Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

মেদবহুলতা আৰু হাৰ্ট এটেকৰ আশংকা কমাব পাৰিব যদিহে এই সেউজীয়া বস্তুৰ সৈতে গঢ়ি তোলে বন্ধুত্ব…

আমি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিলেহে আমাৰ স্বাস্থ্য ভালে ৰাখিব পাৰিম আৰু হৃদৰোগ, কেন্সাৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হ’ম। ভাৰতত প্ৰতি বছৰে হাৰ্ট এটেক আৰু কেন্সাৰ ৰোগত আক্ৰান্ত হৈ বহু লোকে প্ৰাণ হেৰুৱাইছে। ভুল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ
Read More...

ডাৰ্ক চকলেট শৰীৰৰ বাবে অত্যন্ত উপকাৰী…

কেতবোৰ গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ডাৰ্পক চকলেট(Dark Chocolate) মানুহৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী- মূলতঃ ক’ক’ৱা(Cocoa) গছৰ গুটিৰ পৰা প্ৰস্তুত কৰা ডাৰ্ক চকলেটত প্ৰচুৰ পৰিমাণে প্ৰতিজাৰক(Antioxidant) থাকে। তদুপৰি ডাৰ্ক চকলেটত থকা, আন
Read More...

মাছ, মাংস; কণী খাব নালাগে! এই সমূহ বস্তু খোৱাৰ আৰম্ভ কৰক…

ভিটামিন বি ১২ আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। যদি আমি ইয়াৰ লগত জড়িত খাদ্যসমূহ সঠিক পৰিমাণে গ্ৰহণ নকৰো তেন্তে ইয়াৰ পৰিণতি বেয়া হ’ব পাৰে। বহু মানুহ ৰাতিপুৱা সাৰ পোৱাৰ পিছত ভাগৰুৱা হৈ থাকে, অফিচত অলস অনুভৱ কৰি টোপনি যায়।
Read More...

এলাৰ্জি, খৰ, খজুৱতি দৰে ছালৰ সমস্যাত মানিমুনিৰ ৰস উপকাৰী…

গাঁৱত সহজে উপলদ্ধ মানিমুনি। এণ্টি-অক্সিডেণ্ট গুণ যুক্ত মানিমুনি অতি উত্তম বনৌষধি উদ্ভিদ। আজি পঢ়ুৱৈৰ বাৰে লৈ আহিছো মানিমুনিৰ ৰসৰ উপকাৰিতাৰ বিষয়ে।
Read More...

ৰক্তস্ৰাৱী অৰ্শ ৰোগীয়ে নিয়মীয়াকৈ পকা কল খালে ৰোগ নিয়ন্ত্ৰণত থাকে…

কলৰ ঔষধি গুণ পকা কলৰ লগত জিৰা গুৰি মিহলি কৰি খালে পুৰণি গ্ৰহণী ৰোগ নিৰাময় হয়। দুটা পকা কল এপোৱা গাখীৰ আৰু বিশুদ্ধ মৌ এচামুচ মিহলাই নিয়মীয়াকৈ এসপ্তাহ খালে কাম শক্তি বৃদ্ধি পায়। ৰক্তস্ৰাৱী অৰ্শ ৰোগীয়ে নিয়মীয়াকৈ পকা কল খালে
Read More...

ভুলতেও নকৰিব এই ভুল সমূহ! এই ৭ টা অভ্যাসে কিডনী ষ্টোন হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে…

বৃক্ক আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ, বৃক্কই তেজ পৰিষ্কাৰ কৰে। কিন্তু কেতিয়াবা কিছুমান অভ্যাসৰ বাবে এই আৱৰ্জনাবোৰ বৃক্কত জমা হ’বলৈ আৰম্ভ কৰে, যিবোৰ ক্ৰমান্বয়ে কঠিন হৈ পাথৰৰ ৰূপ লয়। কিডনীত পাথৰ হ’লে অতি বিষ হ’ব পাৰে। জানো আহক বৃক্কৰ
Read More...

সৰুতে সমনীয়াৰ সৈতে বেতগুটি খাইছিল নে? আজি আপোনালোকক জনাম বতৰৰ ফল বেতগুটিৰ খোৱাৰ উপকাৰীতাৰ…

আজি আপোনালোকক জনাম বতৰৰ ফল বেতগুটিৰ উপকাৰীতাৰ বিষয়ে। বতৰৰ ফল বেতগুটি বা বেতফল।বেতগুটিৰো আছে বহু গুণ। এই বেতগুটি খোৱাৰ বতৰ এতিয়া। এই বেতগুটি পুষ্টিকৰ আৰু সুস্বাদ যুক্ত।
Read More...

অসমীয়া সমাজত বহুলোকৰে প্ৰিয় খাদ্যবিধ হৈছে কচুশাক ! অতি সহজেই বনাব পৰা কচু, কণবিলাহী আৰু মাছৰ আঞ্জা…

প্ৰথমতে কচুথোৰখিনি ভালকৈ চাফা কৰি কাটি ল’ব। মাছকেইটুকুৰা ভালকৈ ধুই লব। এতিয়া এখন কেৰাহীত অলপ পানী দি কচুথোৰখিনি ৫ মিনিটমান সময় বইল কৰি পানীখিনি পেলাই কচুথোৰখিনি টুকি ল’ব।
Read More...

গৰমৰ দিনত অত্য়াধিক চুলি সৰাৰ মুখ্য কাৰণসমূহ জানক…

চুলি সৰাটো সকলোৰে এটা সাধাৰণ সমস্যা। বিভিন্ন ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰিও এই সমস্যা দূৰ কৰিব পৰা নাযায়। বহুলোকে চুলি সৰা প্ৰতিহত কৰিবলৈ ঘৰুৱা প্ৰতিকাৰ বিচাৰে। গৰমৰ দিনত চুলি সৰাৰ মুখ্য কাৰণসমূহ জানো আহক- ১/ দেহত ভিটামিন ‘বি’ৰ অভাৱৰ বাবেও
Read More...

চুলি সুস্থ কৰি ৰাখিবলৈ চুলি কতাটো অতি প্ৰয়োজনীয়, কিমান দিনৰ পিছত চুলি কাটিব লাগে জানেনে…

স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ, চুলিৰ সঠিক যত্ন লোৱা ৰুটিন আৰু মানসিক চাপ কমোৱাটোৱে চুলি দ্ৰুত বৃদ্ধিত সহায় কৰে। আনহাতে যদিও ট্ৰিমিং কৰিলে চুলি দীঘল নহয়, তথাপিও ই নিশ্চিতভাৱে চুলিক সুস্থ কৰি ৰখাত সহায় কৰে। দীঘল, ডাঠ আৰু ধুনীয়া চুলি সকলোৱে
Read More...