মুখ্য-পৃষ্ঠা

Navratri Colours 2024: নৱৰাত্ৰিত কোনটো ৰঙৰ কাপোৰ কেতিয়া পিন্ধিব

নৱৰাত্ৰিৰ ৯ দিনত মাতৃ দুৰ্গাৰ ৯টা ৰূপ পূজা কৰা হয়। ৯ গৰাকী দেৱীৰ প্ৰিয় ৰং, প্ৰসাদ আৰু পূজা পদ্ধতি ৯ দিনৰ বাবে। ৯ দিনত কোনটো ৰং পিন্ধিলে শুভ ফল পোৱা যায় এই বিষয়ে বহুতে নাজানে।(Navratri Colours 2024)

PM Narendra Modi: ‘মই কেতিয়াও ভবা নাছিলোঁ যে এদিন মই মুখ্যমন্ত্ৰী হ’ম…’! আমেৰিকাত প্ৰবাসী ভাৰতীয়ক পুৰণি কাহিনী ক’লে পিএম মোদীয়ে

আমেৰিকা ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় সমাজৰ জনসাধাৰণক সম্বোধন কৰি পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰিলে।(PM Narendra Modi)

How to Be Happy: যদি আপুনি জীৱনত সুখী হ’ব বিচাৰে তেন্তে গঢ়ি তোলক এই ৫ টা অভ্যাস

বহুতে নিজৰ সুখৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণস্বৰূপে, যদি আপোনাৰ বন্ধু বা সংগী তেওঁলোকৰ লগত থাকে তেতিয়া তেওঁলোক সুখী হয়। অন্যথা তেওঁলোক অকলে দুখী হৈয়েই থাকে। (How to Be Happy)

PM Modi US visit: গাজাৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ উদ্বেগ প্ৰকাশ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কত পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাসৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়(PM Modi bilateral meeting with Palestinian President) । গাজাৰ অৱনমিত মানৱীয় পৰিস্থিতি সন্দৰ্ভত গভীৰ উদ্দেগ প্ৰকাশ কৰাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে পেলেষ্টাইনৰ লোকসকলৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা পুনৰ দোহাৰে(PM Modi US visit)।

when people dieমানুহ মৰিলে আমি কিয় ৩ দিন লঘোণে থাকো আৰু কিয় ৯/১০ দিনলৈ আমি নিৰামিষ খাওঁ

when people dieমানুহ মৰিলে আমি কিয় ৩ দিন লঘোণে থাকো আৰু কিয় ৯/১০ দিনলৈ আমি নিৰামিষ খাওঁ

Popular