Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

বকোত পথত কঠিয়া ৰুই চৰকাৰ বিৰোধী শ্লোগান ভুক্তভোগী জনতাৰ

ৰাজ্যত শাসনাধীন ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰৰ বিকশিত অসমৰ পয়ালগা ছবি দেশৰ জনতাই দেখা পাব কামৰূপ জিলাৰ বকোত। ৪৮ নং বকো বিধানসভা সমষ্টিৰ একাধিক গ্ৰাম্য পথৰ নগ্ন ছবি দেখিলে সহজেই অনুমান কৰিব পাৰি যে চৰকাৰৰ বিকাশৰ শ্লোগান ভূৱা।
Read More...

অসম শক্তি বিতৰণ কোম্পেনীৰ বিদুৎ উপকেন্দ্ৰ সমূহ ব্যক্তিগতকৰনক বিৰোধিতা

বৰ্তমান বিজেপি নেতৃত্বাধীন অসম চৰকাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৫০বছৰলৈ অসম শক্তি বিতৰণ কোম্পানী ব্যক্তিগতকৰণ নকৰা আশ্বাস প্ৰদান কৰা কেইদিন মান অতিক্ৰম কৰাৰ পিছতে কোম্পানীৰ একাংশ বিষয়াৰ চুড়ান্ত ময় মতালিৰে অসম শক্তি বিতৰন কোম্পানী
Read More...

প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পকী নলা নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি

তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩ নং উদয়পুৰত প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পথৰ কাষৰ পকী নলা নিৰ্মাণত সংঘটিত হৈছে অনিয়ম। ৩ নং উদয়পুৰৰ কুঁহিয়াৰ বাৰী কথাগাঁও সংযোগী পথৰ কাষৰ পকী নলা নিৰ্মাণত হোৱা এই
Read More...

কেন্দ্ৰীয় চৰকাৰৰ চৰ্তহীন আত্মসমৰ্পণ বিচাৰি তালিবানিয়ে কাবুলত প্ৰৱেশ কৰে

তালিবানিয়ে দেওবাৰে কাবুলত প্ৰৱেশ কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ চৰ্তহীন আত্মসমৰ্পণ বিচাৰে ।আফগান নিৰাপত্তা বাহিনী গঢ়ি তোলাৰ বাবে প্ৰায় দুই দশকধৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটোৱে ব্যয় কৰা শ শ বিলিয়ন ডলাৰ স্বত্বেও তালিবানে মাত্ৰ এসপ্তাহৰ
Read More...

OLA বৈদ্যুতিক স্কুটাৰ ৯৯,৯৯৯ টকাৰ আৰম্ভণি মূল্যত মুকলি কৰা হৈছে

OLAই ভাৰতত ইয়াৰ প্ৰথম বৈদ্যুতিক স্কুটাৰ এছ1-ৰ বাবে ৯৯,৯৯৯ টকা (এক্স-শ্ব'ৰুম) আৰু এছ1 প্ৰ'ৰ বাবে ১.২৯ লাখ টকা (এক্স-শ্ব'ৰুম) আৰম্ভণি মূল্যত মুকলি কৰিছে। কেইবাখনো ৰাজ্য চৰকাৰে ঘোষণা কৰা শেহতীয়া ৰাজসাহায্যৰ পৰিপ্ৰেক্ষিতত, ওলা বৈদ্যুতিক
Read More...

দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে ত্ৰিৰঙ্গাঁৰ তলত সংকল্প বিধায়ক পদ্ম হাজৰিকাৰ

ৰাজ্যৰ অন্যান্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় ৭৫ সংখ্যক স্বাধীনতা দিৱস ৷ ৰবিবাৰে পূৱা জামুগুৰিহাটস্থিত পৰিদৰ্শন ভৱনত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ পতাকা
Read More...

৭৫ সংখ্যক স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি…

ভাৰতে ইয়াৰ ৭৫ তম স্বাধীনতা দিৱস উদযাপন কৰাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আমাৰ স্বাধীনতা সংগ্ৰামীসকলক সমৃদ্ধ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যিসকলে নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলী কান্ননত অতি বীৰত্বৰে
Read More...

প্ৰধানমন্ত্ৰীয়ে স্বাধীনতাৰ ৭৫ তম বৰ্ষত ৭৫ খন বন্দে ভাৰত ৰেলৰ ঘোষণা কৰে

ভাৰতে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঘোষণা কৰে যে 'UDAN' আঁচনিৰ দৰে ৭৫ খন বন্দে ভাৰত ৰে'লে ভাৰতৰ দূৰৱৰ্তী অঞ্চলসমূহক সংযোগ কৰাত সহায় কৰিব।প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "দেশখনে সংকল্প লৈছে
Read More...

গোলাঘাটত পুনৰ উদ্ধাৰ বহু লাখ টকা

বিগত মাহত ৫০ লাখকৈ টকা উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত চলি থকাৰ মাজতে শুক্ৰবাৰে পুনৰ বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হৈছে গোলাঘাটত।  ডিমাপুৰ আৰক্ষী আৰু গোলাঘাট আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হোৱা ধনৰাশিৰ পৰিমাণ ২৭ লাখ ৫৬ হাজাৰ ৬০০ টকা। আৰক্ষী সূত্ৰে প্ৰকাশ যে
Read More...

চিৰাঙৰ বাসুগাঁওত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (নগৰ) গৃহ প্ৰৱেশ সমাৰোহৰ উদ্ঘাটন

শুকুৰবাৰে বাসুগাঁও পৌৰসভাৰ তত্বাৱধানত সম্পূৰ্ণ হোৱা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আৱাস গৃহ প্ৰৱেশ অনুষ্ঠানৰ উদ্ঘাটন কৰে বিটিচিৰ নৱ মনোনীত পৰিষদীয় সদস্য তথা নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য উইলছন হাচদা আৰু নৱ নিৰ্বাচিত পৰিষদীয় সদস্য সাইখং
Read More...