Breaking

Browsing Category

শিক্ষা

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত শিক্ষক দিৱস পালনঃ ২৫ জন কৃতী…

মঙলবাৰে সমগ্ৰ দেশৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ প্ৰেক্ষাগৃহত আৱেলি ২ বজাত শিক্ষক দিৱস পালন কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ যৌথ উদ্যোগত শিক্ষক দিৱস পালন কৰা হয়।
Read More...

জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সধাৰণ সভা

কুৰি শতিকাৰ চতুৰ্থ দশক অৰ্থাৎ ১৯৩৭ চনতে মৰিগাঁও জিলাৰ বৃহত্তৰ জালুগুটি অঞ্চলত প্ৰতিষ্ঠা লাভ কৰা জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুদীৰ্ঘ ৮৬ বছৰ পাছত দেওবাৰে পুৱা ১০ বজাৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়৷ সাধাৰণ
Read More...

গহপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আজৱ কাণ্ড; নিৰ্দিষ্ট তিথিৰ পৰিবৰ্তে আজিয়েই উদযাপন কৰিলে শিক্ষক…

গহপুৰ মহকুমাৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে মহান মনীষী ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিৱসটি দুদিনৰ পূৰ্বে অনুষ্ঠিত কৰাক লৈ সৰ্বত্ৰতে চৰ্চা চলিছে। উল্লেখ্য যে মহকুমাটোৰ অন্যতম উল্লেখযোগ্য ব্যক্তিগত শিক্ষানুষ্ঠান চেণ্ট যোচেফ
Read More...

আজিৰে পৰা আৰম্ভ ৩খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান…

ৰাজ্যৰ স্বাস্থ্যখণ্ডত আন এক যুগান্তকাৰী পদক্ষেপ। আজিৰে পৰা আৰম্ভ ৩খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান।
Read More...

বিশিষ্ট সাংবাদিক লেখক সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি…

বিশিষ্ট সাংবাদিক লেখক সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি দিয়া হৈছে৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ
Read More...

দিশপুৰ মহাবিদ্যালয়ত ৪৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

অসমৰ উচ্চশিক্ষাৰ আগশাৰীৰ অন্যতম প্ৰতিষ্ঠান দিশপুৰ মহাবিদ্যালয়ৰ প্ৰাংগনত সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে পঞ্চচত্বাৰিংশতম্ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়।
Read More...

কৃতী শিক্ষক উদয় চন্দ্ৰ দাসৰ সোঁৱৰণত শৈক্ষিক ৱেবছাইট মুকলি

ছাত্ৰ-ছাত্ৰীৰ উপকৃত হোৱাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ক হোৱাৰ লক্ষ্যৰে আজি বৰপেটা চহৰত বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত (শিক্ষা) তথা সমগ্র শিক্ষা বৰপেটাৰ জিলা মিছন সমন্বয়ক লখিমী দত্তই www.uday4u.com নামৰ এক শৈক্ষিক ৱেবছাইট উদ্বোধন কৰে।
Read More...

ঢকুৱাখনা বি.এড. মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা

“এখন সমাজ সু-শৃংখলিত হৈ চলিবলৈ সৎ মানুহৰ প্ৰয়োজন। মানুহ সৎ হ’বলৈ হ’লে সৰল, বিনয়ী, নম্ৰ আৰু সু-শিক্ষিত হ’ব লাগিব। কিন্তু বৰ্তমান সময়ত সু-শিক্ষিত মানুহ সৃষ্টি কৰাটোৱেই আটাইতকৈ টান কাম”- এই মন্তব্য পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
Read More...

ইলোৰা বিজ্ঞান মঞ্চৰ কুইজ প্ৰতিযোগিতা, বক্তৃতা অনুষ্ঠান আৰু সজাগতা সভা সম্পন্ন…

ইলোৰা বিজ্ঞান মঞ্চৰ কুইজ প্ৰতিযোগিতা, বক্তৃতা অনুষ্ঠান আৰু সজাগতা সভা সম্পন্ন চকিৰভিঠা হাইস্কুলত ৰাষ্ট্ৰীয় বিজ্ঞান মনষ্কতা দিৱস উদযাপন ইলোৰা বিজ্ঞান মঞ্চ কয়াকুছি শাখাৰ উদ্যোগত আৰু চকিৰভিঠা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি দিনৰ
Read More...

দলগাঁৱৰ কৌপাটীত শিক্ষয়িত্ৰীৰ বদলিকৰণক লৈ ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

এগৰাকী শিক্ষয়িত্ৰী বদলিকৰণক লৈ ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ। বিদ্যালয়ৰ খনৰ অধ্যক্ষক ঘেৰি ধৰি উত্তৰ বিচাৰিলে ছাত্ৰ ছাত্ৰীসকলে। "আগতে পৰ্যাপ্ত পৰিমাণৰ শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়ক তাৰ পিছত
Read More...