Breaking

Browsing Category

অসম

‘হেণ্ড কাফ’ আলোচনীয়ে অপৰাধ ৰোধ কৰাত গুৰুত্ব পূর্ণ ভূমিকা ল’বঃ উপায়ুক্তি নিবেদন…

এখন আলোচনী প্রকাশ কৰাতো সহজ কিন্তু জীয়াই ৰখাটো অত্যন্ত কঠিন। প্রত্যাহবান মূলক দৃষ্টি ভংগীৰে আগবাঢ়িব লাগিব এখন আলোচনী জীয়াই ৰাখিবলৈ হ’লে। জটিল আৰু প্রত্যাহবানৰ সন্ধিক্ষণত প্রকাশিত 'হেণ্ডকাপ' নামৰ ব্যক্তিক্রমি আলোচনী প্রকাশ পাইছে।
Read More...

গিবন অভয়াৰণ্যত কাটা তাঁ‌ৰৰ বেৰাৰে উন্নয়নৰ নামত বন্য জীৱ কুললৈ বিপদ নমাই আনিছে নেকি বন বিভাগে?

যোৰহাট জিলাৰ একমাত্ৰ বন্যপ্ৰানী সংৰক্ষীত অভয়াৰণ্য মৰিয়নি হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ উন্নয়নৰ নামত ৰাজ্য চৰকাৰৰ বন বিভাগে অভয়াৰণ্যখনৰ জীৱ কুললৈ বিপদ নমাই আনিব পাৰে। আছাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড
Read More...

টংলা মহাবিদ্যালয়ত আন্তৰ্জাতিক যোগ দিৱস পালন

'বসুধৈৱ কুটুম্বকম' মূলমন্ত্ৰৰে বিশ্বজুৰি পালিত নৱম আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে টংলা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এনচিচি,এন এছ এছ,ছাত্র একতা সভাৰ উদ্যোগত আৰু আই কিউএ চিৰ সহযোগত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়।
Read More...

শিৱসাগৰৰ নাজিৰা আইদেউবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড; চুৰৰ সন্ধানত ঘটনাস্থলীত উপস্থিত গেলেকী…

এইবাৰ চোৰৰৰ চকু পৰিল শিক্ষানুষ্ঠানত৷ মঙলবাৰে নিশা শিৱসাগৰৰ নাজিৰা আইদেউবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰে এটা কম্পিউটাৰ মণিটৰ, চাৰিটা কম্পিউটাৰৰ বেটাৰী আৰু এটা স্কেনাৰ চুৰি কৰি লৈ যায়৷ বিদ্যালয় চৌহদত
Read More...

আই নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কুৰিখনৰো অধিক গাওঁ; প্লাৱিত ন ন…

পুনৰ আই নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কুৰিখনৰো অধিক ৰাজহ গাওঁ। আই নৈৰ পানীত কাহিবাৰী, সাজাল-পাৰা, ভাণ্ডাৰা, ২নং বাশবাৰী,
Read More...

হাজো শিশু উণ্ণয়ন প্ৰকল্পৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আন্তজাৰ্তিক যোগ দিৱস পালন

মানৱ শৰীৰ, মন সুস্থ ৰাখিবলৈ যোগভ্যাসৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আজি কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত কুলহাটী পাচগাওঁ পঞ্চায়তৰ সভাকক্ষত হাজো শিশু উণ্ণয়ন প্ৰকল্পৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু হাজো খণ্ড উণ্ণয়ন
Read More...

নিউ আৰ্ট প্লেয়াৰ্ছৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি…

সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুস্থান নিউ আৰ্ট প্লেয়াৰ্ছে যোৱা ২০ জুন তাৰিখে কলাগুৰু বিষ্ণু ৰাভা দিৱস উপলক্ষে এই মহান শিল্পী গৰাকীক বিশেষ ভাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সন্ধিয়া ৬-০০বজাৰ পৰা সংঘৰ নৱনিৰ্মীত
Read More...

দেৰগাঁৱৰ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন

দেৰগাঁৱৰ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আড়ম্বৰভাবে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ
Read More...

উদয়ন সংঘৰ উদ্যোগত বিষ্ণুৰাভা দিৱসত আলোচনাচক্ৰ আৰু ৰাভা সংগীতৰ অনুষ্ঠান

মহানগৰীৰ আগশাৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান উদয়ন সংঘৰ উদ্যোগত কৃষ্ণনগৰ সমূহীয়া ভৱনত বিভিন্ন কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয় ৷ কাৰ্যসূচী অনুসৰি সন্ধিয়া ৫ বজাৰ পৰা ক্ৰমে সংঘৰ উপদেষ্টা সত্যেন তালুকদাৰে
Read More...

উদ্বোধন হ’ল ডিব্ৰুগড়ৰ থানা চাৰিআলিত নৱনিৰ্মিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়

ডিব্ৰুগড় থানা চাৰিআলিত নৱনিৰ্মিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। City Infra Development Fund চমুকৈ CIDF আঁচনিৰ অধীনত প্ৰায় ৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ
Read More...