Breaking

Browsing Category

অসম

চিলাপথাৰৰ চিত্ৰশিল্পী মুনমী বুঢ়াগোহাঁইৰ সাফল্য…

ধেমাজি জিলাৰ চিলাপথাৰৰ বালিজান গাঁৱৰ বোৱাৰী মুনমী বুঢ়াগোহাঁই National Online Art Festivalত Best Artist Award চিত্ৰ অংকনৰ জৰিয়তে পাবলৈ সক্ষম হৈছে। দেশৰ বিভিন্ন প্ৰতিযোগী অংশ গ্ৰহণত উক্ত অনুষ্ঠানত মাত্ৰ ২o জন প্ৰতিনিধিক নিৰ্বাচিত কৰা হয়।
Read More...

সমাজকৰ্মী উত্তম টেৰণক গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা প্ৰদান…

গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্বষ্টে (জি কে বি টি) ২০১৮ চনৰ পৰা প্ৰদান কৰি অহা 'গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা -২০২৪ 'এইবেলি ষষ্ঠবাৰৰ বাবে প্ৰদান কৰিছে গুৱাহাটীৰ গড়চুকৰ সমীপৰ পামহীস্থিত পাৰিজাত একাডেমীৰ প্ৰতিষ্ঠাপক উত্তম টেৰণক। বৃহস্পতিবাৰে
Read More...

তেজপুৰৰ আশ্ৰিত কন্যা শিৱানী ডেকা জিলিকিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত, অনাদৃত শিশুক শিক্ষা দানেৰে…

আৰ্থিক সমস্যা বা যিকোনো সমস্যা কেতিয়াও শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হেঙাৰ বা অন্তৰায় যে হ'ব নোৱাৰে সেই কথা পুনৰ এশ শতাংশ সত্য প্ৰমাণিত কৰি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল তেজপুৰৰ নিকটৱৰ্তী গটঙা নামডেকা চুবুৰীত এগৰাকী ব্যক্তিৰ
Read More...

কামৰূপত ভোটাৰ সজাগতাৰ বাবে ভোট শিখাৰ সজাগতা ৰেলী…

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যে শনিবাৰে কামৰূপ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কীৰ্তি জল্লীয়ে কামৰূপ নিৰ্বাচনী জিলাৰ ২৯ নং পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামপুৰস্থিত হালীগাওঁ উচ্চ মাধ্যমিক
Read More...

কংগ্ৰেছে চিকিৎসক সৃষ্টি নকৰাৰ বাবে আজি বহু নীৰিহ মানুহ চিকিৎসা অবিহনে মৃত্যুমুখত পৰিব লগা…

অসমত কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। মই গোটেই অসমখন এইকেইদিন ঘূৰি আছো, ৰাইজৰ সৈতে কথা পাতি আছো- মই দৃঢ়তাৰে ক'ব পাৰো যে এই পাঁচাটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিছে। - এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰীকাৰ। নগাঁও লোকসভা সমষ্টিৰ
Read More...

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ ! ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪ শতাংশ…

মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫. ৭শতাংশ। ইয়াৰে ল'ৰাৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ, ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪ শতাংশ আৰু তৃতীয় লিংগৰ পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ ৮০ শতাংশ।পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪,১৯,০৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী।
Read More...