Breaking

Browsing Category

প্ৰকৃতি

জলবায়ু পৰিৱৰ্তন আৰু অভিযোজন শীৰ্ষক সজাগতা সভা

ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান, নলবাৰী সম্প্ৰসাৰণ কেন্দ্ৰৰ উদ্যোগত আৰু তামুলপুৰ জিলাৰ কুমাৰীকাটাস্থিত জিলাখনৰ আগশাৰীৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন " নৱোদয় ফাউণ্ডেশ্বন"ৰ সহযোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
Read More...

বিশ্বৰ বিখ্যাত মৰুভূমি চহৰ ডুবাইত বানপানী

বিশ্বৰ বিখ্যাত আৰু সুন্দৰ মৰুভূমি চহৰ ডুবাই বৰ্তমান বানপানীৰ সৈতে যুঁজিছে। য'ত বেছিভাগ সময়তে গৰম আৰু খৰাং থাকে, তেনে ঋতুৰ পৰিৱৰ্তনৰ ফলত পৰিস্থিতি ভয়াৱহ হৈ পৰা দেখা গৈছে। ডুবাইৰ
Read More...

ঘূৰ্ণীবতাহৰ ধুমুহা ‘মিধিলি’ৰ প্ৰভাৱ! আজি অসমতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…

ঘূৰ্ণীবতাহৰ ধুমুহাৰ প্ৰভাৱৰ বাবে আজি অৰ্থাৎ শনিবাৰে অসম, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ওড়িশাকে ধৰি দেশৰ বহু ৰাজ্যত বৰষুণৰ সম্ভাৱনা আছে।আজি পুৱা দেশৰ ৰাজধানী দিল্লীত দেখা
Read More...

ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ ‘মিধিলি’অসমত কি প্ৰভাৱ পৰিব‘মিধিলি’ৰ ?

ঘূৰ্ণীবতাহৰ নাম ‘মিধিলি’। নাম দিছে মলদ্বীপে। ক্ৰমশঃ ই ওড়িশা আৰু বংগ উপকূলৰ ওচৰলৈ আহি আছে। দিঘাৰ পৰা দূৰত্ব ২০০ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ-পূব দিশে। ইয়াৰ প্ৰভাৱত আজি, শুকুৰবাৰে প্ৰবল বৰষুণ হব পাৰে উপকূল অঞ্চলত। পাতল-মজলীয়া বৰষুণৰ
Read More...

এজাক বৰষুণৰ পিছতে দিল্লীত ঠাণ্ডা বৃদ্ধি…

আজি দিল্লীৰ সৰ্বোচ্চ তাপমাত্ৰা ২৫ ডিগ্ৰী চেলছিয়াছ, আনহাতে সৰ্বনিম্ন তাপমাত্ৰা ১৫ ডিগ্ৰী চেলছিয়াছ হ’ব। বৰষুণৰ পিছতে মানুহে প্ৰদূষণৰ সমস্যাৰ পৰা কিছু সকাহ পাইছে। এইবাবেই দিল্লীৰ AQIও যথেষ্ট হ্ৰাস পাইছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি
Read More...

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত জৈৱিক সাৰ উৎপাদনৰ এদিনীয়া কৰ্মশালা

পৰিবেশ প্ৰদূষণ মুক্ত আৰু ৰক্ষণাবেক্ষণৰ প্ৰতি লক্ষ্য কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যান বৃহস্পতিবাৰে প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে চলিল কেচুসাৰ উৎপাদনৰ প্ৰশিক্ষণ। প্ৰশিক্ষক হিচাপে উপস্থিত থাকে অৰন্যক নামৰ অসমৰ আগশাৰীৰ বেচৰকাৰী অনুষ্ঠানৰ জেষ্ঠ
Read More...

‘হামুনে’ আনিব পাৰে বিপদ, ৫খন ৰাজ্যলৈ সতৰ্কবাণী…

বংগোপসাগৰৰ বাংলাদেশৰ সমীপত সক্ৰিয় ঘূৰ্ণীবতাহ ধুমুহা ‘হামুন’ বিপদজনক হৈ পৰিছে। ইয়াৰ প্ৰভাৱৰ বাবে আজি দেশৰ ৫ খন ৰাজ্যত প্ৰচণ্ড বৰষুণ হ'ব পাৰে। বতৰ বিজ্ঞান বিভাগে ঘূৰ্ণীবতাহ ধুমুহা ‘হামুন’ৰ সন্দৰ্ভত এক আপডেট জাৰি কৰিছে। আগন্তুক ১২ ঘন্টাত
Read More...

নৱৰাত্ৰিৰ মাজতে হ’ব প্ৰচণ্ড বৰষুণ, আই এম ডিৰ সতৰ্কবাণী…

বৰষুণৰ সতৰ্কবাণীঃ নৱৰাত্ৰীৰ সময়ত বহু ৰাজ্যত বতৰ পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰিছে আৰু ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ১৭ অক্টোবৰলৈকে বহু ৰাজ্যত বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। উত্তৰ ভাৰতৰ উপৰিও আই এম ডিয়ে দক্ষিণ ভাৰতৰ বহু ৰাজ্যত বৰষুণ সন্দৰ্ভত এক সতৰ্কবাণী
Read More...

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সপ্তাহ উদযাপন

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰেক্ষাগৃহত দেওবাৰে প্ৰতিকুল বতৰক নেওচি অনুষ্ঠিত হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ব্যঘ্ৰ প্ৰকল্পৰ সৌজন্যত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন অন্তিম তথা সপ্তম দিনৰ কাৰ্যসূচী। জাতীয়
Read More...

ছিকিমত বিধ্বংসী বানপানী, ৭ জন জোৱানকে ধৰি ২৬ জনেই হেৰুৱাইছে প্ৰাণ…

৩ অক্টোবৰত ছিকিমত ডাৱৰ বিস্ফোৰণ হোৱাৰ পিছত তীস্তা নদীৰ বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ২৫ হাজাৰ লোক। এই পৰ্যন্ত ৭ জন সেনা জোৱানসহ ২৬ জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে প্ৰায় ১৫০ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। এই সময়ছোৱাত হাজাৰ হাজাৰ ঘৰ
Read More...