Breaking

Browsing Category

প্ৰতিৰক্ষা

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ ১৪ গৰাকীলৈ উৎকৃষ্ট সেৱা পদক ঘোষণা…

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি পদক ঘোষণাঅসমৰ এগৰাকী আৰক্ষীক বিশিষ্ট সেৱা পদকভিজিলেন্স এণ্ড এণ্টিকৰাপশ্যনৰ ADGP সুৰেন্দ্ৰ কুমাৰলৈ বিশিষ্ট সেৱা পদক
Read More...

ডাঠ কুঁৱলীৰ বাবে হ’ব পৰা দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ প্ৰশাসন ! হোজাই জিলা প্ৰশাসনে নিশাৰ ভাগত জাৰি কৰিছে…

ডাঠ কুঁৱলীৰ বাবে হ’ব পৰা দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ প্ৰশাসন। হোজাই জিলা প্ৰশাসনে নিশাৰ ভাগত জাৰি কৰিছে ১৪৪ ধাৰা। সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ ১৪৪ ধাৰা প্ৰযোজ্য হ’ব।
Read More...

লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে মণিপুৰলৈ বদলি…

লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে মণিপুৰলৈ বদলি কৰা হৈছে। মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা
Read More...

মণিপুৰ আৰক্ষীয়ে এগৰাকী অপহৃত লোকক সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম…

মণিপুৰত আৰক্ষীৰ সফলতা। এগৰাকী অপহৃত লোকক সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি গ্ৰেপ্তাৰ কৰিছে ৮ জনকৈ অপহৰণকাৰীক।
Read More...

চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন সঞ্চালক প্ৰধান ড০ সৃজয় লাল থাউচেনৰ

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ সঞ্চালক প্ৰধান ডঃ সৃজয় লাল থাউচেনে ২৫ নবেম্বৰত বাহিনীটোৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদ পৰিদৰ্শন কৰে।
Read More...

ভাৰতীয় সেনাৰ অগ্নিবীৰত নিযুক্তি পালে অসমৰ ১৭৫ জন এন চি চি কেডেটে ; নাৰেংগী সেনা ছাউনীত আটাইকে…

ভাৰত চৰকাৰে দুবছৰ পূৰ্বে দেশৰ সশস্ত্ৰ বাহিনীৰ তিনিটা শাখা ক্ৰমে - স্থল সেনা , নৌ সেনা আৰু বায়ু সেনাত জোৱান পদত নিযুক্তিৰ বাবে চাৰি বছৰীয়া অগ্নিবীৰ নামৰ নতুন পদ্ধতি প্ৰৱৰ্তন কৰাৰ পিছত দেশজুৰি বিজেপি বিৰোধী ৰাজনৈতিক - অৰাজনৈতিক দল - সংগঠন
Read More...

শক্তিশালী ৰূপত আছে দেশৰ বায়ুসেনা; আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষাত অতন্দ্ৰ প্ৰহৰী ৰূপত যোৰহাট বায়ু সেনা…

দেশৰ সুৰক্ষা তথা শত্ৰুপক্ষক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতীয় বায়ু সেনাই অতীজৰ পৰাই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশ্বৰ বিভিন্ন শক্তিশালী শত্ৰুক সহজতে পৰাভূত কৰিব পৰাকৈ অত্যাধুনিক যুঁজাৰু বিমানৰ লগতে শক্তিশালী অস্ত্ৰ শস্ত্ৰেৰে সু সজ্জিত হৈ
Read More...

মণিপুৰৰ কুকি জনজাতিক সেনাৰ দ্বাৰা সুৰক্ষা প্ৰদানৰ আবেদনৰ শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সেনাবাহিনীয়ে কুকী জনজাতিটোক সুৰক্ষা প্ৰদানৰ বাবে মণিপুৰৰ জনজাতীয় মঞ্চই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণৰ বাবে অস্বীকাৰ কৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে।
Read More...

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৰামভোলাপাৰাত আৰক্ষীৰ ড্ৰাগছ দাহ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা ড্ৰাগছ সোমবাৰে মানকাচৰৰ ৰামভোলাপাৰাত দাহ কৰে জিলা আৰক্ষীয়ে। আৰক্ষীয়ে জব্দ কৰা বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্য,
Read More...