Breaking

Browsing Category

প্ৰকৃতি

আই নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কুৰিখনৰো অধিক গাওঁ; প্লাৱিত ন ন…

পুনৰ আই নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কুৰিখনৰো অধিক ৰাজহ গাওঁ। আই নৈৰ পানীত কাহিবাৰী, সাজাল-পাৰা, ভাণ্ডাৰা, ২নং বাশবাৰী,
Read More...

ধুবুৰীৰ শিলঘাগৰী প্ৰথম খণ্ড গাঁৱত ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াৰ তাণ্ডব

ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াই বিভিন্ন ঠাইত তাণ্ডব চলাইছে। শ শ ৰাইজৰ ঘৰ দোৱাৰ ভেটি মাটি ব্ৰহ্মপুত্ৰ বুকুত জাহ যাব ধৰিছে।ধুবুৰীৰ শিলঘাগৰী প্ৰথম খণ্ড গাঁৱতো ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াৰ তাণ্ডব৷ বৰ্তমান বিপদসংকুল অৱস্থাত আছে কেবাশতাধিক পৰিয়াল,
Read More...

বিপৰ্জয়ৰ পৰা ৰাজস্থানৰ ৪ খন জিলাত বানপানীঃ এতিয়ালৈকে ৭ জন লোকৰ প্ৰাণহানি; টংক, বুণ্ডী, কোটাকে ধৰি…

বিপৰ্জয় ধুমুহাৰ বাবে ৰাজস্থানত অব্যাহত আছে ধাৰাসাৰ বৰষুণ। জয়পুৰ বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে টংক, বুণ্ডী, কোটা, বৰা, দৌছা, সৱাইমাধোপুৰ, কৰৌলীত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। ইয়াত আজমেৰ, জয়পুৰ ভিলৱাৰা, চিত্তৰগড়, ঝালাৱাৰ, ধলপুৰৰ
Read More...

মানিকপুৰত বানপানীৰ কবলত কুৰি খনৰো অধিক গাঁও, বিপদসংকুল অৱস্থাত মথাউৰি

কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে উত্তৰ অভয়াপুৰী সমষ্টিৰ কেইবাখনো গাওঁ বুৰাই পেলাইছে। বিশেষকৈ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৪নং,৫নং বাশবাৰী, ভাণ্ডাৰা, বালাৰপেট,
Read More...

কামপুৰত ছিঙিল কপিলীৰ প্ৰেমজান মথাউৰি

কামপুৰত ছিঙিল কপিলীৰ প্ৰেমজান মথাউৰি৷ খানদঙৰ বান্ধ খুলি দিয়াত কপিলী জলস্তৰ বৃদ্ধি পোৱাত কামপুৰ গোসাঁইগাঁও প্ৰেমজান মথাউৰি ছিঙি নিলে কপিলীৰ বাঢ়নী পানীয়ে৷ ৰাইজৰ অভিযোগ, বিগত বৰ্ষত দুটাকৈ
Read More...

ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন অমিত শ্বাহৰ…

গৃহ মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে, ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতি পুনৰীক্ষণৰ বাবে কুচ ভ্ৰমণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। শ্বাহে প্ৰথমে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ আকাশী জৰীপ কৰিব আৰু কুচ, আৰু মাণ্ডভিৰ জাখাউ বন্দৰ ভ্ৰমণ
Read More...

ভাৰত-ভূটান সীমান্তৰ লেব্ৰা শান্তিপুৰত আবদ্ধ এটি বনৰীয়া হাতী

তামুলপুৰ মহকুমাৰ কুমাৰীকাটা ৰেঞ্জৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ লেব্ৰা শান্তিপুৰত এটি বনৰীয়া মাইকী হাতী আঘাতপ্ৰাপ্ত হৈ অসুস্থ হৈ চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে খাদ্যৰ সন্ধানত ভূটানৰ পাদদেশৰ পৰা
Read More...

পুনৰ এক ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে কঁপাই গ’ল ৰাজ্য…

পুনৰ এক ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে কঁপাই গ’ল ৰাজ্য। পুৱা কিছু সময় পূৰ্বে ৰাজ্যখনত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। আজি পুৱা ১০
Read More...

নলবাৰী জিলাত বড়ো ধান ছপোৱা উৎসৱ

নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়, আত্মা (ATMA) ৰ উদ্যোগত এপাৰ্ত (APART) আঁচনিৰ অধীনত চামতা কৃষি চক্ৰৰ অন্তৰ্গত বনগাঁওত "বড়ো ধান চপোৱা উৎসৱ" অনুষ্ঠিত কৰা হয়। জিলা কৃষি বিষয়া প্ৰবীণ চন্দ্ৰ
Read More...

ৰাজ্যত পুনৰ হাতী পোৱালীৰ কৰুণ মৃত্যু

ৰাজ্যত পুনৰ হাতী পোৱালীৰ কৰুণ মৃত্যু ৷ এক সপ্তাহৰ ব্যৱধানতে মৃত্যু তিনিটাকৈ হাতী পোৱালীৰ৷ পূৰ্বৰ দুয়োটা হাতী পোৱালী পানী ভৰ্ত্তি কুঁৱাত পৰি মৃত্যু হোৱাৰ বিপৰীতে (আজি) মঙলবাৰে আন এটা হাতী পোৱালী চাহ
Read More...