Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

দিল্লীৰ এইমছৰ মতে ডিচেম্বৰৰ ভিতৰত দেশত উপলব্ধ হব কৰ’নাৰ ভেকচিন

বিশ্বত কৰ’না ভেকচিন উদ্ভাৱন হোৱা বুলি খবৰ সদৰী হোৱা পিছতেই বিভিন্ন দেত সৃষ্টি হৈছে এই ভেকচিন আহৰনৰ প্ৰতিযোগিতা ।ব্ৰিটেইনত কোৰোণা ৰোগীক ভেকচিন দিয়া আৰম্ভ হ’ব আগন্তুক সপ্তাহৰ পৰা। সেইদৰে ৰাছিয়াতো সাধাৰণ জনতাক কোৰোণাৰ প্ৰতিষেধক  দিয়া আৰম্ভ
Read More...

হোজাইত আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন

হোজাই, ৩ ডিচেম্বৰ: বৃহস্পতিবাৰে হোজাইৰ গোপাল নগৰস্থিত আব্দুল খালিক মেমৰিয়েল হাই স্কুলত দিনযোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন কৰা হয়। সৰ্বশিক্ষা অসম, যোগীযান শিক্ষাখণ্ডৰ উদ্যোগত হোজাইৰ উক্ত হাই স্কুলত হোৱা আন্তৰ্জাতিক
Read More...

মৰিগাঁৱত বিশ্ব দিব্যাংগ দিৱস উদযাপন

মৰিগাঁও ,৩ ডিচেম্বৰঃ বৃহস্পতি বাৰে মৰিগাঁৱত মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা দিব্যাংগ সন্থাৰ সহযোগত জিলা দিব্যাংগ সন্থা কাৰ্য্যালয়ত দিনযোৰা কাৰ্যক্ৰমেৰে বিশ্ব দিব্যাংগ দিৱস উদযাপন কৰে। জিলা দিব্যাংগ সন্থাৰ
Read More...

অসমত পুনৰ ২জন কৰ’ণাত আক্ৰান্ত লোকৰ মৃত্যু

বুধবাৰে অসমত কভিডৰ ফলত দুজনকৈ লোকৰ মৃত্যু হ’ল । মৃত্যু হোৱা লোক দুজন টুন্না ৰাওট আৰু ত্ৰৈলোক্য ৰায়।টুইটাৰযোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই কথা ।মৃত্যু হোৱা লোক দুজনৰ টুন্না ৰাওটৰ ঘৰ যোৰহাটত আৰু ত্ৰৈলোক্য ৰায়ৰ ঘৰ গোৱালপাৰাত
Read More...

হোজাই এছ অ এছ শিশু গাওঁৰ উদ্যোগত বিশ্ব এইডছ দিৱস পালন

হোজাই, ২ ডিচেম্বৰ: মঙ্গলবাৰে হোজাই ধনুৱাৰ বস্তি কমিউনিটি হলত বিশ্ব এইডছ দিৱস পালন কৰা হয়। হোজাই এছ অ এছ শিশু গাওঁৰ উদ্যোগত পৰিয়াল শক্তিশালীকৰণ, এইছআইভি তথা সম্পর্কিত ৰোগ সম্পর্কে সচেতনতা জগাই তোলাৰ উদ্দেশে এই কাৰ্য্যসূচীৰ আয়োজন কৰা হয়।
Read More...

আহি আছে কৰোনা ভেকচিন, কিন্তু কেতিয়া ?

সমগ্ৰ বিশ্বতে এতিয়াও অব্যাহত আছে কৰোনাৰ সংহাৰ । বিশ্বৰ ১৮০ খন দেশৰ লগতে ভাৰতেও অপেক্ষা কৰি আছে কৰোনাৰ ভেকচিনৰ বাবে । প্ৰায়বোৰ দেশে কৰোনাৰ ভেকচিন প্ৰস্তুত কৰিবৰ বাবে প্ৰয়াস কৰি থকা সময়তে গ্ৰেট ব্ৰিটেইনে অনুমোদন জনাইছে Pfizer-BioNTechৰ
Read More...

অভিনেতা ছানি দেউল কৰোনা পজিটিভ

বলিউডৰ জনপ্ৰিয় অভিনেতা ছানি দেউল কৰোনাত আক্ৰমণ । মঙ্গলবাৰে হিমাচলৰ স্থাস্থ্য সচিবে এইকথা প্ৰকাশ কৰে । অভিনেতাৰ লগতে ছানি দেউল ভাৰতীয় জনতা পাৰ্টীৰ গুৰদাসপুৰৰ সাংসদ । পাতলীয়া জ্বৰত ভোগাৰ বাবে অভিনেতা তথা সাংসদ গৰাকীৰ কৰোনা টেষ্ট কৰোঁ হয়
Read More...

আজিৰ পৰা দেশৰ জনসাধাৰণে এমাহ মানিব লাগিব এই নতুন কোভিড প্ৰট’কল

দেশত কোভিড১৯ৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে কোভিড প্ৰটক’ল শিথিল কৰা হৈছিল যদিও ইয়াৰ ফলত দেশৰ কিছুমান ৰাজ্যত পুনৰ কোভিড১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।দেশৰ কিছুমান ৰাজ্যত পুনৰ কোভিড১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১
Read More...

এইবাৰ নোৰো ভাইৰাছৰ সংক্ৰমণ !

কোৰোণা ভাইৰাছৰ উত্‍পত্তিস্থল চীন দেশত এইবাৰ নোৰো ভাইৰাছ নামেৰে এক নতুন ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছে ।নোৰো নামৰ এবিধ নতুন ভাইৰাছে চীনত আৰম্ভ কৰিছে সন্ত্ৰাসৰ। এই নোৰো ভাইৰাছ বিশেষকৈ আক্ৰান্ত হৈছে কণ কণ শিশুৰ লগতে বয়োজ্যেষ্ঠ লোকসকল।এই কথা
Read More...

গুৱাহাটীত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা

ৰাজ্যৰ ভিতৰতে গুৱাহাটীত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা।শীতৰ এই সময়চোৱাত গুৱাহাটীবাসী সাৱধান হোৱা প্ৰয়োজন দেখা দিছে ।ৰাজ্যত ১৬৩জনৰ দেহত ধৰা পৰিছে কৰণা ভাইৰাছ ।কিন্তু ইয়াৰ ভিতৰত ৬১জনেই কামৰূপ মেট্ৰ’ৰ কৰণা ভাইৰাছত আক্ৰান্ত ।এতিয়ালৈকে
Read More...