Breaking

Browsing Category

সম্পাদকীয়

অনলাইন পাঠ্যক্ৰমে ঢুকি পাইছে নে সকলো ছাত্ৰ ছাত্ৰীক !

দেশজুৰি সংহাৰী ৰূপ ধাৰণ কৰা কৰণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে সমগ্ৰ দেশতে  লকডাউন ঘোষণা কৰা হৈছিল । যাৰ ফলস্বৰূপে দেশৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে স্থিৰ হৈ পৰিছে । সংকটময় সময়ত  সমগ্ৰ দেশৰ লগতে অসমতো মাৰ্চ মাহৰ পৰা এতিয়ালৈ বন্ধ হৈ আছে
Read More...

বাঁহ উদ্যোগ: আশা আৰু সম্ভাৱনা

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে  আত্মনিৰ্ভৰশীল ভাৰত আৰু থলুৱা সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত যি ইংগিত দিলে তাক লৈ আজিৰ এই সংকটময় সময়তো আমি আশাবাদী হৈ উঠিছোঁ ৷ আগন্তুক দিনবোৰত নিৱনুৱা সমস্যাই যি ভয়ানক ৰূপ লব পাৰে বুলি এক ধাৰণা গঢ় লৈ
Read More...

আধ্যাত্মক পাহৰি যোৱাটো মানৱতাৰ বাবে অভিশাপ

ভৌতিক বিকাশৰ লগে লগে আধ্যাত্মৰো বিকাশ হ’ব লাগে, নহ’লে সন্তুলন নেথাকে ৷ আধ্যাত্মৰ অবিহনে ভৌতিক বিকাশ আধৰুৱা হৈ থাকে যাৰ বাবে সময়ে - সময়ে সমাজত বিশৃংখলতা , দুৰ্যোগ আদি আহি পৰে ৷ সকলো বস্তু সম্পূৰ্ণ থাকিলেও মানুহে মনত শান্তি নাপায়, দুখত
Read More...

আপোনাৰ ডাকঘৰ আপোনাৰ দুৱাৰত

COVID-19 মহামাৰী আৰু লকডাউনৰ ফলত সৃষ্টি হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা ডাক সংমণ্ডলে আজিৰ পৰাই "আপোনাৰ ডাকঘৰ আপোনাৰ দুৱাৰত" অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ সময়ছোৱাত গোৱালপাৰা ডাকঘৰৰ অন্তৰ্গত চাৰিশৰো অধিক শাখা ডাকঘৰৰ গ্ৰামীণ ডাক
Read More...

১৯১৮ চনত স্পেনিছ ফ্লুত কঁপিছিল বিশ্ব : তেতিয়াও ক’ভিড-১৯ৰ দৰে মাস্ক পৰিধান, কোৱাৰেণ্টাইন

দৈনন্দিন বাৰ্তা প্ৰতিবেদন জনপ্ৰবাদ, ইতিহাসে কেতবোৰ কথাৰ পুনৰাবৃত্তি ঘটায়৷ তাৰ এটা উদাহৰণ হ’ল ১৯১৮ চনৰ স্পেনিছ ফ্লু৷ এই স্পেনিছ ফ্লুত কঁপি উঠিছিল সমগ্ৰ বিশ্ব৷ তেনেদৰে ২০২০ চনত ক’ভিড-১৯ৰ বাবে কম্পমান সমগ্ৰ বিশ্ববাসী৷ প্ৰাপ্ত তথ্য মতে
Read More...

বিভিন্ন ফল-মূলেৰে চহকী অসম : অসমক প্ৰকৃতাৰ্থত আত্মনিৰ্ভৰ্শীল কৰি তুলিবলৈ থলুৱা ফল-মূল হ’ব পাৰে…

আমে মলিয়াই, কঁঠালে মুচিয়াই বহাগী অহাৰ বাতৰি দিয়ে। আমৰ ডালত কুলিৰ বিননীয়ে বসন্তৰ বা উতলা কৰে। বসন্তৰ বুকুতে বিভিন্ন ফলৰ গছত ফুল ফুলিবলৈ আৰম্ভ কৰে। প্ৰাকৃতিকভাৱেই অসমত ভিন্ন প্ৰকৃতিৰ ফল-মূল উৎপন্ন হয়। পথৰ কাষৰ বা হাবিৰ মাজৰ গৰাকীহীন আম,
Read More...

বহিৰাজ্যৰ পৰা সোমাল ৩৫৯৭ জন। বাহিৰৰ পৰা অহা সকলো যাব লাগিব কোৱাৰেন্টাইনত। নতুন প্ৰত্যাহ্বানলৈ সাজু…

দৈনন্দিন বাৰ্তা প্ৰতিবেদন অসমলৈ ঘূৰি আহিলে সকলো থাকিব লাগিব কোৱাৰেন্টাইনত।কোনেও মধ্যবিত্তীয় মানসিকতাৰে চলিব নোৱাৰিব।ঘৰত বা ফ্লেটত থাকিলেও এই নীতি পালন কৰিবই লাগিব।আজি সংবাদমেলৰ জৰিয়তে এইকথা সদৰী কৰে মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।তেওঁ
Read More...

‘Mindora’- মানসিক সমস্যাৰ এক ডিজিটেল প্লেটফৰ্ম

কংকণজ্যোতি ভূঞা প্ৰতিটো সৰু-ডাঙৰ কথা খুলি ক'বলৈ সাহস লাগে আৰু সেই সাহসক দৃঢ় কৰিবলৈ লাগে এগৰাকী শ্ৰোতা। যাৰ আগত বিনাদ্বিধাই সকলো কথা ক'ব পাৰি, যিয়ে প্ৰতিটো কথা বুজিবলৈ অথবা চালি জৰি চাবলৈ চেষ্টা কৰে। "ডিপ্ৰেশ্যন" বেমাৰ নহয়, দুৰ্বলতাও
Read More...