Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

টাই আহোমক জনজাতিকৰণ কৰা আৰু মূল্যবৃদ্ধিৰ ৰোধ কৰা দাবীত টাইপাৰ প্ৰতিবাদী কাৰ্যসূচী…

মৰাণত আজি টাইপাৰ আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ মহকুমা সমিতিৰ উদ্যোগত মৰাণ নগৰৰ মাজমজিয়াৰ ট্ৰেফিক পইণ্টত প্ৰতিকূল বতৰকো নেওচি বৰষুণত তিতি টাই আহোম সকলক জনজাতি কৰণৰ দাবীত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত এক
Read More...

শিলচৰৰ ডলু চাহবাগিচাত বিমানবন্দৰ স্থাপনৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতাৰে মৰাণত প্ৰতিমূৰ্তি দাহ…

চৰকাৰে ডলু চাহ বাগিচাসহ ইয়াৰ শাখা বাগিচা লালবাগ আৰু ময়না গড়ৰৰ ৮৭৩ একৰ ভূমিৰ চাহ গছ ধ্বংস কৰি এখন গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বিৰোধিতা কৰি আজি মৰাণ নগৰৰ মাজমজিয়াত আছাই এক প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে । দেশৰ প্ৰধান মন্ত্ৰী
Read More...

বিশিষ্ট ফুটবল খেলুৱৈ, বনবিভাগৰ অৱসৰী বিষয়া উমেশ চন্দ্ৰ দাসৰ মৃত্যু…

নলবাৰী চহৰৰ বাৰ নং ৱাৰ্ডৰ বিষ্ণুপুৰ (খাট) নিবাসী এসময়ৰ বিশিষ্ট ফুটবল খেলুৱৈ তথা অসম চৰকাৰৰ বন বিভাগৰ অৱসৰ প্ৰাপ্ত ৰেঞ্জাৰ উমেশ চন্দ্ৰ দাসৰ আজি মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪বছৰ‌। নলবাৰী ক্ৰীড়া সন্থাকে ধৰি স্থানীয় বিভিন্ন
Read More...

আলফালৈ যোৱাৰ মন! সামাজিক মাধ্যমত প্ৰচাৰ চলাই আটক হ’ল যুৱক…

এতিয়া ৰাজ্যখনৰ বিভিন্ন জিলাৰ একাংশ যুৱক-যুৱতী নিষিদ্ধ ঘোষিত সংগঠন আলফা ( স্বাধীন) লৈ গমন কৰি থকাৰ সময়তে বঙাইগাঁও আৰক্ষীয়ে আলফালৈ যোৱাৰ বাবে প্ৰস্তুতি চলোৱা এজন যুৱকক আটক কৰিছে ৷ সামাজিক মাধ্যম ফেছবুকত আলফালৈ যোৱাৰ বাবে ইচ্ছুক আৰু মন আছে
Read More...

বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কীয় সজাগতা কৰ্মশালাত অংশগ্ৰহণ মুখ্য ন্যায়াধীশৰ…

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহামান্য মুখ্য ন্যায়াধীশ এন কোটিশ্বৰ সিঙে শনিবাৰে বঙাইগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত অনুষ্ঠিত দ্বিতীয় ৰাষ্ট্ৰীয় লোক আদালতৰ কাৰ্যসূচী পৰিদৰ্শন কৰে ৷ লগতে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত কি কি
Read More...

আজি নিযুক্তিপত্ৰ লাভ নকৰাসকলে পৰৱৰ্তী সময়ত সংগ্ৰহ কৰিব পাৰিব নিযুক্তিপত্ৰ!কিন্তু ক’ৰপৰা?

আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যাসয় খেলপথাৰত অসম চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে৷ ৰাজ্যৰ প্ৰায় ২৩,০০০ যুৱক-যুৱতীক অসম চৰকাৰৰ অধীনস্থ কেইবাটাও বিভাগত নিযুক্তিপত্ৰ প্ৰদান কৰা হয়৷ পিছে, খানাপাৰাত নিযুক্তি পত্ৰ লাভ নকৰা
Read More...

অসমত এইবাৰ মন্ত্ৰী আৰু আলফাৰ মাজত সংঘাত…

আলফা স্বাধীনৰ শিবিৰত চোৰাংচোৱাৰ অপৰাধত শাস্তিৰ সন্মুখীন হোৱা দুই অসমীয়া যুৱক আৰু প্ৰাক্তন ছাত্ৰ নেতা বিজু গগৈৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত শুকুৰবাৰে সংগঠনটোৰ মূখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী সঞ্জয় কিষাণে। মন্ত্ৰী
Read More...

কেজিএফ খ্যাত যশৰ দেউতাক এতিয়াও পেচাত এজন বাছ চালক! 

প্ৰশান্ত নীলৰ কেজিএফ চেপ্তাৰ ২ এমাহ আগতে মুকলি কৰা হৈছিল। ছবিখনে ইতিমধ্যে বক্স অফিচত হাজাৰ হাজাৰ কোটিৰ ব্যৱসায় কৰিছে আৰু সেই চিনেমাখনৰ বাবে দক্ষিণৰ চুপাৰষ্টাৰ যশ দেশৰ আইকন হৈ পৰিছিল। দৰ্শকৰ চকু এতিয়াও তেওঁৰ ওপৰত আছে। নিম্ন মধ্যবিত্ত
Read More...

দ্বিবিভক্ত হোৱাৰ দিশে পূৰ্বাঞ্চল তাই সাহিত্য সভা!

ৰাজ্যখনৰ অন্যতম ভূমিপুত্ৰ তাই আহোম সমাজৰ জাতিয় সাহিত্য মঞ্চ পূৰ্বাঞ্চল তাই  সাহিত্য সভা ক্ৰমাৎ দ্বিখণ্ডিত হোৱাৰ পথত। অৰ্থাৎ  তাই আহোম সকলৰ  ভাষা ,সাহিত্যৰ লগতে বৈদ্ধিক উৎকৰ্ষ সাধনৰ  মহান লক্ষ্যৰে বিগত ৩৮ টা বৰ্ষ অবিৰাম জাতীয় সেৱা আগবঢ়াই
Read More...

UAEৰ ৰাষ্ট্ৰপতি আৰু আবু ধাবিৰ শাসকৰ কিছু নজনা কথা…

UAEৰ ৰাষ্ট্ৰপতি আৰু আবু ধাবিৰ শাসক শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানৰ শুকুৰবাৰে মৃত্যু ঘটে। ৰাষ্ট্ৰপতি পৰিক্ৰমা মন্ত্ৰালয়ে আৰৱ আৰু ইছলামিক ৰাষ্ট্ৰ UAEৰ ৰাষ্ট্ৰপতি শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানৰ মৃত্যুত আৰৱ আৰু ইছলামিক ৰাষ্ট্ৰ
Read More...