Browsing Category

বিনোদন

জার্মানীৰ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ আমন্ত্রিত ‘বেলকনিত ভগৱান’

দেশে–বিদেশে সুখ্যাতি লাভ কৰা অসমীয়া চলচ্চিত্র ‘বেলকনিত ভগৱান’ এইবাৰ প্রদর্শনীৰ বাবে আমন্ত্রণ লাভ কৰিছে জর্মানীৰ খ্যাতনামা চলচ্চিত্র মহোৎসৱ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ ষ্টুটগার্টৰ পৰা৷ অহা ২১ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱখনৰ
Read More...

১৫ বছৰীয়া বৈবাহিক জীৱন সমাপ্ত আমিৰ-কিৰণৰ

১৫ বছৰীয়া বিবাহ সমাপ্ত কৰাৰ সিদ্ধান্ত ল'লে বলীউড অভিনেতা আমিৰ খান আৰু তেওঁৰ পত্নী কিৰণ ৰাৱে। শক্তি দম্পতীহালে ৩ জুলাইত এক যুটীয়া বিবৃতিৰে পৃথকীকৰণৰ কথা ঘোষণা কৰে। অভিনেতাজনে প্ৰথমে ৰীনা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দম্পতীহালৰ দুই
Read More...

কেবিনেট মৰ্যদা প্ৰদান চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা

আজি অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকত৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক কেবিনেট মৰ্যদা প্ৰদান কৰা হয়৷ লগতে আজি কেবিনেট সিদ্ধান্ত নিৰীক্ষণৰ দায়িত্ব ৩গৰাকী মন্ত্ৰীক প্ৰদান কৰা
Read More...

“কৰ’নাচে বাজতে হ’লে দূৰে দূৰে ৰহ’না” ঝুমুৰ গীতৰ লহৰে শ্ৰমিকক কভিড জয়…

চাহ-বাগিছাৰ শ্ৰমিক সমাজত কৰ'নাৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰাৰ সময়তে নাজিৰা মহকুমা প্ৰশাসনে সকলো শ্ৰমিকে উপলব্ধি কৰিব পৰাকৈ এটি গীতৰ এলবাম নাজিৰাৰ চিনাকি চাহ-বাগিচা সমূহৰ দৃশ্যায়নৰ মাজেদি দুদিন পূৰ্বে মুকলি কৰে । অঁনাতাৰ শিল্পী ভদ্ৰ
Read More...

ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অমান্য কৰা চাৰিটা সমবায় বেংকলৈ জৰিমনা ! RBIএ জাৰি কৰিছে এইসমূহ নতুন…

চাৰিটাকৈ সমবায় বেংকৰ ওপৰত ক্ষুন্ন ভাৰতীয় ৰিজাৰ্ভ বেংক। ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰণ নকৰাৰ বাবেই দেশৰ এইকেইটা সমবায় বেংকৰ ওপৰত আৰোপ কৰিছে জৰিমনা। মঙলবাৰে হায়দৰাবাদস্থিত অন্ধ্ৰপ্ৰদেশ মহেশ কো-অপাৰেটিভ আৰ্বান বেংকক ১১২.৫০ লাখ টকাৰ
Read More...

ড্ৰামচেট বজাই পৰিয়ালক ভৰন পোষণ দিয়া এগৰাকী যুৱতী

ড্ৰামচেট বজাই পৰিয়ালক ভৰন পোষণ দিয়া এগৰাকী যুৱতী ৷ ক’ৰনা মহামাৰীৰ ফলত হোৱা লকডাউনে কোঙা কৰিছে পৰিয়ালটিৰ লগতে বেণ্ডপাৰ্টিৰ সদস্যবৃন্দক ৷ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নোলোৱাকৈ কৃষ্টিৰ পথাৰখন সাৰুৱা কৰা এগৰাকী যুৱতী গৰাকী ৷ দৰং জিলাৰ
Read More...

আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ ২০টাতকৈও অধিক বাদ্যযন্ত্ৰ বজাব পৰা কাকজানৰ এজন যুৱক

সম্প্ৰতি অসমত ক'ৰণাই জনজীৱন বিপৰ্যস্ত কৰি তুলিছে ।ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবে কণ্ঠশিল্পী সকলৰ লগতে বাদ্যযন্ত্ৰী শিল্পী সকলৰো আৰ্থিক অৱস্থা অতি শোচনীয় হৈছে ।কাকজানৰ এজন  যুৱপ্ৰতিভা; নাম পাৰ্থ টিংকু দত্ত।বহুমুখী প্ৰতিভাসম্পন্ন টিংকুৰ আছে 
Read More...

ব্রীজৰ মূল অভিনেত্রী শিৱাৰাণী কলিতালৈ শ্রেষ্ঠ অভিনেত্রীৰ আন্তঃৰাষ্ট্রীয় সন্মান

ব্রীজৰ জৰিয়তে অসমীয়া চলচ্চিত্রলৈ আহিছে আন এক সূখবৰ৷ ২২–২৬ জুনলৈ সদ্যসমাপ্ত কানাডাত অনুষ্ঠিত চতুর্থ অ’টোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল এৱার্ডত কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নির্মিত বহুল চর্চিত অসমীয়া পূর্ণদৈর্ঘ্যৰ চলচ্চিত্র
Read More...

কোভিড প্ৰট’কল পালন কৰি সাজু কৰি তোলা হৈছে নতুন অসমীয়া চিনেমা ‘দেউতা’

ক’ৰোনা কালে অসমৰ সাংস্কৃতিক জগতখনলৈ কাল অমানিশা নমাই আনিলেও তাক অতিক্ৰম কৰি বিশেষকৈ অসমৰ ছবি উদ্যোগটোক পুনৰোজ্জীৱিত কৰি ৰাখিবলৈ আৰু ছবি নির্মাণৰ ধাৰাটো অব্যাহত ৰাখিবলৈ সংকল্পবদ্ধ হৈছে গৌৰী ফিল্মছ। ইতিমধ্যে প্ৰযোজনাগোষ্ঠীটোৰ বেনাৰত নির্মিত
Read More...

কলাগুৰুক ব্যতিক্ৰমী ৰূপত স্মৰণ : তিনি মিনিটতে বিষ্ণু ৰাভাৰ ছবি অংকন কৰি চৰ্চিত ধলাইবিলৰ বিতুপন ভূঞা

সমগ্ৰ ৰাজ্যজুৰি ২০ জুন তাৰিখে কলাগুৰু বিষ্ণু ৰাভা দেৱৰ স্মৃতিত ৰাভা দিৱস পালন কৰি অহাৰ মাজতে আজি দুৱছৰ ধৰি ক'ভিড সৃষ্ট পৰিস্থিতিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ পালন কৰি অহাৰ মাজতে চলিত বৰ্ষত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত যোৱা ২০
Read More...