Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

অসম চৰকাৰৰ নতুন বঁটা

অসম চৰকাৰৰ নতুন বঁটা : আজি কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা প্ৰতি বছৰে চৰকাৰে কেবাটাও গুৰুত্বপূৰ্ণ বঁটা প্ৰদান কৰিব । সেই বঁটাসমূহ হৈছে : ১) অসম ৰত্ন : সমাজলৈ তথা ৰাজ্যখনলৈ বিশেষ অৱদান আগবঢ়োৱা এগৰাকী ব্যক্তিক প্ৰতি
Read More...

আজিৰ কেবিনেটত বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজিৰ কেবিনেটত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়।অতিৰিক্ত বোজা কঢ়িওৱা কয়লা পৰিবাহী ট্ৰাকৰ চলাচল নিয়ন্ত্ৰণৰ বাবে আজি কেবিনেটে বৰাক উপত্যকাৰ দীঘৰখাল আৰু অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ গে’টত চৰকাৰী জোখ-মাখ বিভাগৰ জৰিয়তে প্ৰতিখন কয়লা পৰিবাহী
Read More...

দুইটা কিডনীয়েই বিকল হৈ মৃত্যুৰ সৈতে যুঁজ কৰিছে এজন গৃহৰক্ষী জোৱানে

কম মাহেকীয়া পাৰিশ্ৰমিকেৰে গৃহৰক্ষী জোৱান হিচাপে সেৱা আগবঢ়াই পৰিয়াল চলাইছিল লভিত বৰপাত্ৰই । সাংসাৰিক জীৱনো আৰম্ভ কৰিছিল । দেউতাক হোৱা কেইটামান মাহ হৈছিলহে মাথোঁ । কিন্তু নিয়তিৰ কি যে খেলা । ডিব্ৰুগড়ৰ লাহোৱাল থানাত কৰ্মৰত গৃহৰক্ষী জোৱান লভিত
Read More...

ডিব্ৰুগড়ৰ কনভয় ৰো়ডত ড্ৰাগছ বিৰোধী অভিযান

ডিব্ৰুগড় সদৰ আৰক্ষীৰ বৃহৎ সাফল্য ডিব্ৰুগড় সদৰ আৰক্ষীৰ জুটিয়া অভিযানতডিব্ৰুগড়ৰ কনভয় ৰো়ডত ড্ৰাগছ বিৰোধী অভিযান গোপন সূত্ৰৰ পম খেদি ডিব্ৰুগড় কণভয় ৰোডত অভিযান চলাই3.60 গ্ৰাম ব্ৰাউন ছুগাৰ আৰু সাতটা অতিৰিক্ত 7.59 গ্ৰামৰ ব্ৰাউন চুগাৰ
Read More...

গোবৰ্ধণা আৰক্ষীয়ে আটক কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰী

কি উজনি, কি নামনি সমগ্ৰ ৰাজ্যজুৰি নৱ প্ৰজন্মৰ বৰবিহ স্বৰূপ  ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি অসম আৰক্ষীয়ে।বিগত এমাহ ধৰি এনে অভিযানৰ ফলত অসম আৰক্ষীৰ জালত বৰ্তমানৰলৈকে এক শতাধিক ড্ৰাগছ সৰবৰাহীক তথা সেৱনকাৰীক আটক কৰি কাৰাগাৰলৈ নিক্ষেপ
Read More...

নলবাৰী জিলা উপায়ুক্তক আদৰনি নলবাৰী ৰেডক্ৰচ চোছাইটিৰ

নলবাৰী জিলাৰ নবনিযুক্ত উপায়ুক্ত গীতিৰানী ফুকনক নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত ভাৰতীয় ৰেডক্ৰচ চোছাইটিৰ, নলবাৰী জিলা শাখাৰ উদ্যোগত আজি আদৰনি জনোৱা হয়। নলবাৰী জিলা ৰেডক্ৰচ চোছাইটিৰ সম্পাদক পংকজ বৰ্মনৰ নেতৃত্বত জিলা ৰেডক্ৰচৰ এটি সজাতি দলে
Read More...

নলবাৰীত কেইবাটাও দুৰ্গত পৰিয়াললৈ ‘স্বৰ্ণিল’ৰ সাহায্য

ক'ভিডে সৃষ্টি কৰা পৰিবেশ-পৰিস্থিতিৰ বাবে একাংশ লোকে চৰম দীনতাত কালাতিপাত কৰিবলগীয়া হৈছে। আৰ্থিক দুৰৱস্থাত ভোগা এনে কোনো লোকৰ কাষত দুই এক সংগঠন আৰু ব্যক্তি থিয় দিছে। নলবাৰী দীঘেলিস্থিত 'স্বৰ্ণিল কো-অপাৰেটিভ চোছাইটিৰ' নামৰ সংস্থাটোৰ উদ্যোগতো
Read More...

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান ASSP ৰ।

যোৱা কালি দৰং জিলাৰ অন্তৰ্গত চিপাঝাৰ সমষ্টিৰ ধলপুৰ চৰ চাপৰিত অৱস্থিত ঐতিহ্যমণ্ডিত শিৱমন্দিৰ পৰিদৰ্শন কৰে অসমৰ নব নিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ভ্ৰমণকালত সংগ দিয়ে দৰং জিলা অভিভাৱক মন্ত্ৰী চন্দ্রমোহন পটুৱাৰী,
Read More...

মৈৰাবাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহতঃএজনক গ্ৰেপ্তাৰ

আজি মৈৰাবাৰী আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা এটি দলে মৈৰাবাৰীৰ ওচৰতে থকা দুৰাবান্ধি অঞ্চলত এটি অভিযান চলায়। উক্ত অভিযানত মফিজ উদ্দিন নামৰ এজন ড্ৰাগছ মাফিয়াৰ ঘৰত তালাচী চলাই মফিজ উদ্দিনক গ্ৰেপ্তাৰ
Read More...

বৰপেটা আৰক্ষীৰ ড্ৰাগছ আৰু সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত

বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন,৮ জুন:: বৰপেটাত ক্ৰমাৎ বৃদ্ধি পাই আহিছে ড্ৰাগছ আৰু সুৰাৰ ব্যৱসায়ী । একাংশই চলাই এ আহিছে এনে অবৈধ ব্যৱসায়। বৰপেটা আৰক্ষীয়ে অভিযান চলাই দুজন সুৰাৰ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। আতকধীন
Read More...