Breaking

Browsing Category

অসম

সূতাৰপাৰাত পকী -পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি-অনিয়ম ,ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ….

অভিযোগ অনুসৰি গোৱালপাৰা জিলাৰ মাটিয়াৰ পৰা শিমলিতোলালৈ যোৱা (এ.এছ-০৭-৪০৫)পে কেজ নম্বৰৰ পথটি নিৰ্মাণৰ দুই মাহ সম্পূৰ্ণ নোহোৱতেই বিভিন্ন ঠাইত ব্লেক টুপিং বোৰ বখলা-বখলে উঠি যোৱাত ৰাইজ অতিষ্ঠ হৈ পৰিছে।নিম্নমানৰ কামৰ বাবেই ভৰিৰে গচকিলে উঠি যায়
Read More...

বৰপেটাৰ কাছুমাৰাত ধুমুহাৰ তাণ্ডৱত এগৰাকী বৃদ্ধাৰ মৃত্যু

বুধবাৰে পুৱাৰ ভাগত অহা তীব্রবেগী ধুমুহাই কাল হ'ল এগৰাকী বৃদ্ধাৰ। বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাদিয়াত ধুমুহাৰ তাণ্ডৱত এগৰাকী বৃদ্ধাৰ মৃত্যু হয়। জানিব পৰা মতে দক্ষিণ মৈৰাদিয়া গাঁওৰ ৭৫ বছৰীয়া, আন্না খাতুন নামৰ বৃদ্ধা
Read More...

‘কৃষকসকলে নিজৰ মন মগজু ঠিক কৰি লৈহে খেতি কৰিব লাগে’,: ঘনশ্যাম দাস

আজি বাক্সা জিলাৰ বৰিমাখাত স্বাধীনতাৰ অমৃত মহোৎসৱৰ অন্তৰ্গত কৃষকৰ অংশীদাৰিত্ব আমাৰ প্ৰাথমিকতাৰ অংশ হিচাপে কৃষক মেলা উদ্বোধন কৰি এই মন্তব্য কৰে বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে। কৃষি বিজ্ঞান কেন্দ্ৰ, বাক্সাৰ উদ্যোগত অনুষ্ঠিত
Read More...

বলিউদৰ ৪ গৰাকী অভিনেত্ৰী!প্ৰথম অৱস্থাত ফ্লপ,পিছত হিট!

অভিনেত্ৰীসকলে কেৱল তেওঁলোকৰ কেৰিয়াৰ কেৱল পৰ্দাত প্ৰদৰ্শনত সীমাবদ্ধ কৰা নাই।তেওঁলোকে সমগ্ৰ বিশ্বতে ঘটি থকা ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে ভালদৰে অৱগত আৰু বিবৃতি দিয়াৰ পৰাও আঁতৰি থকা নাই।কিছুমানে মাত মাতিবলৈ প্ৰশংসা কৰে, আন কিছুমানে তেওঁলোকৰ
Read More...

নলবাৰীৰ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক সহ ভালেকেইগৰাকীৰ আম আদমী পাৰ্টীত যোগদান

"অসমত চুনামি হৈ আহিছে আম আদমী পাৰ্টি ,অসমত আম আদমী পাৰ্টিৰ সম্মুখত চুনামীৰ দৰে সকলো সাম্প্ৰদায়ীক শক্তি শেষ হৈ যাব" নলবাৰীত এই মন্তব্য প্ৰকাশ কৰেনলবাৰী জিলা আম আদমী পাৰ্টিৰ জিলা সমন্বয়ক আনচুল হকে । আজি সন্ধিয়া নলবাৰী প্ৰেছ ক্লাবত আম আদমী
Read More...

বিশ্বৰ ৫০ খন প্ৰদূষিত চহৰৰ ভিতৰত ৩৫ খনেই ভাৰতৰ!

সাৱধান!বিশ্বৰ ৫০ খন প্ৰদূষিত চহৰৰ ভিতৰত ৩৫খনেই হৈছে ভাৰতৰ।প্ৰদূষিত চহৰৰ হিচাপে প্ৰতিবাৰেই ভাৰতৰ ৰাজধানী দিল্লীয়েই প্ৰথম স্থান লাভ কৰি আহিছে বিগত ৪ বছৰে।কিন্তু এইবাৰ বিশ্বৰ ৫০ খন প্ৰদূষিত চহৰৰ ভিতৰত ৩৫খনেই ভাৰতৰ।বিশ্বৰ বিভিন্ন চহৰত বায়ু
Read More...

মানিকপুৰৰ জাউবাৰীত উলহ- মালহেৰে দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উৎযাপন….

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, অতিকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। দুটা বছৰ বিৰতিৰ পিছত এইবাৰ মুকলি মনেৰে উলাই আহিছে বিহু বলীয়া ৰাইজ। অসমীয়া হিয়াৰ আমঠু বিহুক লৈ পিছ পৰি থকা নাই মানিকপুৰৰ ৰাইজ। মানিকপুৰৰ ঝাউবাৰী
Read More...

বিশ্ব শান্তিৰ বাবে ফকিৰাগ্রামত সমূহীয়া ইফতাৰ আৰু দোৱা অনুষ্ঠান

বিশ্ব শান্তিৰ বাবে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রামৰ জামা মসজিতোত সমূহীয়া ইফতাৰ আৰু দোৱা অনুষ্ঠানৰ আয়োজন কৰা হয় ।ফকিৰাগ্রাম থানাস্থিত ফকিৰাগ্রামৰ জামা মসজিতোৰ প্রাঙ্গণত এক সমুহীয়া ইফটাৰ পাৰ্টীৰ আয়োজন কৰা হয় । বৃহত্তৰ ফকিৰাগ্রামৰ অঞ্চলৰ সকলো ধৰ্মৰ
Read More...

হাজোত দুৰ্বৃত্বই তাণ্ডৱ চলোৱা হনুমান মন্দিৰৰ পুনঃনিৰ্মানৰ আধাৰশিলা স্থাপন বিধায়িকা সুমন হৰিপ্ৰিয়াৰ

কিছুদিন পূৰ্বে হাজোৰ পতনিস্থিত হনুমান মন্দিৰত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰি বিস্তৰ ক্ষতিসাধন কৰা নিন্দনীয় ঘটনাৰ পিছতেই হাজোৰ বিধায়িকা সুমন হৰিপ্ৰীয়াই তাৎক্ষণিক ভাৱে পূৰ্বৰ স্থানতেই বিধায়িকা পূজিৰ ৮ লাখ ৫০ হাজাৰ টকাৰ ব্যয় সাপেক্ষে হনুমান
Read More...