Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

যোৰহাটৰ ৰাজপথত অনাই বনাই ঘূৰি ফুৰা গীটাৰিষ্ট পিকু মালাকাৰক চিকিৎসাৰ বাবে আগবাঢ়ি আহিল হিউমেন…

যোৰহাটৰ ৰাজপথত অনাই বনাই ঘূৰি ফুৰা ৯০ দশকৰ এজন সংগীত শিল্পী। নাম পিকু মালাকাৰ। ইতিমধ্যে শিল্পী জনৰ ছবি ছছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে পৰিচয় ওলাল তেওঁৰ। এসময়ত জুবিন গাৰ্গৰ সৈতে একেলগে সংগীত পৰিবেশন কৰা শিল্পী
Read More...

কাইলৈৰ পৰা পর্যটকৰ বাবে মুকলি হ’ব ঐতিহাসিক কীর্তিচিহ্ণ–সংগ্রহালয়

দেশজুৰি ক’ভিড–১৯ৰ সংক্রমণৰ তীব্রতা হ্রাস পাবলৈ ধৰিছে৷ আক্রান্তৰ সংখ্যা ধীৰে ধীৰে নিম্নগামী হৈ আহিছে৷ এদিনত চাৰি লক্ষাধিক লোক আক্রান্ত হৈ বিশ্বৰ প্রথম দেশ হিচাপে অনাকাংক্ষিত অভিলেখ গঢ়া ভাৰতত যোৱা ২৪ ঘণ্টাত ৭০,৪২১জন লোক আক্রান্ত হৈছে৷
Read More...

ভাৰতীয় মানুহৰ বাবে বন্ধ ভুটানলৈ যোৱা প্ৰবেশ দ্বাৰ

অসমকে ধৰি ভাৰতবৰ্ষৰ কেবাখনো ৰাজ্যত ক’ৰনা মহামাৰীয়ে সংসাৰী ৰুপ ধাৰণ কৰিছে ৷ ইতিমধ্যে হেজাৰ হেজাৰ লোক মৃত্যুৰ মুখত পৰিছে ৷ ক’ৰনা দ্বতীয় লহৰৰ পিছত সংকেত আহিছে তৃতীয় লহৰৰ ৷ মাজেতে পৰিস্থিতি কিছু স্বাভাৱিক হৈছিল যদিও এতিয়া মিনি লকডাউনে
Read More...

দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ : যমুনামুখৰ বানে ছিঙা বিধ্বস্ত বাট-পথ পৰিদৰ্শন কৰিলে বিধায়কৰ…

যমুনামুখ সমষ্টিৰ বানে ছিঙা বিধ্বস্ত পথৰ  বাতৰি এক মাত্ৰ আমাৰ কাকত খনত প্ৰকাশ পাইছিল। যোৱা ১৩ জুন তাৰিখে আমি যমুনামুখ সমষ্টিৰ অন্তৰ্গত চাৰ্লক, যমুনামুখ, বালিৰাম,নগাঞাপাম,চাংমাজি আদি অঞ্চল সমূহৰ লগতে লক্ষাধিক লোকৰ যাতায়তৰ মাধ্যম স্বৰূপ
Read More...

জখলাবন্ধাত তিনি চোৰ গ্ৰেপ্তাৰ:বৃহৎ পৰিমাণৰ চুৰি গেলামাল উদ্ধাৰ

জখলাবন্ধাত নিশা গেলামালৰ দোকানৰ গোডামৰ পৰা খাদ্য সামগ্ৰী চুৰি কৰি ৰঙাঘৰত সোমাল তিনিটাকৈ গভাইত চোৰ। সোমবাৰে পুৱতি নিশা জখলাবন্ধা চহৰৰ  মাজ মজিয়াৰ সুৰেশ ৰায় ওৰফে ভিক্ষাৰী নামৰ ব‍্যৱসায়ীজনৰ  গুডামত সোমাই  চোৰৰ দলটিয়ে মিঠাতেল, ৰিফাইন তেল
Read More...

কি অৱস্থাত হাতীমূৰাৰ ‘কলিয়াবৰ-কলং সংহত উত্তোলন জলসিঞ্চন আঁচনি’

ৰাজ‍্যৰ কৃষি খণ্ডত পৰিৱৰ্তন আনিবলৈ ১৯৭২ চনতে হাতীমূৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন কৰা কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনি। ৮৪৮০ হেক্টৰ কৃষিভুমিত পানী যোগানৰ লক্ষৰে হাতীমুৰাত স্থাপন কৰা হৈছিল কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনি। পৰৱৰ্তী সময়ত
Read More...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত বিৰল বগা হৰিণ

সততে আমি দেখা পহুৰ দেহৰ ৰং কেনেকুৱা, তাক দুনাই কোৱা প্ৰয়োজনেইবা ক'ত? কিন্তু পহুৰ দেহৰ ৰং বেলেগো হ'ব পাৰে সেইয় আমাৰ কল্পনাৰ অগোচৰ। এনে অকল্পনীয় ঘটনাৰ কেতিয়া সাক্ষী হ'বলগীয়া হয়, তাৰ কোনো নিশ্চয়তা নাথাকে।মানুহৰ জল্পনা-কল্পনাৰ অন্ত
Read More...

মৰ্কজুল মা’আৰিফৰ নীলবাগান ক’ভিড হাস্পাতাল চেনিটাইজেচন, খাদ্যৰ পেকেট বিতৰণ

হোজাইৰ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফে আজি জিলাখনৰ ক'ভিড হস্পিটেল ৰূপে পৰিচিত নীলবাগান মডেল হস্পিটেল চৌহদ চেনিটাইজ কৰে৷ লগতে ক'ভিড ৰোগী সকলৰ মাজত খাদ্যৰ টোপোলা বিতৰণ কৰে৷ আজি পুৱাৰ ভাগত সংস্থাটোৰ কাৰ্যবাহী সভাপতি ড° চামছুল
Read More...

”বছৰত এসপ্তাহ সমগ্ৰ বিশ্বতে লকডাউন দিয়ক”-অৰণ্য মানৱ যাদৱ পায়েঙ

অসমৰ পৰা এজন বিশেষ ব্যক্তিয়ে সমগ্ৰ বিশ্ববাসীলৈ জনাইছে এটি বিশেষ আহ্বান। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি চলাৰ বাবে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে এসপ্তাহৰ বাবে লকডাউন দিবলৈ বিশ্বৰ সকলো দেশৰ নেতৃত্বলৈ অনুৰোধ জনাইছে অসমৰ অৰণ্য মানৱ যাদৱ পায়েঙে।
Read More...