Breaking

Browsing Category

অসম

নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কুখ্যাত ৰাজা আলি

ডিব্ৰুগড়ত পুনৰ ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ।ডিব্ৰুগড়ৰ আন এক পুৰণি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰাজা আলি এইবাৰ ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল।এই ড্ৰাগছ বিৰোধী অভিযানত ডিব্ৰুগড় আৰক্ষীৰ দ্বাৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ গ্ৰেপ্তাৰ হয় কুখ্যাত
Read More...

ৰে’লৰ আগত জপিয়াই আত্মহত্যা ড্ৰাগছ আসক্তৰ।

ৰে’লৰ আগত জপিয়াই আত্মহত্যা এজন ড্ৰাগছ আসক্ত লোক এজনৰ। আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱা লোকজনৰ নাম ৰমেন দাস(৩২)।জানিব পৰা দিয়া অনুসৰি দীৰ্ঘদিনে ড্ৰাগছ সেৱন কৰি পত্নী আৰু মাতৃক নিৰ্যাতন চলাই আহিছিল ৰমেন দাসে। আত্মহত্যাৰ আগমুহূৰ্ততো
Read More...

কুৰিয়াৰত অসমলৈ সৰবৰাহ মাৰাত্মক ড্রাগ্ছ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত অসম আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে৷ নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ এ টি চি কুৰিয়াৰ সেৱাৰ পৰা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে৷ মুঠ ২ লাখ
Read More...

BREAKING অসম আৰক্ষীয়ে ১ লাখ টকাৰ নগত ধন আগবঢ়ালে বৰসিং বেক

DGPয়ে মৰমতে ঘোচা মাৰি ১ লাখ টকাৰ নগত ধন আগবঢ়ালে বৰসিং বেকIহোমগাৰ্ড বৰছিং বে'ক সম্বৰ্ধনা অসম আৰক্ষীৰ। ১ লাখ টকা নগদ ধন হোমগাৰ্ড বৰছিং বে'ক। ১২ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছিল হোমগাৰ্ডজনে। আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান।
Read More...

শিৱসাগৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত : ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন

শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত স্থাপন কৰা ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ আজি পৰিদৰ্শন কৰে  অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। শিৱসাগৰ জিলা ভ্ৰমণ কালত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰাজমাই চাহ বাগিচা, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী
Read More...

শতাধিক গাঁও স্পৰ্শ কৰিব পৰা পথৰ দুৰৱস্হা

কামৰূপ জিলাৰ ছয়গাঁও উন্নয়ন খণ্ডৰ অধীনৰ পশ্চিম ছয়গাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত শিংখাট উপ_পথত  কলহী নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত শতাধিক গাঁৱ স্পৰ্শ কৰিব পৰা পথটোৰে এতিয়া সম্পূৰ্ণ ৰূপে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে।যাৰ ফলত ছয়গাঁও
Read More...

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ টিকাকৰণ অভিযান পৰিদৰ্শন

মাননীয় অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চলিত টিকাকৰণ অভিযান পৰিদৰ্শন কৰিবলৈ আজি মহানগৰৰ বিভিন্ন চিভিচি পৰিদৰ্শন কৰে। এই ভ্ৰমণত তেওঁৰ সৈতে উপস্থিত থাকে মহানগৰ উপযুক্ত শ্ৰী বিশ্বজিৎ পেগু ,আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়াসকল।
Read More...

টালি টোপোলা বান্ধি যাবলৈ ওলাইছে MOTHER OLD AGE HOMEৰ আইতাসকল।

মাদাৰ অল্ড এজ হ’ম – ৰাজ্যখনৰ এটা পৰিচিত বৃদ্ধাবাস। ৯ বছৰ পূৰ্বে স্থাপন কৰা হৈছিল Mother old age homeনামৰ এই বৃদ্ধাশ্ৰমখন। নিজৰ আপোন ঘৰখনৰ পৰা এলাগী হৈ এই বৃদ্ধাবাস খনকেই নিজৰ ঘৰ বুলি মানি জীৱনৰ অন্তিম দিন কেইটা পাৰ কৰি আহিছিল বৃদ্ধাসকলে।
Read More...

কাকজানত ক’ভিড টীকাকৰণ কেন্দ্ৰত মন্ত্ৰী ডা° ৰণোজ পেগু

ৰাজ্যত যি বৰ্ধিত ক’ভিদৰ টীকাকৰণ প্ৰক্ৰিয়া চলি আছে সেই প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰিবৰ বাবে আজি কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ টীকাকৰণ কেন্দ্ৰত আহি উপস্থিত হয় যোৰহাট জিলাৰ অভিভাৱক মন্ৰী ডা° ৰনোজ পেগু ৷ উপস্থিত হৈ কেন্দ্ৰটো পৰিদৰ্শন
Read More...

শিৱসাগৰত অত্যাধুনিক ইন্ফ্লেটেবল ক’ভিড চিকিৎসালয় উদ্বোধন স্বাস্থ্য মন্ত্ৰীৰ

অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি শিৱসাগৰ জিলাৰ ৰজাবাৰীস্থিত স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেল প্ৰাংগণত নৱনিৰ্মিত অত্যাধুনিক ইন্ফ্লেটেবল ক'ভিড চিকিৎসালয় এখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। উদ্বোধনকালত স্বাস্থ্য
Read More...