখন ট্ৰাকত খুন্দা মৰাৰ ফলত ৰাজপথতে দাওদাওকৈ জ্বলি উঠিল এখন ব্যক্তিগত বাহন। জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছে একেটা পৰিয়ালৰ দুই শিশু আৰু তিনিগৰাকী মহিলাসহ ৭ জন লোকে।
Read More...

উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰত অট্টালিকা ভাঙি ২জন শ্ৰমিকৰ মৃত্যু, আহত ১৭জন…

উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰত অঘটন। অট্টালিকা ভাঙি ২জন শ্ৰমিকৰ মৃত্যু, আহত ১৭জন। মুজাফৰ নগৰৰ এখন বজাৰত সংঘটিত হৈছে এই ঘটনা। মুজাফৰ নগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিষেক সিঙে কয়, "সন্ধিয়া ৫:৩০ বজাত এই কমপ্লেক্সটো পৰি যোৱাৰ খবৰ পোৱা গৈছিল 'এইটো
Read More...

বিহুৰ উছাহৰ মাজতে গোৱাৰ আগাচিয়ামত এটা পথ দুৰ্ঘটনাত মৃত্যু দুই ভাই-ককাইৰ…

বিহুৰ উছাহৰ মাজতে তিতাবৰৰ এটা পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা। পুত্ৰ, ভতিজাৰ মৃত্যুৰ দুখ সহিব নোৱাৰি পিতৃয়ে বাছি ল'লে চৰম পন্থা ।
Read More...