Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ ৰাজ্যিক সমন্বয়কৰ উপস্থিতিত বৰপেটা উপায়ুক্তৰ কাৰ্যালয়ত সভা

বৰপেটা জিলাৰ আগন্তুক সাম্ভাব্য বান-দুৰ্যোগৰ প্ৰস্ততিমূলক আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ সভা আজি বৰপেটা জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা
Read More...

নেমু খেতিৰে বজাৰ দখলৰ লক্ষ্য সোণাৰি চফ্ৰাইৰ একাংশ যুৱকৰ

ৰাজপথ বা সভাৰ শ্ল'গান নহয়, পথাৰো আমাৰ, বজাৰো আমাৰ এই বাক্যশাৰী বাস্তৱত সঠিক ৰূপত ব্যৱহাৰ কৰিছে সোণাৰিৰ এগৰাকী উচ্চ শিক্ষিত যুৱকে। চাকৰিৰ মহঙা দিনত কৃষিকাৰ্যৰ জৰিয়তে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এইগৰাকী যুৱক প্ৰশান্ত দত্ত। সোণাৰিৰ চফ্ৰাই
Read More...

ৰোগীৰ দেহত সংৰোপণ কৰিবলৈ লওঁতেই ধৰা পৰিল নকল পেচমেকাৰ GMCH ত

ক’ভিডসৃষ্ট এই জটিল পৰিস্থিতিৰ মাজতে একাংশ অসাধু ফার্মাচীত নকল ঔষধ, পেচমেকাৰ বিক্রী কৰি অহাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ ৰাজ্যৰ অন্যান্য প্রান্ততত দূৰৰে কথা, খোদ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদতে নকল পেচমেকাৰ বিক্রী কৰি আহিছে৷ জি এম চি এইচ
Read More...

নগৰবেৰাৰ পলাহৰটাৰীত লক্ষাধিক টকাৰ শাল কাঠৰ কুণ্ডা জব্দ

কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত পলাহৰটাৰীত বন বিভাগে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ । জানিব পৰা মতে, কাৰ্যালয় খনৰ বন কৰ্মীৰ এটা দলে এক গোপন খৱৰৰ ভিত্তিত যোৱা
Read More...

চৰাইপুঙ আৰক্ষী থানাত কতব্যৰত অসম কামাণ্ডো বাহিনীৰ হাবিলদাৰৰ আকস্মিক মৃত্যু

চৰাইদেউ জিলাৰ চৰাইপুঙ আৰক্ষী থানাত কৰ্মৰত অসম কমাণ্ডো বাহিনীৰ হাবিলদাৰ শান্তিৰাম ডেকা (৫০) যোৱা নিশা আকস্মিকভাবে মৃত্যু হয় ৷ জানিব পৰামতে তেখেতে যোৱাকালি দিনৰ ভাগত অত্যন্ত পেটত বিষ অনুভৱ হোৱাত সাপেখাতী আদৰ্শ চিকিৎসালয়ত চিকিৎসা
Read More...

ক’ভিড কালৰ ফটোগ্ৰাফীৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সাফল্য অসমৰ ছাত্ৰৰ

স্থিৰ চিত্ৰ প্ৰতিযোগিতাৰ জৰিয়তে অসমৰ এগৰাকী কিশোৰ ছাত্ৰই সৰ্বভাৰতীয় পৰ্য্যায়ত বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘন অৰণ্যত কিশোৰজনে  নিজৰ কেমেৰাৰ লেন্সত বন্দী কৰিছিল এটি দুষ্প্ৰাপ্য পক্ষী। এই ফটোখনৰ বাবেই
Read More...

জামুগুৰিহাটত মাইক্ৰ ফাইনেঞ্চৰ ধন ৰেহাই দিয়াৰ সন্দৰ্ভত সম্প্ৰতি গঞাঁ মহিলাৰ প্ৰতিক্ৰিয়া

ৰাজ্য চৰকাৰে মাইক্ৰ ফাইনেঞ্চৰ ধন ৰেহাই দিব বুলি সম্প্ৰতি গঞাঁ মহিলাক  প্ৰতাৰণা প্ৰৱঞ্চনা কৰা বুলিহে গুৰুত্বৰ অভিযোগ উঠিছে ৷ গাৱেঁ গাৱেঁ প্ৰতিৱাদ সৃষ্টি হৈছে মহিলা সকলৰ ৷ নিৰ্ব্বাচনৰ প্ৰাক মূহুৰ্ত্বত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা সকলৰ
Read More...

দেৰগাঁৱৰ ললিতি মুখত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া, নিমাতী বংকোৱাল সংযোগী ই এন ডি মাঠাউৰিৰ প্ৰতি ভাবুকি

ৰাজ্যত ক'ৰনা মহামাৰীৰ ফলত একপ্ৰকাৰ জনজীৱন স্তব্ধ হৈ পৰাৰ মাজতে নৈ পৰীয়া ৰাইজৰ মাজত খহনীয়াই লৈছে ব্যাপক ৰূপ। অন্য প্ৰান্তৰ লগতে দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ললিতি মুখত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি দৈনিক বিঘাই বিঘাই কৃষি ভূমি নদীৰ
Read More...

ক’ৰনা ভেকচিনে সৃষ্টি কৰিছে চুম্বকীয় শক্তিঃ দেহত লাগি ধৰিছে ষ্টিলৰ সামগ্ৰী

ক'ৰনাৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ নাগৰিকেও ভেকচিনৰ বাবে হেতা উপৰা কৰাৰ সময়তে পোহৰলৈ আহিছে এক আশ্চৰ্যজন খবৰ। ক'ৰনাৰ ভেকচিন গ্ৰহণ কৰাৰ পিছত মানুহৰ দেহত বিকশিত হৈছে চুম্বকীয় শক্তি। শেহতীয়াকৈ দেশত এনে ঘটনা কেইবাটাও পোহৰলৈ অহাৰ খবৰ পোৱা গৈছে।
Read More...

এই মাহৰ পৰা ৰেশ্যন ভাট্টা বৃদ্ধি অসম বন সুৰক্ষা কৰ্মীৰ

এই মাহৰ পৰা অসম বন সুৰক্ষা কৰ্মীৰ ৰেশ্যন ভাট্টা বৃদ্ধি – অসম বন সুৰক্ষা কৰ্মীসকলৰ ৰেশ্যন ভাট্টা বৃদ্ধি সন্দৰ্ভত আজি এখন গুৰুত্বপূৰ্ণ জাননী জাৰি কৰে ৰাজ্য চৰকাৰে। জাননী অনুসৰি বন সুৰক্ষা কৰ্মীসকলৰ ৰেশ্যন ভাট্টা ২০০০ লৈ বৃদ্ধি হ’ল। পূৰ্বে
Read More...