Breaking

Browsing Category

অসম

চেঙাৰ কাছুমাৰা আৰক্ষীৰ জুৱাৰীৰ বিৰুদ্ধে সফল অভিযান

চেঙাৰ কাছুমাৰা আৰক্ষীৰ জুৱাৰীৰ বিৰুদ্ধে সফল অভিযান । বৰপেটাৰ চেঙাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কামাৰপাৰা গাওঁৰ আলফাজ আলীৰ ঘৰত জুৱা খেল চলি থকা বুলি গোপন খবৰ দিয়ে। গোপন খবৰৰ ভিত্তিত কাছুমাৰা
Read More...

অসম ৰাইফলছে দ্বিতীয় বিশ্বযুদ্ধৰ ভিণ্টেজ বোমা নিৰাপদে নিষ্কাশন কৰিবলৈ সক্ষম হয়

তথ্য লাভ কৰাৰ লগে লগে আছাম ৰাইফলছৰ সৈন্যই স্থানীয় আৰক্ষীৰ সহযোগত দ্বিতীয় বিশ্বযুদ্ধৰ ভিনটেজ বোমা এটা নিৰাপদে জনবহুল এলেকাৰ পৰা আঁতৰাই নিষ্কাশনৰ বাবে স্থানান্তৰিত কৰে। কামজংত খনন
Read More...

এজন ৰিক্সাচালকৰ হাতত পিষ্টল। বিহাৰৰ অজয় প্ৰসাদে অপৰাধ কৰি পলায়ন কৰি আহিছিল গুৱাহাটীলৈ।

মহানগৰীত ৰিক্সাচালকৰ পৰা পিষ্টল জব্দ। পল্টনবজাৰ থানাই আটক কৰে ৰিক্সাচালকজনক। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে। ধৃত ৰিক্সাচালকজনৰ নাম অজয় কুমাৰ প্ৰসাদ। অজয় কুমাৰ প্ৰসাদৰ ঘৰ বিহাৰত। নিশা আৰক্ষীয়ে এক অভিযান চলাই
Read More...

“এজন শিক্ষকে কেনেকৈ চলাই আছিল ক’চিং চেণ্টাৰ?”-ভিক্টৰ দাস প্ৰসংগত সিদ্ধাৰ্থ ভট্টাচাৰ্য

ভিক্টৰ দাস প্ৰসংগত বিধায়কগৰাকীয়ে কয়, ‘‘এজন চৰকাৰী শিক্ষকে কেনেকৈ চলাই আছিল দুটাকৈ ক'চিং চেণ্টাৰ? সংবাদ মাধ্যমে এজন চৰকাৰী শিক্ষকে এনে কৰিব যে নোৱাৰে তাক প্ৰকাশ নকৰে কিয়? শিক্ষা বিভাগে লওক ভিক্টৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা। নিলম্বন কৰিব
Read More...

দিন হাজিৰা কৰা পিতৃৰ সন্তানে লাভ কৰিলে অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ চাকৰি…

সদ্য ঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ ধুবুৰী জিলাৰ গোলকগঞ্জৰ সহিদুল ইচলাম। দৰিদ্ৰতাক নেওচি নিজৰ লক্ষ্য স্থিৰ ৰাখি কষ্ট আৰু আপ্ৰান চেষ্টাৰে সফলতা লাভ কৰিলে গোলকগঞ্জৰ আইমজিদ সেখৰ পুত্ৰ সহিদুল ইচলামে। সহিদুলৰ সৰুৰে পৰা দেশ
Read More...

কমলপুৰৰ কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এটি দূৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী

কমলপুৰ পঞ্চায়তৰ অন্তৰ্গত সোণেশ্বৰৰ বনিয়া চুবুৰীৰ কোনো চৰকাৰী আচনীয়ে ঢুকি নোপোৱা এটি দূৰ্ভগীয়া পৰিয়াল।স্বামী ঢুকুৱাৰ পিছত মিনতি বৈশ্য নামৰ মহিলাগৰাকীয়ে লোকৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে তিনিজনীয়া পৰিয়ালটো পোহ পাল দি আহিছে।
Read More...

দুৰ্ভাগ্যজনক। ফটো মাৰিবলৈ অট্টালিকাৰ তৃতীয় মহলালৈ গৈছিল তাই। তাৰ পৰা সৰি পৰি ভাঙিল দেহৰ কেইবাডালো…

মহানগৰীৰ (Guwahati) চানমাৰিত (Chandmari) সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ফটো মাৰিবলৈ গৈ বিল্ডিঙৰ তৃতীয় মহলাৰ পৰা বাগৰি পৰে এগৰাকী যুৱতী (Girl Critically Injured After Falling From The 3th Floor Of A Building)। বিল্ডিঙৰ পৰা বাগৰি পৰি এটা টিঙৰ
Read More...

অতিমাত্ৰা গতিত মটৰ চাইকেল চলাই দুৰ্ঘটনাত পতিত হ’ল এজন প্ৰেমিক। প্ৰেমিকাৰ পৰিয়ালৰ হাতত ধৰা পৰাৰ…

হোষ্টেলৰ পৰা প্ৰেমিকাক পলুৱাই লৈ গৈছিল প্ৰেমিকে; পিছে-পিছে খেদিলে প্ৰেমিকাৰ পৰিয়ালে, ধৰা পৰিব বুলি প্ৰেমিকে অতিমাত্ৰা গতিত মটৰ চাইকেল চলালে, তাৰ পিছত ভয়ংকৰ বাইক দুৰ্ঘটনা, গুৰুতৰভাবে আহত প্ৰেমিক বঙাইগাঁৱৰ (Bongaigaon) কোকিলা আৰক্ষী
Read More...

নাবালিকাক শাৰীৰিক আৰু মানসিক শোষণ কৰাৰ অভিযোগত ৬৫ বছৰীয়া বৃদ্ধাক গ্ৰেপ্তাৰ

৬৫ বছৰীয়া বৃদ্ধাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ ।পৰিয়াল ১৪-১৫ বছৰীয়া নবালিকা বহু দিন ধৰি শাৰীৰিক আৰু মানসিক শোষণ কৰাৰ অভিযোগ। ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে নাবালিকা বা নাৰী নিৰ্যাতনৰ ঘটনা। বহু অপৰাধী শাস্তি পাইছে যদিও ৰাজ্যত কমা
Read More...

বিশ্ব বেংকৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত বিশ্ব বেংকৰ দক্ষিণ এছিয়াৰ ক্ষেত্ৰীয় উপাধ্যক্ষ মাৰ্টিন ৰেইজাৰ আৰু বিশ্ব বেংক, ভাৰতৰ সঞ্চালক অগষ্ট টানো কোৱামেৰ সৈতে এক সফল বৈঠক অনুষ্ঠিত হয়৷
Read More...