Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

নিমখ খোৱাৰ ফলত প্ৰতি বছৰে মৃত্যু হৈছে ১৮ লাখতকৈ অধিক লোকৰ…

যদি আপুনি অতিৰিক্ত নিমখ খায় তেন্তে ই আপোনাৰ বাবে বিষ বুলি প্ৰমাণিত হ’ব পাৰে। শৰীৰত অতিৰিক্ত ছডিয়ামৰ বাবে বিশ্বৰ লাখ লাখ মানুহৰ মৃত্যু হয়। কিন্তু নিমখত ছডিয়ামৰ উপস্থিতিৰ বাবে ইয়াৰ অত্যধিক গ্ৰহণৰ ফলত স্বাস্থ্য ক্ষতিকাৰক হ'ব পাৰে। বিশ্ব
Read More...

দীৰ্ঘদিনীয়া ক’ভিড ৰোগীৰ ২০০ৰো অধিক ৰোগ হোৱাৰ আশংকা…

দীৰ্ঘদিনীয়া ক'ভিড এটা ভয়াৱহ ৰোগ, কিন্তু আতংকিত হোৱাৰ প্ৰয়োজন নাই। সচেতন হৈ থাকিলে সময়মতে চিকিৎসা গ্ৰহণ কৰিলে ইয়াৰ পৰা হাত সাৰিব পাৰি। বহুতৰে বাবে Covid-19ৰ অন্ত পৰাটো এতিয়াও দূৰৈৰ সপোন। কাৰণ Covid সংক্ৰমণ আৰোগ্য হোৱাৰ পিছতো শৰীৰত বহু
Read More...

ভাত ৰন্ধাৰ পূৰ্বে চাউল ধোৱাটো জৰুৰী নেকি…

ভাত ৰন্ধাৰ পূৰ্বে চাউল ভালদৰে ধুই লোৱা হয়। কিন্তু আপুনি জানেনে ভাত ৰন্ধাৰ পূৰ্বে চাউল ধোৱাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী! ভাৰতীয় খাদ্য প্লেটৰ এটা গুৰুত্বপূৰ্ণ অংশ ভাত। দেশৰ প্ৰায় প্ৰতিখন ঘৰতে ভাত খায়। বগা চাউল হওক বা ব্ৰাউন ৰাইচ হওক, ই
Read More...

আহাৰ খোৱাৰ পিছত অলপ গুড় খালে আহাৰ জীণ যোৱাত সহায় কৰে…

গুড় কফনাশক, ৰক্তবৰ্ধক, শক্তিবৰ্ধক, ৰুচিবৰ্ধক। গুড় ভিটামিন আৰু খনিজ বস্তুৰে ভৰপূৰ। গুড়ত প্ৰধানকৈ আইৰণ, কেলচিয়াম, ফছফৰাচ, মেগনেছিয়াম, পটাচিয়াম, ছডিয়াম আদি পোৱা যায়। গুড় উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান দ্বিতীয়। ভাৰতীয় চিকিৎসা
Read More...

সঁচাকৈয়ে আইচক্ৰীম স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নেকি? উত্তৰ জানিলে আপুনি আচৰিত হ’ব…

সঁচাকৈয়ে আইচক্ৰীম স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নেকি! গৰমৰ দিনত ঠাণ্ডা আইচক্ৰীম উপভোগ কৰি সকলোৱে ভাল পায়। শিশু হওক বা প্ৰাপ্তবয়স্ক, সকলোৱে উপভোগ কৰে আইচক্ৰীম। অৱশ্যে কিছুমান মানুহে আইচক্ৰীমক ভাল বুলি নাভাবে। আনহাতে আজিকালি মানুহে নিজৰ
Read More...

গৰম পালেহি, পদিনা পানী খোৱাৰ আৰম্ভ কৰক; এই ৫ টা সমস্যাৰ পৰা আপুনি সকাহ পাব…

প্ৰতিদিনে ৰাতিপুৱা পদিনা পানী খালে শৰীৰ সদায় হাইড্ৰেটেড হৈ থাকিব। পদিনা পানীত ফ’লেট, কেলচিয়াম, কেৰটিন, মেগনেছিয়াম, পটাছিয়াম, ভিটামিন চি আৰু আন বহুতো উপাদান থাকে। পদিনা পানী দৈনিক গ্ৰহণ কৰিলে শৰীৰত শীতলতা পোৱা যায় আৰু লগতে গৰমৰ পৰা
Read More...

প্ৰতিদিনে খাব মগুমাহ! মগুমাহৰ আছে বহু উপকাৰিতা…

আজি আপোনালোকক কম মগুমাহৰ উপকাৰিতাৰ বিষয়ে। আপুনি জানেনে যে কিছুমান দাইল কেৱল ঋতু অনুসৰিহে খাব লাগে, ইয়াৰ ফলত শৰাৰে ভাল ফলাফল পাব। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞৰ মতে যদি আপুনি সেউজীয়া মগুমাহ অন্তৰ্ভুক্ত কৰে তেন্তে শৰীৰত জমা হোৱা বেয়া
Read More...

ছানস্ক্ৰীণ লগালেও মুখত ঘাম ওলায় নেকি? এই ৩টা খাদ্য গ্ৰহণ কৰক…

বাহিৰত ৰ'দ, মূৰত ছাতি আৰু চকুত ছানগ্লাছ থাকিলেও গৰমৰ পৰা একোৱেই ৰক্ষা কৰিব নোৱাৰে। আনহাতে ছালৰ সুৰক্ষাৰ বাবে মুখত প্ৰায় লোকে ছানস্ক্ৰীণ ব্যৱহাৰ কৰে। ছানস্ক্ৰীন বজাৰত বিক্ৰী এবিধ কৰা প্ৰসাধন সামগ্ৰী। ইয়াত বিভিন্ন ৰাসায়নিক মৌল মিহলি হৈ
Read More...

ঘামৰ দুৰ্গন্ধঃ কেৱল গৰমৰ বাবে নহয়, ইয়াৰ আঁৰত আছে আন ৫টা কাৰণ…

সকলোৰে নিজৰ নিজৰ শৰীৰৰ দুৰ্গন্ধ থাকে। কিন্তু যদি ইয়াৰ ফলত অস্বস্তিৰ সৃষ্টি হয়, তেন্তে সেয়া সমস্যা হৈ পৰে। ঘামৰ ফলত প্ৰত্যক্ষভাৱে মুখৰ দুৰ্গন্ধৰ সৃষ্টি নহয়। মূলতঃ ছালত ঘামৰ ফলত উৎপন্ন হোৱা বেক্টেৰিয়াৰ ফলত দুৰ্গন্ধ হয়। কিন্তু ঘামৰ
Read More...

পইতা ভাত প্ৰিয় নে? গৰমৰ দিনত পইতা ভাত খোৱাৰ আছে বহু উপকাৰীতা…

আগদিনা ৰৈ যোৱা ভাতখিনি পিছদিনা কেনেকৈ খাব পাৰি সেই কথা বহুতে ভাবে। কিছুমানে ৰাতি ৰৈ যোৱা ভাতখিনি পিছদিনা গৰম কৰি খায়, কিছুমানে সেইভাত খিনিত পানীত তিয়াই ৰাখে আৰু পিছদিনা নিমখ, নেমু, আলু পিটিকা আৰু পিয়াঁজৰ টুকুৰা দি খাই ভালপায়।
Read More...