Breaking

Browsing Category

সাহিত্য সংস্কৃতি

বিশিষ্ট সাহিত্যক কনকসেন ডেকাই উন্মোচন কৰিলে দৰ্শনা বৰুৱাৰ গ্ৰন্থ ‘ভাবনাৰ কচৰৎ’

সাংবাদিক দৰ্শনা বৰুৱাৰ 'ভাবনাৰ কচৰৎ' শীৰ্ষক গ্ৰন্থখন বুধবাৰে গুৱাহাটীৰ দিছপুৰস্থিত এটি সভাগৃহতবিশিষ্ট সাহিত্যিক,শিক্ষাবিদ, জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাই উন্মোচন কৰি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে৷এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ,
Read More...

সৰভোগৰ ভেৰাগ্ৰামত অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ তিৰোভাৱ তিথি উদ্‌যাপন

ভট্টদেৱ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত বুধবাৰে অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ তিৰোভাৱ তিথি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসিক বৰনগৰৰ ভেৰাগ্ৰামত উদযাপন কৰা হয়৷
Read More...

২০২৩ বৰ্ষৰ ক্ৰান্তিকাল সন্মান বিশিষ্ট সমালোচক আৰু প্ৰাৱন্ধিক ধনী বৰালৈ

নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে ২০২৩ বৰ্ষৰ ক্ৰান্তিকাল সন্মান আগবঢ়াইছে বিশিষ্ট সমালোচক আৰু প্ৰাৱন্ধিক ধনী বৰালৈ। ১৯৫৫ চনত গোলাঘাটত জন্ম গ্ৰহণ কৰা ধনী বৰাই ১৯৭৭ চনত সাপ্তাহিক নীলাচল কাকতত যোগ দিয়ে আৰু
Read More...

ড° কৰবী ডেকা হাজৰিকালৈ ২০২৪ বৰ্ষৰ ‘ৰংবং তেৰাং সমন্বয় বঁটা’

ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষৰ 'ৰংবং তেৰাং সমন্বয় বঁটা'। বিশিষ্ট সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° কৰবী ডেকা হাজৰিকালৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা। ১৩
Read More...

ড০ উত্তম দাস লৈ ‘চিলাপথাৰ ৰত্ন বঁটা’…

ড০ উত্তম দাস লৈ 'চিলাপথাৰ ৰত্ন বঁটা' সাৰথি চতুৰ্থ বাৰ্ষিক অধিবেশনৰ প্ৰস্তূতি ধেমাজি জিলাৰ বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ অগ্ৰনী স্বেচ্ছাসেৱক অনুষ্ঠান 'সাৰথি' স্বেচ্ছাসেৱী সংস্থাৰ চতুৰ্থ বাৰ্ষিক সাধাৰণ অধিবেশনখনি দিনজোৰা
Read More...

তেজপুৰৰ কবি – লেখিকা নাজু হাতীকাকতি বৰুৱালৈ “সাহিত্য শিৰোমণি” সন্মান

দীৰ্ঘদিন ধৰি নিৰৱে সাহিত্য চৰ্চা অব্যাহত ৰখা তেজপুৰৰ কবি, লেখিকা নাজু হাতীকাকতি বৰুৱাক "জচালা ফাউণ্ডেশ্যন" তথা "সুপ্ৰভাত মঞ্চ" নতুন দিল্লীয়ে প্ৰদান কৰিছে "সাহিত্য শিৰোমণি" সন্মান। উল্লেখ্য যে কালি দিনদয়াল উপাধ্যায় মাৰ্গ নিকতৱৰ্তী আই
Read More...

বুৰাবুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠান…

মায়ঙৰ উচ্চশিক্ষাৰ অনুষ্ঠান বুৰাবুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ বুৰাবুৰীত ১৯৭৩ চনতে স্থাপন হোৱা বিদ্যালয়খনে এইবেলি উদযাপন কৰিছে সোণালী বৰ্ষ ৷ বিদ্যালয়খনৰ সোণালী বৰ্ষ সামৰণি সমাৰোহ উপলক্ষে সোমবাৰে উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা ৷
Read More...

আছুৰ ‘প্ৰতিমা বৰুৱা পাণ্ডে’ স্মাৰক বঁটা ৰহেন্দ্ৰ নাথ ব্ৰহ্মলৈ প্ৰদান…

আছুৰ 'প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা-২০২৩' ঘোষণা। ব্ৰহ্ম লোক সংস্কৃতিৰ সাধক ৰহেন্দ্ৰ নাথ ব্ৰহ্মলৈ এই
Read More...

উদীয়মান লেখিকা ময়ূৰী বৰাৰ নৱতম গ্ৰন্থ “অভিপ্সিত” উন্মোচন…

উদীয়মান লেখিকা ময়ূৰী বৰাৰ নৱতম গ্ৰন্থ "অভিপ্সিত" উন্মোচন। দেৰগাঁও সাহিত্য সভাৰ চন্দ্ৰনাথ খাউণ্ড ভৱনত উদীয়মান লেখিকা ময়ূৰী বৰাৰ নৱতম গ্ৰন্থ "অভিপ্সিত" নামৰ এখন কবিতা পুথি উন্মোচন কৰা হয়।
Read More...

বিলাসীপাৰাত সামৰণি পৰিল সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা…

আজি বিলাসীপাৰাৰ পদ্মশ্ৰী প্ৰতিমা পাণ্ডে সোৱঁৰণী প্ৰেক্ষাগৃহত নৃত্য আৰু গীতৰ  মহাসংগ্ৰাম প্ৰতিযোগিতাত  মুখ্য অতিথি হিচাবে  অসম মাৰ্কেটিং বোৰ্ডৰ চেয়াৰমেন  অশোক কুমাৰ সিংহী উপস্থিত থাকি বিজয়ী প্ৰতিযোগী সকলৰ হাতত মানপত্ৰ আৰু বঁটা প্ৰদান কৰে।
Read More...