Breaking

Browsing Category

অসম

বিশ্ব কবিতা দিৱসৰ চিন্তা…

কবিতা হ’ল সৰ্বস্তৰৰ লোকে আঁকোৱালি লোৱা এক সৃষ্টিশীল সাহিত্য। কবিতাৰ ৰূপতেই লিখিত সাহিত্যৰ আৰম্ভ হৈছিল। কবিতাৰ সুৰ, লয়, ছন্দই মানৱ জাতিৰ মন-মগজুক জোকাৰি যায়। অসমীয়া সাহিত্যৰ ইতিহাসৰ দৰে বিশ্বৰ প্ৰায়বোৰ ভাষাৰে সাহিত্যৰ ইতিহাস আৰম্ভ হৈছে
Read More...

সত্ৰীয়া নৃত্যগুৰু শিল্পী অনিতা শর্মাক “মাহাৰী বঁটা – ২০২৪” প্ৰদান…

ভাৰতবৰ্ষৰ শাস্ত্রীয় নৃত্য জগতৰ এক বিখ্যাত সম্মান "মাহাৰী বঁটা ২০২৪" এই বছৰ সত্ৰীয়া নৃত্যৰ প্ৰসাৰ প্ৰচাৰৰ বাবে আগবঢ়োৱা হৈছে সঙ্গীত নাটক অকাডেমী বটাপ্ৰাপক, গুৱাহাটীৰ অগ্ৰণী সমাজ সংস্কৃতিসেৱী অনুষ্ঠান অভিনয় ছছাইটিৰ প্ৰতিষ্ঠাপক বিশিষ্ট
Read More...

মহানগৰীত অৱস্থিত এটা ৰহস্যময় গুহাত এভুমুকি, য’ত দিনৰ ভাগত শিলবোৰে কথা পাতে আৰু ৰাতি হলে শিলৰ…

ৰাজকুমাৰ দাই সেই স্থানত এটা গুহাও আছে বুলি কোৱা কথাষাৰত খুব উৎসুকতাৰে ৰাতিটো পাৰ কৰিলো। কাৰণ পিছদিনা পুৱাই গুহাটোৰ অন্নেষণত যোৱাৰ কথাই মনটো ইতিমধ্যেই ব্যাকুল কৰি তুলিছিল। সিদিনা ৰাজকুমাৰ দাৰ ঘৰৰ কাষৰ কাংকন নগৰত থকা গুহাটোলৈ যোৱাৰ কথা কওঁতে
Read More...

“সাধুকথা সজ কথা, লক্ষ্য আমাৰ জগত সভা”, ককা-আইতাৰ মুখৰ সাধুৰ আৰু কণ কণ শিশুৰ সাধু কথাৰে…

"সাধুকথা সজ কথা, লক্ষ্য আমাৰ জগত সভা" শীৰ্ষক মন্ত্ৰেৰে বিশ্ব সাধুকথা দিৱসৰ দিনটো মুখৰিত হ'ল তেজপুৰ সাহিত্য সভা ভৱন। ককা - আইতাৰ মুখৰ সাধুৰ আৰু কণ কণ শিশুৰ সাধুকথাৰে জীপাল হ'ল তেজপুৰ সাহিত্য সভা ভৱন। সাধু ক'লে বিশিষ্ট শিশু সাহিত্যিক ড০
Read More...

দৰিদ্ৰতাই দেশৰ প্ৰগতিত বাধা দিছেঃ শিক্ষামন্ত্ৰী ডাঃ পেগু…

দেশৰ জনগণৰ দৰিদ্ৰতাই দেশৰ প্ৰগতিত বোজা হৈ পৰিছে ৷  আমাৰ দেশৰ আন্তঃগাঁথনিৰ নিৰ্মাণ প্ৰায় শেষ হৈ আহিছে ৷ কিন্তু দেশৰ জনসাধাৰণৰ মাজত বহু  দৰিদ্ৰতা থাকি গৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশাশুধীয়া প্ৰচেষ্টাত দেশৰ দৰিদ্ৰতাৰ বিৰুদ্ধে
Read More...

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত হ’ব দক্ষতা বিকাশ কেন্দ্ৰ, বৃহৎ বিনিয়োগেৰে অসমক বিশ্বৰ…

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি টাটা নেতৃত্বৰ সৈতে আলোচনাৰ সময়ত জাগীৰোডৰ ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত এক দক্ষতা বিকাশ কেন্দ্ৰ গঢ়ি তুলিবলৈ সন্মতি প্ৰকাশ কৰে। এই কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক কৃত্ৰিম বুদ্ধিমত্তা,
Read More...

এফালে বৰষুণ আনফালে গুৱাহাটী মহানগৰীত ফুটিল পানীৰ পাইপ…

আকৌ ফুটিল পানীৰ পাইপ! এফালে বৰষুণ আনফালে গুৱাহাটী মহানগৰীত ফুটিল পানীৰ পাইপ! গুৱাহাটী মহানগৰীৰ গীতা নগৰত ফুটিল চৰকাৰী পানীৰ পাইপ।
Read More...

এফালে বৰষুণ আনফালে গুৱাহাটী মহানগৰীত ফুটিল পানীৰ পাইপ…

আকৌ ফুটিল পানীৰ পাইপ! এফালে বৰষুণ আনফালে গুৱাহাটী মহানগৰীত ফুটিল পানীৰ পাইপ! গুৱাহাটী মহানগৰীৰ গীতা নগৰত ফুটিল চৰকাৰী পানীৰ পাইপ।
Read More...

মেঘালয়ৰ USTMত বিশ্ব সমাজকৰ্ম দিৱস উদযাপন…

মেঘালয়ৰ USTMত বিশ্ব সমাজকৰ্ম দিৱস উদযাপন। এই উপলক্ষে মংগলবাৰে আয়োজিত হয় বঁটা প্ৰদান অনুষ্ঠান, বক্তৃতা, নাটক আৰু সাংস্কৃতিক সন্ধিয়া। উল্লেখযোগ্য যে এইবাৰৰ সামাজ কৰ্মৰ উৎকৰ্ষ বঁটা প্ৰদান কৰা হয় প্ৰখ্যাত পশু কৰ্মী, ৰাজনীতিবিদ আৰু ভাৰতৰ
Read More...