দৈনন্দিন বাৰ্তা

29721 POSTS

Exclusive articles:

pijush hazarika comments on asom sammilita morcha: জ্যোতিষীয়ে আগৰ নামটো বেয়া বুলি কৈছে চাগে, সেয়ে বিৰোধী শব্দটো উঠাই দিছে: অসম সন্মিলিত মৰ্চাক লৈ মন্তব্য...

জ্যোতিষীয়ে আগৰ নামটো বেয়া বুলি কৈছে চাগে, সেয়ে বিৰোধী শব্দটো উঠাই দিছে, অসম সন্মিলিত মৰ্চাক লৈ মন্তব্য পীযূষ হাজৰিকাৰ। জাগীৰোড আৰু লাহৰীঘাট জিলাত সম আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰি এই মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে।(pijush hazarika comments on asom sammilita morcha)

Amit Shah:নক্সাল অধ্যুষিত ৮খন ৰাজ্যৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰিব অমিত শ্বাহে

(Amit Shah)কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে নক্সাল প্ৰভাৱিত ৰাজ্যসমূহৰ নিৰাপত্তা পৰিস্থিতি পুনৰীক্ষণ কৰিবলৈ সাজু হৈছে আৰু এই সময়তে তেওঁ নক্সাল আক্ৰান্ত আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পাতিব।এক আনুষ্ঠানিক বিবৃতি অনুসৰি এই বৈঠকত অন্ধ্ৰ প্ৰদেশ, বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড, তেলেংগানা, ওড়িশা, মহাৰাষ্ট্ৰ, আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হ’ব এই বৈঠক।

Lakhimpur: লখিমপুৰৰ বগীনদীত খাদ্যত বিষক্ৰিয়া ,শিশুসহ অসুস্থ ১৮

(Lakhimpur )লখিমপুৰ জিলাৰ বগীনদীৰ তাৰিয়নিত খাদ্যত বিষক্ৰিয়া হৈ শিশুসহ ১৮ গৰাকীকৈ লোক অসুস্থ হৈ চিকিৎসাধীন হবলগীয়া হৈছে। ইয়াৰে এটি ৭ বছৰীয়া শিশু আৰু এগৰাকী মহিলা অধিক অসুস্থ হৈ পৰাত শিশুটি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় আৰু মহিলাগৰাকী লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

Toll Tax:পুনৰ টোল টেক্স দিবলৈ সাজু হওক!

(Toll Tax)অসমত বৰ্তমান সৰ্বাধিক উচ্চাৰিত শব্দটো হ'ল টোল গে'ট্। ৰাজপথৰ দুৰৱস্থাৰ মাজতে পুনৰ চুলুং টোল গে'ট্ সাজু হৈ উঠিছে। দুৰ্গা পূজাৰ আগে-পিছে এই টোল গে'ট্ মুকলি হ'ব। এই সন্দৰ্ভত স্থানীয় সচেতন ব্যক্তিয়ে অভিযোগ কৰি কয় – কলিয়াবৰ তিনিআলিৰ পৰা গুৱাহাটীলৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সৰু-বৰ গাঁতৰ সংখ্যা প্ৰায় ১০০১৫ টকা। য'ত দুখনকৈ টোল গেটত টোল টেক্স দিব লাগে। আনহাতে, কলিয়াবৰ তিনিআলিৰ পৰা চুলুঙত নিৰ্মিত টোলগে'টলৈকে সৰু-সৰু গাঁতৰ সংখ্যা ৯১৮টা।

Minister Bimal Bora: দুলীয়াজান আৰু টিংখাং সমজিলাৰ উদ্বোধন উদ্যোগ মন্ত্রী বিমল বড়াৰ

গুৱাহাটী, ৫অক্টোবৰ:(Bimal Bora,Minister of Cultural Affairs of Assam)অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহূৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক বিভাগৰ মন্ত্রী বিমল বড়াই আজি ডিব্ৰুগড় জিলাৰ দুলীয়াজান...

Breaking

Israel-Hamas war: ইজৰাইল-হামাছ যুদ্ধত ধবংসলীলা অব্যাহত! এতিয়াও বন্দী বহু লোক, হাহাকাৰ সাধাৰণ জনতাৰ

এবছৰৰ সংঘৰ্ষৰ অন্তত পেলেষ্টাইন প্ৰায় ধবংস হৈ গৈছে আৰু হামাছে এতিয়াও বিভিন্ন লোকক বন্দী কৰি ৰাখিছে৷ (Israel-Hamas war)

Salman Khan Wedding: বিয়া পাতিব ছলমান খানে! কইনাৰ সন্দৰ্ভত কি ক’লে ছলমানে

এসময়ত ঐশ্বৰ্য ৰায় বচ্চন আৰু কেটৰিনা কাইফৰ সৈতে সম্পৰ্ক আছিল ছলমান খানৰ। কিন্তু কোনো এগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্কই স্থায়ী নহ’ল।(Salman Khan Wedding)

Stock Market Today: ট্ৰেডিং সপ্তাহৰ প্ৰথম দিনটোত গ্ৰীণ জ’নত মুকলি হ’ল ভাৰতীয় সূচকাংক

ইতিবাচক বিশ্ব সংকেতৰ মাজতে ট্ৰেডিং সপ্তাহৰ প্ৰথম দিনটোত ভাৰতীয় শ্বেয়াৰ বজাৰত চাঁপ বৃদ্ধি, চেন্সেক্স ১০১ পইণ্ট ওপৰলৈ বৃদ্ধি, নিফ্টিৰ ২৫,০০০ অতিক্ৰম - Stock Market Today

Immunity Booster Tea: চাহ সাধাৰণ বস্তু নহয়, দৈনিক খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়

আমি খোৱা চাহ সাধাৰণ বস্তু নহয়, দৈনিক খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু শৰীৰৰ যিকোনো ৰোগ প্ৰতিৰোধ কৰে।(Immunity Booster Tea)
spot_imgspot_img