Breaking

Browsing Category

অৰ্থনীতি

অসম বাজেট: প্ৰতিজন ক’ভিড ভুক্তভোগীৰ পৰিয়ালৰ বাবে ১ লাখ টকা, শিক্ষাৰ্থীৰ বাবে ফোন

অসমৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী অজন্তা নেওগে শুকুৰবাৰে বিধানসভাত ৫৬৬.২০ কোটি টকাৰ ঘাটি বাজেট উত্থাপন কৰে।ক'ভিড-১৯ মহামাৰীৰ দ্বাৰা হেৰুওৱা প্ৰতিটো সদস্যৰ পৰিয়ালক ১ লাখ টকাৰ আৰ্থিক সহায়ৰ দৰে বিভিন্ন সাহসী পদক্ষেপ বিধানসভাখনৰ।
Read More...

খালী আছে ৮০ হাজাৰ নতুনকৈ সৃষ্টি কৰিব ২০ হাজাৰ পদ সদৰী কৰিলে বিত্তমন্ত্রী অজন্তা নেওগে

এক লাখ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি প্রদানৰ বাবে ৰাজ্যৰ ৫৭টা বিভাগত খালী হৈ আছে ৮০ হাজাৰ পদ৷ বুধবাৰে এই কথা সদৰী কৰিলে বিত্তমন্ত্রী অজন্তা নেওগে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, ৰাজ্যিক কেবিনেটে ইতিপূর্বে গঠন কৰি দিয়া কমিটীয়ে সকলো বিভাগৰ
Read More...

সাধাৰণ জনতাৰ ওপৰত মাধমাৰ! ২৫.৫০ টকাকৈ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

 জুলাই মাহৰ প্ৰথমটো দিনতে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ। প্ৰতিদিনে বৃদ্ধি পাই থকা পেট্ৰ’ল–ডিজেলৰ দামৰ পিছত আজি এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে। চৰকাৰী তেল কোম্পানীসমূহে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত ২৫.৫০ টকা দাম বৃদ্ধি কৰিছে। আনহাতে, বাণিজ্যিক
Read More...

বাক্সাত কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কাৰ্যবাহী সদস্য ঘনশ্যম দাসৰ

কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে আজি বিটিচি প্ৰশাসনৰ কৃষি বিভাগে বাক্সা জিলাৰ মুছলপুৰত ৰাজ্যিক নিজস্ব অগ্ৰাধিকাৰ আঁচনিৰ অধীনত কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷ এই উদ্দেশ্যে আজি জিলাখনৰ কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সভাগৃহত
Read More...

বিল পৰিশোধক লৈ বৃহৎ ঘোষণা : ২৪ ঘন্টাই অসমৰ জনসাধাৰণে লাভ কৰিব বিদ্যুৎ

২৪ ঘন্টাই অসমৰ জনসাধাৰণে লাভ কৰিব বিদ্যুৎ! বিল পৰিশোধক লৈ বৃহৎ ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষীৰ বিশাল কণভয়। আজি বিজুলী ভৱনত উপস্থিত হয় মন্ত্ৰী বিমল বৰা। অসমৰ জনসাধাৰণে যাতে বিদ্যুতৰ পৰা সমস্যাত নপৰে তাৰ বাবে
Read More...

মৰিগাঁৱত বজাৰৰ অভাৱত বাগানতে গেলি পচি গৈছে লক্ষাধিক টকা ব্যয়ৰে কৰা সুস্বাদু ড্ৰেগন ফল

সম্প্ৰতি ক'ৰোনা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে কৃষক সকলৰ জীৱনলৈ দৰিদ্ৰতা নামি আহিছে। ৰাজ্য খনৰ লগতে মৰিগাঁৱতো কৃষিজীৱি ৰাইজে গাঁঠিৰ ধন খৰচ কৰি আশাৰে কৰা খেতি বজাৰ নোহোৱাত পথাৰতে গেলি পচি শুকাই যোৱাত কৃষক ৰাইজৰ জীৱনলৈ নামি আহিছে ঘোৰ
Read More...

ছুইছ বেংকত ভাৰতীয়ৰ জমাধন বৃদ্ধি

ছুইছ বেংকত ভাৰতীয় লোকৰ জমাধনৰ পৰিমাণ ২০,৭০০ কোটি টকালৈ বৃদ্ধি পাইছে৷ ১৩ বছৰৰ ভিতৰত ২০২০ চনত বিদেশী বেংকত ভাৰতীয় বিভিন্ন বিত্তীয় প্রতিষ্ঠান তথা ব্যক্তি বিশেষৰ জমাধনৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি পোৱা দেখিবলৈ পাইছে৷ ছুইজাৰলেণ্ডৰ কেন্দ্রীয়
Read More...

২ কোটিৰো অধিক উপাৰ্জন কৰিলে Credit Cardৰ বিল পৰিশোধ কৰি

বৰ্তমান সময়ত সকলো লোকেই নিজৰ প্ৰয়োজনীয়তা পূৰণৰ হেতু ক্ৰেডিট কাৰ্ড (Credit card) আৰু ডেবিট কাৰ্ড (Debit card) ব্যৱহাৰ কৰে। অৱশ্যে ক্ৰেডিট কাৰ্ডৰ গৰাকীৰ সকলৰ বাবে আজিৰ এই বিশেষ প্ৰতিবেদন। যদি আপোনাৰো ক্ৰেডিট কাৰ্ড আছে তেন্তে এই বাতৰি হ'ব
Read More...

ক’ভিডত অনাথ শিশুৰ বাবে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি ঘোষণা

মোদী চৰকাৰৰ সপ্তম বৰ্ষ পূৰ্তি উপলক্ষ্যে অসম চৰকাৰে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি। এই আঁচনিৰ অধীনত ক’ৰোনাত আক্ৰান্ত হৈ পিতৃ-মাতৃক হেৰুওৱা শিশুৰ প্ৰতিপালনৰ ব্যৱস্থা কৰা হ’ব। ক’ৰোনাত পিতৃ-মাতৃ বা পৰিয়ালৰ উপাৰ্জনকাৰী ব্যক্তিক
Read More...

লাহৰীঘাট বজাৰত ভয়াবহ অগ্নিকাণ্ডত বৃহৎ পৰিমাণৰ ক্ষয় ক্ষতি :দুপৰীয়াৰ অগ্নিকাণ্ডত দাউ দাউ জ্বলিল…

আজি দুপৰীয়া প্ৰায় ২•৩০ বজাত মৰিগাঁও জিলাৰ লাহৰীঘাট বজাৰৰ থানাৰ উত্তৰত অৱস্থিত  দোকানত অকস্মাত জুই লাগি হোটেল, কিতাপ দোকান, পান দোকান , ফাৰ্মাচি ডিষ্টিভিউটাৰ , কম্পিউটাৰ দোকান  , মবাইল ৰিচাৰ্ছ ডিষ্টিভিউটাৰ দোকানৰ , ফ্ৰীজৰ দোকানৰ  লগতে 
Read More...