Breaking

Browsing Category

শিক্ষা

অসম ডন বস্কো বিশ্ববিদ্যালয় (এডিবিইউ)লৈ ই-নৰ্থ ইষ্ট বঁটা…

অসম ডন বস্কো বিশ্ববিদ্যালয় (এডিবিইউ)লৈ ই-নৰ্থ ইষ্ট বঁটা অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ মহিলা সৱলীকৰণ কোষ ‘ভনিতাগ্ৰাতা (VanitAgrata)’ই সামাজিক আৰু বিত্তীয় শাখাৰ অধীনত ২০২৩ চনৰ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰিছে। ২৪ আৰু ২৫ নৱেম্বৰত কাউন্সিল ফৰ
Read More...

তামুলপুৰত মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক আনন্দৰাম বঁটা প্ৰদান…

তামুলপুৰত মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক আনন্দৰাম বঁটা প্ৰদান। তামুলপুৰ আঞ্চলিক দূৰ্গা মন্দিৰ সভাগৃহত আজি অসম চৰকাৰৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উত্তৰণৰ বাবে আনন্দৰাম বঁটা প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰে।
Read More...

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাৰ অসমীয়া বিষয় থকা শ্ৰীমন্ত শঙ্কৰদেৱ ছিনিয়ৰ চেকেণ্ডেৰী…

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাৰ অসমীয়া বিষয় থকা শ্ৰীমন্ত শঙ্কৰদেৱ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰিচালনা সমিতিৰ প্ৰশংসনীয় পদক্ষেপ; মেধাৱী শিক্ষাৰ্থীৰ বাবে শিক্ষামূলক ভ্ৰমণ চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি - ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা
Read More...

অসম কৃষি বিশ্ববিদ্যালয়ত উদ্যোগ-শৈক্ষিক আন্তঃপৃষ্ঠ বিষয়ক অধিবেশন…

অসম কৃষি বিশ্ববিদ্যালয়ত উদ্যোগ-শৈক্ষিক আন্তঃপৃষ্ঠ বিষয়ক অধিবেশন গৌৰৱোজ্জল শতবৰ্ষত উপনীত হোৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তিতাবৰস্থ অসম ধান গৱেষণা প্ৰতিষ্ঠানে ইয়াৰ শতবাৰ্ষিকী উপলক্ষে গ্ৰহণ কৰা বছৰজোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি
Read More...

বিলাসীপাৰাত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন

সকলো ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰিৰ বেতন বিনাচৰ্তে সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীৰে বুধবাৰে বিলাসীপাৰা শিক্ষা খণ্ড কাৰ্যালয়ত গনতান্ত্ৰিক ভাৱে ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।
Read More...

ইতিহাসৰ পাঠ্যক্ৰমত ৰামায়ণ-মহাভাৰত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ এন.চি.ই.আৰ.টি.ৰ বিশেষ সমিতিৰ…

ইতিহাসৰ পাঠ্যক্ৰমত ৰামায়ণ-মহাভাৰত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ এন.চি.ই.আৰ.টি.ৰ বিশেষ সমিতিৰ দুই মহাকাব্য ৰামায়ণ আৰু মহাভাৰত হয়তো ইতিহাসৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হ’ব৷ এনচিইআৰটিৰ সমাজ বিজ্ঞান সমিতিয়ে এনে ধৰণৰ প্ৰস্তাৱ আগবঢ়াইছে। সৰ্বভাৰতীয়
Read More...

নাজিৰাত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ

সমগ্ৰ শিক্ষা, নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ উদ্যোগত নিপুণ অসমৰ অধীনত নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত দেওপানী, বৰুৱা আলি, বৰছিলা, লোণপুৰীয়া, নামতি- আলি, নামতি দ'ল, নামতি চাৰি আলি আৰু বৰাহীবাৰীকে ধৰি আঠটা মণ্ডল সমল কেন্দ্ৰৰ মুঠ ৮৪
Read More...

বেদক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ ১০০ কোটি টকা আৱণ্টন কৰিলে শিক্ষা মন্ত্ৰালয়ে…

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৈছে যে কেন্দ্ৰই পাঠ্যক্ৰমত বেদ আৰু ভাৰতীয় ভাষা প্ৰৱৰ্তনৰ লক্ষ্যৰে বিভিন্ন প্ৰকল্পসমূহৰ বাবে ১০০ কোটি টকা আৱণ্টন কৰিছে। বৈদিক বোৰ্ডৰ দ্বাৰা প্ৰদান কৰা দশম শ্ৰেণী (বেদ ভূষণ) আৰু দ্বাদশ শ্ৰেণীৰ
Read More...

অসম ডনবস্ক’ বিশ্ববিদ্যালয়ে ৫ খন টাইৱান বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে

অসম ডনবস্ক’ বিশ্ববিদ্যালয়ে টাইৱানৰ পাঁচখন (৫) বিশ্ববিদ্যালয়ৰ সৈতে নতুন দিল্লীত ১৯ নৱেম্বৰত এআইচিটিইৰ অধ্যক্ষ আৰু টাইৱানৰ শিক্ষা মন্ত্ৰালয়ৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা বিশ্ববিদ্যালয়সমূহ হ’ল -
Read More...

ছেবাই বন্ধৰ দিনতো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সময়সূচী ! সলনি হ’ল ৩টা বিষয়ৰ পৰীক্ষাৰ…

পুনৰ উন্মোচন ছেবাৰ কাণ্ডজ্ঞানহীনতা। বন্ধৰ দিনতো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সময়সূচী। শিক্ষক-শিক্ষাৰ্থীয়ে অৱগত কৰাৰ পাছতহে সম্বিৎ ঘূৰাই পালে ছেবাই।
Read More...