Breaking

Browsing Category

সম্পাদকীয়

অভিভাৱক সচেতন আৰু সতৰ্ক হোৱাটো জৰুৰী ।

বৰ্তমান মোবাইল ফোন দৈনন্দিন জীৱনৰ এক এৰাব নোৱৰা অংগত পৰিণত হৈছে। নিত্য নতুন অত্যাধুনিক সুবিধাৰে উপলব্ধ মোবাইল ফোনে অতি সহজেই শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে আকৰ্ষণ কৰিব পাৰে। ই আমাৰ প্ৰাত্যহিক জীৱন সূচল কৰি তুলিছে। এই ক্ষুদ্ৰ যন্ত্ৰবিধে আমাৰ
Read More...

মৃত্যু এতিয়া সহজ….

✍ অংশুমান ভূঞা হয়, আপুনি শিৰোনামত ঠিকেই পঢ়িছে। মৃত্যু এতিয়া তেনেই সুলভ। জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ উত্তৰণত আজি ভূ-লুণ্ঠিত মানৱতা। "শঙ্কৰ-আজান"ৰ সম্প্ৰীতিৰ দেশত হিংসা-প্ৰতিহিংসাৰ দাৱানল। তাত জাহ গৈছে সাতামপুৰুষীয়া একতাৰ এনাজৰী। সমন্বয়ৰ
Read More...

আত্মহত্যা আৰু যুৱপ্ৰজন্মলৈ আহ্বান….

✍ অংশুমান ভূঞা ভাৰতবৰ্ষ এখন যুৱ সংখ্যাগৰিষ্ঠ দেশ। আজিৰ যুৱপ্ৰজন্ম কাইলৈ দেশৰ ভৱিষ্যৎ। কিন্তু যুৱপ্ৰজন্মৰ একাংশৰ বিভিন্ন কৰ্ম-কাণ্ডই সমাজৰ সচেতন মহলক প্ৰায়েই বিব্ৰত কৰি আহিছে। নিচাগ্ৰস্ততা, মোবাইল-বাইকৰ আসক্তি, প্ৰেমৰ নামত
Read More...

আপুনি, মই ভৱাৰ দৰে বলিউড নহয় ।

✍ ভুপেশ খাটনিয়াৰ কংগণা ৰাণাউট: আগৰ পৰাই অভিনেত্ৰী গৰাকীক কিবা এটা ভাল লাগিছিল। তেওঁৰ অভিনয়ৰ কাৰণে নহয়, তেওঁৰ সাহস আৰু বলিউডৰ ভিতৰত আচল ৰূপতো যেনকৈ তেওঁ কোনো ধৰণৰ ভয় শংকা নকৰাকৈ উদঙাই দিয়ে সেইবাবেই ভাল লাগে তেওঁক। আচলতে bollywood 
Read More...

ন্যায় শব্দটো কাগজতে থাকিব নেকি ?

✍ বৰষা চৌধুৰী আইন ব্যৱস্থাৰ লেহেমীয়া প্ৰক্ৰিয়াৰ বাবে দিনক দিনে বৃদ্ধি পাব ধৰিছে গণ প্ৰহাৰৰ ঘটনা। বৰ্তমান সেই ঘটনাই অসমত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। খিলঞ্জীয়াই কিমান বাৰ চিঞঁৰি চিঞঁৰি প্ৰতিবাদ কৰিলে,  কিন্তু নাই...। প্ৰতিবাদ কৰিবলৈও যেন
Read More...

অসমৰ লোক সংস্কৃতিত শৰাই ।

✍ হেমন্ত ডেকা কোনো এটা বিশেষ অঞ্চলৰ লোক সাহিত্য, সামাজিক প্রথা আৰু ৰীতি-নীতি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ভৌতিক সা-সঁজুলি আৰু পৰিবেশিত কলা আদিবোৰ সামৰি জাতি এটাৰ উমৈহতীয়া সামাজিক জীৱন প্রণালীয়েই লোক সংস্কৃতি । অসমীয়া লোক সংস্কৃতিৰ
Read More...

বাঁহ উদ্যোগক গুৰুত্ব দিয়ক ।

✍ ডাঃ প্ৰণৱ চক্ৰৱৰ্তী ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই  আত্মনিৰ্ভৰশীল ভাৰত আৰু থলুৱা সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত যি ইংগিত দিলে তাক লৈ আজিৰ এই সংকটময় সময়তো আমি আশাবাদী হৈ উঠিছোঁ৷ আগন্তুক দিনবোৰত নিৱনুৱা সমস্যাই যি ভয়ানক ৰূপ ল'ব পাৰে
Read More...

পিতাইৰ নাঙলৰ মুঠিত সপোন…

দৈনন্দিন বাৰ্তা : অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে এষাৰ কথা কৈছিল, 'যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে,'। কিন্তু এই কথাষাৰ প্ৰকৃতাৰ্থত আজিৰ অসমীয়াই কিমান উপলব্ধি কৰিব পাৰিছে। সৰহ সংখ্যক
Read More...

অনলাইন শিক্ষা ব্যৱস্থা আৰু ইয়াৰ পৰিণতি ।

✍ পম্পী ৰাভা সম্প্ৰতি বিশ্বত ক'ৰণাৰ ভয়ানক সন্ত্ৰাস চলি আছে। বিশ্বত বৰ্তমান বহুতো ৰাষ্ট্ৰত তলাবন্ধ চলি আছে। তাৰ লগে লগে আমাৰ দেশতো  ক'ৰণা আক্ৰান্তৰ সংখ্যা যথেষ্ট হাৰত বৃদ্ধি পাইছে। এই মাৰাত্মক ভাইৰাছৰ পৰা সংক্ৰমিত ৰোধৰ বাবে বিশ্বৰ
Read More...

বাঘজানৰ বিভীষিকা ।

✍ গীতালী ভাগৱতী ২০২০ এটা এনেকুৱা বিভিষিকাময় চন। যিটো চনৰ বিষয়ে অতীতত স্মৰণ কৰিলেও গাৰ শিহৰণি উঠিব। যিফালেই চাওঁ সিফালে ধ্বংসৰ জুই জ্বলিছে। এফালে যদি নভেল কৰোণা আনফালে বানপানী, এফালে যদি জীৱ জন্তুৰ হত্যা আনফালে সৰ্বনাশী জুই, বনধ্বংশ
Read More...