Breaking

Browsing Category

অসম

শিক্ষক দিৱস উপলক্ষে গোলাঘাটত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া

শিক্ষক দিৱস উপলক্ষে মঙলবাৰে দিনৰ ১২ বজাত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাঁটাৰীয়া গোলঘাটস্থিত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় (অস্থায়ী চৌহদ গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় )ত উপস্থিত হয়।
Read More...

৩৪ বছৰে বিনা পাৰিশ্ৰমিকত শিক্ষাদান কৰা ব্যাসকুছিৰ এগৰাকী শিক্ষকৰ কৰুণ গাঁথা; গাঁঠিৰ ধনেৰে কিনিছিল…

দেশৰ মহান শিক্ষাবিদ, প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনত গভীৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ আদৰ্শ জীয়াই ৰখাৰ লগতে মমবাতিৰ দৰে নিজে গলি গলি ছাত্ৰ-ছাত্ৰীৰ জীৱনত শিক্ষাৰ পোহৰ বিলোৱা শিক্ষকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা, ভক্তি, সন্মান
Read More...

তামুলপুৰৰ লতিবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ…

তামুলপুৰৰ লতিবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ। নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঅঞ্চললৈ ওলাই অহা এটা হাতীৰ জাকে লতিবাৰী অঞ্চলৰ পূৱ
Read More...

শিক্ষক দিৱসৰ দিনাই এগৰাকী শিক্ষয়িত্ৰীয়ে গৌৰৱান্বিত কৰিলে অসমবাসীক

২০২৩ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ভাৰত-জাপান শিক্ষক বিনিময় কাৰ্যসূচীত যোৰহাট বাল্য ভৱন হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী কৰবী গগৈক ভাৰত চৰকাৰৰ এগৰাকী শিক্ষয়িত্ৰী ৰূপে নিমন্ত্ৰণ কৰা হৈছে।
Read More...

মাটিৰ স্বাস্থ্য আৰু উৰ্বৰতা অভিযানৰ সন্দৰ্ভত পৰ্যালোচনা সভা

মঙলবাৰে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত আৰু খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ সহযোগত  'কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনি: মাটিৰ স্বাস্থ্য আৰু উৰ্বৰতা'ৰ
Read More...

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত শিক্ষক দিৱস পালনঃ ২৫ জন কৃতী…

মঙলবাৰে সমগ্ৰ দেশৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ প্ৰেক্ষাগৃহত আৱেলি ২ বজাত শিক্ষক দিৱস পালন কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ যৌথ উদ্যোগত শিক্ষক দিৱস পালন কৰা হয়।
Read More...

পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ দলঙৰ কাষত উদ্ধাৰ মাইকী গঁ‌ড়ৰ মৃতদেহ

পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ দলঙৰ কাষত উদ্ধাৰ মাইকী গঁ‌ড়ৰ মৃতদেহ। বানত ডুবি মৃত্যুমুখত পৰাৰ সন্দেহ গঁড়টো।
Read More...

মধ্যপ্ৰদেশ জনজাতীয় সংগ্ৰহালয়- ভূপালত “ৰাষ্ট্ৰীয় পুতলা নাচ সমাৰোহ”ত বিনীতা দেৱীৰ…

জনজাতীয় লোক কলা আৰু বোল বিকাশ অকাডেমী, মধ্যপ্ৰদেশ সাংস্কৃতিক পৰিষদৰ উদ্যোগত মধ্যপ্ৰদেশ জনজাতীয় সংগ্ৰহালয়- ভূপালত ১৩ তাৰিখৰ পৰা ১৭ ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত "পুতলা নাচ সমাৰোহ" আয়োজন কৰিছে। অসমৰ গুৱাহাটীৰ অন্যতম সাংস্কৃতিক
Read More...

নুনমাটি সাহিত্য সভাৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

উত্তৰ নুনমাটি সাৰ্বজনীন পূজা সমিতিৰ প্ৰাঙ্গণত নুনমাটি সাহিত্য সভাৰ ৩৮ তম প্ৰতিষ্ঠা দিৱসটো দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।
Read More...

খৈৰাবাৰীত ৭৫ টা মহিলা আত্মসহায়ক গোটক চেক বিতৰণ সাংসদ দিলীপ শইকীয়াৰ

বি টি চি চৰকাৰৰ উদ্যোগত মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ উদ্দেশ্যে ৰূপায়ন কৰা 'মাইনাও চৌৰাং বিথাংখি ' আঁচনিৰ অধীনত খৈৰাবাৰীত ৭৫ টি মহিলা আত্মসহায়ক গোটক এককালীন সাহাৰ্য হিচাপে ২৫ হেজাৰকৈ টকাৰ চেক বিতৰণ কৰে।
Read More...