Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

ধৈৰ্য্য আৰু একাগ্ৰতাৰ ফল। এবাৰ দুবাৰ নহয়, ১০বাৰ চেষ্টা কৰি গুগলত (Google) চাকৰি ল’লে…

ধৈৰ্য আৰু অধ্যৱসায়ে উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ শক্তি দিয়ে৷ সেই শক্তিৰেই সফলতা লাভ কৰিলে বেংগালুৰুৰ এজন যুৱকে৷  বাৰে-বাৰে বিফল হৈছিল তেওঁ । কিন্তু বেংগালুৰুৰ এডভিন ৰয় নেটোৱে চেষ্টা এৰি দিয়া নাছিল। সেই নেৰা-নেপেৰা চেষ্টাই সফলতাৰ ৰূপ পালে
Read More...

META INDIAৰ উপাধক্ষ্য হিচাপে সন্ধ্যা দেৱনাথক নিৰ্বাচন কৰা হৈছে। আমাৰ দেশত মেটাৰ ব্যৱসায়ৰ নেতৃত্ব দিব…

বৃহস্পতিবাৰে (17 November)মেটা(META)ই ঘোষণা কৰে যে তেওঁলোকে সন্ধ্যা দেৱনাথনক তেওঁলোকৰ ইণ্ডিয়া ইউনিটৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিছে, যিটো পদত থাকি তেওঁ দেশত কোম্পানীটোৰ ব্যৱসায়ৰ নেতৃত্ব দিব।মেটাই এক বিবৃতিত কয় যে দেৱনাথনৰ মেটা ইণ্ডিয়াৰ
Read More...

Enforcement Directorate (ED)ৰ সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰাৰ কাৰ্যকাল বৃদ্ধি। তৃতীয়বাৰৰ বাবে বৃদ্ধি…

Enforcement Directorate (ED)ৰ সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল কেন্দ্ৰীয় চৰকাৰে এবছৰলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে যে ১৯৮৪ বেটচৰ আইআৰএছ(IRS) বিষয়া সঞ্জয় কুমাৰ মিশ্ৰৰ চাকৰি কাল
Read More...

Surprise gift : মাতৃৰ ডিঙিত সোনৰ চেইন পিন্ধাই পুত্ৰই দিলে ছাৰপ্ৰাইজ। চাওক আইৰ চকুৰ সেই সুখজেউতী।

সন্তানক ডাঙৰ-দীঘল কৰিবলৈ পিতৃ-মাতৃয়ে অশেষ কষ্ট কৰে। সকলোৱে বিচাৰে নিজৰ সন্তানে নিজৰ ভৰিৰ ওপৰত থিয় হওক, সফল হওক। জীৱনৰ এটা অধ্যায় পাৰ হোৱাৰ পিছত সন্তানক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠে পিতৃ-মাতৃৰ জগতখন। নিজৰ সকলো চখ বাদ দি পিতৃ-মাতৃয়ে
Read More...

“শিক্ষিত ছোৱালীবোৰে লিভ-ইন সম্পৰ্কলৈ যাব নালাগে। ” কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰৰ…

দেশত তুমুল জোকৰণিৰ সৃষ্টি কৰা শ্ৰদ্ধা হত্যাকাণ্ডক লৈ এতিয়া বহুতে বিভিন্ন ধৰণে মন্তব্য কৰা পৰিলক্ষিত হৈছে। এনে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে এই প্ৰসংগতে কৰা মন্তব্যই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে। 
Read More...

বিশ্বজুৰি কমি আহিছে পুৰুষৰ শুক্ৰাণু;মানৱজাতিৰ প্ৰতি ভাবুকি!

বিশ্বজুৰি হ্ৰাস পাইছে শুক্ৰাণুৰ সংখ্যা৷ এই  ভাষ্য আগবঢ়াইছে এটি গৱেষণা সংস্থাই৷ সংস্থাটোৱে কৈছে যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বত পুৰুষৰ শুক্ৰাণু কমি আহিছে৷ ইয়াক অতি গুৰুত্বপূৰ্ বুলি তেওঁলোকে আখ্যা দিছে৷ মঙলবাৰে হিউমেন ৰিপ্ৰডাকচন আপডেট নামৰ
Read More...

বিবাহ বিচ্ছেদ অথবা প্ৰেমত ব্ৰেক আপ; মানুহেই নহয়, চৰাই চিৰিকতিৰো ব্ৰেক আপ হয়।

আবেগ, অনুভূতি পশু আৰু চৰাইৰো আছে,মানুহৰ দৰে । প্ৰতি বছৰে লাখ লাখ পৰিভ্ৰমী চৰাই ভাৰত ভ্ৰমণ কৰে।ইয়াৰে বহু চৰাই আহে ছাইবেৰিয়াৰ পৰা। ছাইবেৰিয়াৰত শীতকালত বৰফ পৰে। ইমান ঠাণ্ডাত চৰাইবোৰ তাত থকাটো সহজ নহয়। এই কাৰণেই এই চৰাইবোৰ আন দেশলৈ যায়।
Read More...

এয়া পুনৰ মিলনৰ কাহিনী। ৭৮বছৰৰ পাছত আকৌ দেখা দেখি। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তেই শেষ দেখা।

চিনেমাৰ দৰে এক সঁচা প্ৰেম কাহিনী। ৭৮ বছৰৰ পাছত যেন পূূৰ্ণতা পালে এটি অসাধাৰণ প্ৰেম কাহিনীয়ে! যি আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। ৭৮ বছৰৰ পাছত ৰেগে নামৰ এজন ইংৰাজ লোকে সেই ফৰাচী ছোৱালীজনীক লগ পায়, যাৰ ছবি তেওঁ মানিবেগত ৰাখি থৈছিল।
Read More...

কংগ্ৰেছী হ’বলৈ গৈ আছে নেকি অভিনেত্ৰী ৰিয়া সেন? ৰাহুল গান্ধীৰ কাষত হাস্যবদনে দেখা গ’ল…

কংগ্ৰেছত যোগ দিব নেকি ৰিয়া সেনে? বলিউডৰ অভিনেত্ৰী তথা মুনমুন সেনৰ কন্যা ৰিয়া সেনক লৈ এইদৰে চৰ্চা চলা দেখা গৈছে৷ শেহতীয়াকৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত ৰিয়া সেনক দেখা গ’ল৷ বৃহস্পতিবাৰে গান্ধীৰ স’তে ৰিয়াই যাত্ৰাত অংশ লয়৷ পিন্ধনত
Read More...

বয়ফ্ৰেণ্ড সম্পৰ্কত মুখ খুলিলে বলিউডৰ মোহময়ী নায়িকা কীৰ্তি শ্বেননে।

কীৰ্তি শ্বেননৰ বয়ফ্ৰেণ্ড আছেনে? হিৰ’পণ্টি, বচ্ছন পাণ্ডেৰ দৰে জনপ্ৰিয় ছৱিত অভিনয় কৰা কীৰ্তি Single নেকি? শেহতীয়াকৈ এগৰাকী অনুৰাগীক অভিনেত্ৰীগৰাকীয়ে এই সম্পৰ্ত এটা বুদ্ধিদীপ্ত উত্তৰ দিছে৷ বুধবাৰে কীৰ্তিৰ মুক্তি লাভ কৰিব লগা ছৱি
Read More...