Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

বাঘৰ আক্রমনত তিনিটা গৰু নিধন ৰাইজৰ ক্ষোভ

আজি বিহালী সমষ্টিৰ অন্তর্গত কাজিৰঙা ষষ্ঠ-সংযোজনাৰ পৰা উলাই অহা বাঘে ৰাংছালী গাৱঁৰ তলতে থকা চাপৰিত চৰি থকা তিনিটা গৰু আক্ৰমণ কৰি নিধন কৰে । বিহালী সমষ্টিত এনেদৰে বিভিন্ন সময়ত গৰু নিধন কৰি দুখীয়া লোকৰ অবাধ ক্ষতি সাধন কৰি আহিছে । উল্লখ্যযে
Read More...

শ্ৰী শ্ৰী সৌকাজান সত্ৰত চানেকি ৰাইজৰ বাবে উৰ্চগীত হ’ল গুৰু আসনত শোদিত বৃন্দাবনী বস্ত্ৰৰ…

নাজিৰাৰ আদ্য গজলা শ্ৰী শ্ৰী সৌকাজান সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টি বৃন্দাবনী বস্ত্ৰক ডেকা সত্ৰীয়া অমৃত মহন্তৰ নেতৃত্বত চানেকি অনুসৰণ কৰি কাঠত খোদিত কৰি প্ৰস্ত্তত কৰাৰ কাম সম্পূৰ্ণ কৰি তুলিলে । সপ্তগ্ৰাম আধ্যাত্মিক আৰু
Read More...

বাক্সাত বিশ্ব শ্ৰৱণ দিৱস পালন

আজি ৩ মাৰ্চ তাৰিখে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো বিশ্ব শ্ৰৱণ দিৱস পালন কৰ  হয় ৷ বাক্সা জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সুৱনখাটাত বিশ্ব শ্ৰৱণ দিৱস পালন কৰা হয় ৷ দিৱস উপলক্ষে সুৱনখাটা ৰাজ্যিক
Read More...

ৰঙিয়া ত ১২, ১৩ আৰু ১৪ মাৰ্চত ১৬ সঙখ্যক ছিনিয়ৰ আন্ত জিলা খো-খো প্ৰতিযোগিতা

অসম খো খো সন্হা ৰ১৬সঙখ্যক ছিনিয়ৰ আন্ত জিলা খো-খো প্ৰতিযোগিতা খন উত্তৰ কামৰূপ খো খো সন্হা ৰ উদ্যোগত অহা ১২, ১৩ আৰু ১৪মাৰ্চ তাৰিখত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰ ত অনুষ্ঠিত কৰা হ'ব বুলি অভ্যৰ্থনা সমিতিৰ সভাপতি ভৱেশ কলিতা আৰু
Read More...

কুসুমতোলাৰ পদ্মপুৰ নামঘৰত ভাগৱত পাঠ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাট আঞ্চলিকৰ অন্তৰ্গত পদ্মপুৰ শাখাৰ উদ্যোগত কুসুমতোলাৰ পদ্মপুৰ নামঘৰ প্ৰাংগণত ভাগৱত পাঠ আৰু এখনি পৰ্যালোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। পুৱাৰ ভাগত পতাকা উত্তোলন কৰে পদ্মপুৰ
Read More...

মাজুলীৰ গড়মূৰত ভাৰতী এয়াৰটেলৰ ষ্ট’ৰ মুকলি : উপলব্ধ হ’ব বহু সুবিধা

মাজুলী জিলা সদৰ গড়মূৰত আজি এটা অত্যাধুনিক ভাৰতী এয়াৰটেল ষ্ট’ৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় ৷ এই উপলক্ষে আজি পূৱা আয়োজিত এক অনুষ্ঠানত কোম্পানীটোৰ ষ্ট’ৰৰ ফিটা কাটি শুভ উদ্বোধন কৰে শিল্পী ভগৱৎ প্ৰিতম দত্তই ৷ ষ্ট’ৰৰ স্বত্বাধিকাৰী দেৱজিৎ
Read More...

কোনো কাৰনত কংগ্ৰেছ দলৰ লগত মিত্ৰতা নহয়,অসম জাতীয় পৰিষদৰ : লুৰিনজ্যোতি গগৈ

বিৰোধী শিবিৰৰ ভুমিকাক লৈ মুকলি অসন্তুষ্টি প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মংগলবাৰে এখন পত্ৰ লিখি সকলো বিৰোধী দলক একত্ৰিত হবলৈ আহ্বান জনায় ৷ এ আই ইউ ডি এফৰ বাহিৰে সকলো বিৰোধী একগোট হৈ বিজেপিক পৰভুত কৰিবলৈ বিনম্ৰতাৰে বিৰোধী পক্ষক
Read More...

কাৰাগাৰৰ পৰাই মুকলি চিঠি অখিল গগৈৰ

নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আন এক বিস্ফোৰণ ঘটাইছে। বিৰোধী মহাজোঁটত ৰাইজৰ দলে অংশ গ্ৰহণ কৰিবনে নকৰে সেই লৈ জল্পনা কল্পনা চলি থকাৰ মাজতে কাৰাগাৰৰ পৰা প্ৰেৰণ কৰা এক পত্ৰ  যোগে  কংগ্ৰেছ
Read More...

দুলীয়াজান অঘটন/অস্ত্ৰধাৰী দুজনীয়া ডকাইতৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা যুৱকৰ

দুলীয়াজান দিহিং দলঙৰ সমীপত অঘটন । দিনদুপৰতে অস্ত্ৰধাৰী দুজনীয়া ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন যুৱক । আহত যুৱকজন দুলীয়াজানৰ বাম হুকুটা অঞ্চলৰ ধনীৰাম গগৈৰ পুত্ৰ ডম্বৰুধৰ গগৈ (৩৮)বুলি জানিবপৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি ৰেডিয়েণ্ট
Read More...

আই আৰ এ বিষয়া প্ৰৱীণ কুমাৰ নাজিৰাৰ নিৰ্বাচন ব্যয় পৰ্যবেক্ষকৰ দায়িত্ব

নাজিৰা নিৰ্বাচনী জিলাৰ অধীনস্থ ১০৪ নং নাজিৰা বিধানসভাৰ বাবে নিয়োজিত নিৰ্বাচন ব্যয় পৰ্যবেক্ষক ২০০৯ বর্ষৰ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া আৰ এ প্ৰবীন কুমাৰ কালি নাজিৰাত উপস্থিত হয় । নিৰ্বাচন ব্যয় পৰ্যবেক্ষক গৰাকীৰ প্ৰট'কল বিষয়া হৈছে চৰাইদেউৰ
Read More...