Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

ইন্ডিয়া বুক অৱ ৰেকৰ্ডত অন্তৰ্ভূক্ত হ’ল পশ্চিম নলবাৰী চামতাৰ ৰাজদ্বীপ কাশ্যপ

এটি কনমানি শিক্ষাৰ্থীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ  সাফল্যত আনন্দৰ জোৱাৰ উঠিছে সমগ্ৰ পশ্চিম  নলবাৰীত।শিক্ষাৰ্থী গৰাকী হ'ল ৰাজদ্বীপ কাশ্যপ। পশ্চিম নলবাৰী অঞ্চলৰ খাটা-ৰূপীয়াবাথান গাঁও নিবাসী তথা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰী অৰবিন্দ বৰ্মন
Read More...

মহাগৰীত পুনৰ ১৬ বছৰীয়া কিশোৰীক বলাৎকাৰঃ আটক অভিযুক্ত

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে কিশোৰী নিৰ্যাতনৰ দৰে জঘন্য ঘটনাৰ । এইবাৰ মহানগৰীৰ সাতগাঁৱত এগৰাকী ১৬ বছৰীয়া কিশোৰীক বলি হয় নিৰ্যাতনৰ ৷ নিৰ্যাতিতাৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত
Read More...

চাপৰ আৰক্ষীৰ জালত তিনি বাইক চোৰ আটক

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ৰৌমাৰী গাওঁৰ পৰা যোৱাকালি এখন পালচাৰ বাইক চুৰি হয়। পিছত বাইকৰ গৰাকীয়ে চাপৰ থানাত এখন এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত যোৱা নিশা চাপৰ আৰক্ষীয়ে বাইকসহ তিনিজনক আটক কৰিবলৈ সক্ষম হয়।জানিব দিয়া মতে চোৰ কেইজন
Read More...

আমচাং অভয়াৰণ্য–শিলসাঁকো বিল বেদখলমুক্ত কৰাৰ সিদ্ধান্ত

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ত সোমবাৰে বন আৰু পৰিৱেশ, মীন, আবকাৰী আদি বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্যৰ জিলা প্রশাসন আৰু বিভাগীয় বিষয়ববীয়াসকলৰ লগত সংশ্লিষ্ট বিভাগৰ কাম–কাজৰ অগ্রগতি সম্পর্কে এখন পর্যালোচনা সভা অনুষ্ঠিত
Read More...

ধ্বংসৰ গৰাহত জকাই উদ্ভিদ উদ্যান

ডিব্ৰুগড় জিলা বনসংমণ্ডলৰ অন্তৰ্গত ডিব্ৰুগড় চহৰৰ পৰা ১২ কিমি নিলগত অৱস্থিত জকাই সংৰক্ষিত বনাঞ্চলৰ মাজত ৩৩হেক্টৰ মাটিত স্থাপিত জকাই উদ্ভিদ উদ্যান বনবিভাগৰ তত্বাৱধান তথা সুৰক্ষাৰ অভাৱতেই ধ্বংসৰ গৰাহলৈ যোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ
Read More...

নাজিৰাত মুল্যবৃদ্ধিৰ বিৰুদ্ধে চি পি আইৰ প্ৰতিবাদ

কৰ'না অতিমাৰীৰ সমান্তৰালভাৱে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ চৰাদামে সৰ্বসাধাৰণ জনগণক জুৰুলা কৰি তোলিছে । মূল্যবৃদ্ধি ৰোধ কৰাত চৰম ব্যৰ্থ হোৱা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ অসমতে বিভিন্ন দল - সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে । আজি
Read More...

নখত থকা এটা সাধাৰণ চিহ্নই ভয়ংকৰ বিপদ মাতিলে এগৰাকী মহিলাৰ জীৱনলৈ

ব্ৰিটেইনৰ এগৰাকী মহিলাৰ জীৱনত সংঘটিত হৈছে এই ঘটনা। নখত দেখা পোৱা এই সামান্য যেন লগা চিহ্নক প্ৰথমে অৱজ্ঞা কৰিছিল এলেনা চেবেৰ্স নামৰ মহিলাগৰাকীয়ে। পাছলৈ কেন্সাৰ সন্দৰ্ভত এটি স্বাস্থ্যসম্বন্ধীয় প্ৰৱন্ধৰ জৰিয়তে জ্ঞাত হয় মহিলাগৰাকী। লগে লগে
Read More...

চৰকাৰী বিভাগে দিবলৈ বাকী আছে ১০৬ কোটি টকাৰ বিদ্যুৎ মাচুল

একাংশ উপভোক্তা আৰু প্রতিষ্ঠানৰ অনাদায় মাচুলৰ বাবেই নহয়, কেইবাটাও চৰকাৰী বিভাগে সময় মতে বিদ্যুতৰ বিল আদায় নিদিয়াৰ ফলতেই অভাৱনীয় লোকচানৰ সন্মুখীন হৈছে শক্তি বিভাগ৷ স্বয়ং শক্তিমন্ত্রীয়ে সোমবাৰে উদঙাই দিলে চৰকাৰী বিভাগৰ চৰম
Read More...

জাওকাটাদিয়াত পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ, ঠিকাদাৰ সাহিল আখতাৰৰ বিৰুদ্ধে ৰাইজৰ…

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী জাওকাটাদিয়াত পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে সাৱস্ত্য কৰিলে উত্তাল প্ৰতিবাদ। ডেকাচাঙৰ পৰা জাওকাটাদিয়া লৈ যোৱা পকী পথৰ
Read More...

CORONA UPDATE : বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৩৭. ৫৬৬ জন

সুস্থ হৈ উঠিছে ৫৬,৯৯৪ জন। মৃত্যু হৈছে ৯০৭ জন ।ইয়াৰ লগে লগে দেশত কৰ’নাৰ সংখ্যা বৃদ্ধি পালে ৩,০৩,১৬. ৮৯৭ জন । আনহাতে অসমত বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ২,৬৮৯ জন ৷মৃত্যু হৈছে ৪২ জনৰ ।
Read More...