Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

মাউণ্ট এভাৰেষ্ট: নেপাল, চীনে সংশোধিত উচ্চতা ঘোষণা কৰিছে, চাওঁক নতুন উচ্চতা

নেপাল আৰু চীনে মঙ্গলবাৰে (৮ ডিচেম্বৰ) যুটীয়াভাৱে 8848.86 মিটাৰত মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা ঘোষণা কৰে । নেপাল আৰু চীনে ঘোষণা কৰা নতুন উচ্চতাৰ অৰ্থ হৈছে মাউণ্ট এভাৰেষ্ট পৃথিৱী ৰ সৰ্বোপৰি ওখ পাহাৰ। লক্ষ্য কৰিব লগীয়া যে, ১৯৫৫ চনত
Read More...

তিনি বছৰত দ্ৰুততম গতিৰ ইণ্টাৰনেট থাকিব সকলো গাওঁত

মঙলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেঞ্চিংৰ জৰিয়তে ইণ্ডিয়া ম'বাইল কংগ্রেছ (আইএমচি)২০২০-ক সম্বৰ্ধনা জনায়। উদ্ধোধনী ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ডিজিটেল প্ৰযুক্তিৰ ওপৰত আলোকপাত কৰে আৰু কয় যে ম'বাইল নিৰ্মাণৰ বাবে আটাইতকৈ
Read More...

দিল্লী আৰক্ষীয়ে অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰিছে, দাবী আপৰ

দিল্লীৰ শাসকীয় দল অম আদমি পাৰ্টিয়ে অভিযোগ কৰিছে যে সোমবাৰে সিংঘু সীমান্তত কৃষকসকলক সাক্ষাত কৰাৰ পিছত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গৃহআটক কৰা হৈছে।আপ নেতাৰ অভিযোগ যে, কেজৰিৱালৰ বাসগৃহ সম্পূৰ্ণৰূপে বেৰিকেড কৰা হৈছে আৰু কোনো লোককে প্ৰৱেশ
Read More...

ডিমৌত বন্ধ সমৰ্থনকাৰী দুজন ছাত্ৰ নেতাক আটক

আজি কৃষক আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই কৃষক সংগঠনসমূহে দিয়া ভাৰত বাবে ৰাজ্যৰ ঠায়ে ঠায়ে দেখা গৈছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। এই বন্ধৰ মাজতে শিৱসাগৰৰ ডিমৌত দুজন বন্ধ সমৰ্থকক আটক কৰিছে আৰক্ষীয়ে। আটক কৰা ছাত্ৰ নেতা কেইজন ছাত্ৰ মুক্তি সংগ্ৰাম
Read More...

আজি ভাৰত বন্ধ, গুৱাহাটীত ইয়াৰ আংশিক প্ৰভাৱ

কৃষক আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই কৃষক সংগঠনসমূহে দিয়া ভাৰত বন্ধৰ প্ৰভাৱ দেশৰ বিভিন্ন ৰাজ্যত স্থানত কিছু কিছু প্ৰভাৱ পৰিছে যদিও গুৱাহাটীত ইয়াৰ আংশিক প্ৰভাৱহে দেখিবলৈ পোৱা গৈছে। অসমতো কৃষি আইন বাতিলৰ দাবীৰে সংযুক্ত কিষাণ মর্চাই অহা
Read More...

অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ সৌজনত কাকীত অসম ভিত্তিত “লাচিত কাপ ফুটবল প্রতিযােগিতা

অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ কাকী শাখাৰ ব্যবস্থাপনাত “লাচিত দিৱসৰ লগত সংগতি ৰাখি অসম ভিত্তিত "লাচিত কাপ" ফুটবল প্রতিযােগিতা খন ১৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত কৰা হৈছিল । অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ কাকী শাখাৰ কার্যকর্তা সকলৰ অশেষ প্রচেষ্টাত
Read More...

প্ৰয়াত তৰুণ গগৈৰ চিতাভষ্ম লৈ সমগ্ৰ অসম ভ্ৰমণৰে আৰম্ভ হ’ব সদ্ভাৱনা যাত্ৰাৰ

প্ৰয়াত তৰুণ গগৈৰ ইচ্ছানুসৰিয়েই সমগ্ৰ অসম ভ্ৰমণৰ বাবে সাজু হৈছে পুত্ৰ গৈৰৱ গগৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত তৰুণ গগৈৰ চিতাভষ্ম লৈ সমগ্ৰ অসম ভ্ৰমণৰে আৰম্ভ হ’ব সদ্ভাৱনা যাত্ৰাৰ। পিতৃৰ শেষ ইচ্ছা পূৰণ কৰা প্ৰত্যেক পুত্ৰৰ কৰ্তব্য, সেই
Read More...

কা বলৱৎ হলে আমি সহজে এৰি নিদিওঁ, মই পুনৰ ওলাই আহিম- জুবিন গাৰ্গ

মহানগৰীৰ এক আলোচনাত অংশগ্ৰহণ কৰি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কয় যে, “সমগ্ৰ দেশতে জানুৱাৰীৰ পৰা কা বলৱৎ হলে আমি সহজে এৰি নিদিওঁ। মই পুনৰ ওলাই আহিম। আমি প্ৰতিবাদ কৰি যাম ‘কা’ৰ বিৰুদ্ধে।” লগতে জুবিন গাৰ্গে কয় যে – “অসম জাতীয়
Read More...

স্নাতক ডিগ্ৰীধাৰী ST(P) আৰু OBC শ্ৰেণীৰ যুৱক-যুৱতীলৈ ৫০ হাজাৰকৈ দিব ৰাজ্য চৰকাৰে

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি। ৫০ হাজাৰকৈ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব নিবনুৱা যুৱক-যুৱতীক । ST(P) আৰু OBC শ্ৰেণীৰ যুৱক–যুৱতীসকলৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই সাহায্যৰ বাবে আবেদন কৰিবলৈ
Read More...

বিধায়িকা আঙুৰলতা ডেকাৰ কনভয় দুর্ঘটনাগ্রস্ত

আজি সোণাপুৰ কলেজগেটত বিধায়িকা আঙুৰলতা ডেকাৰ কনভয়ৰ বাহন দুর্ঘটনাগ্রস্ত হয়। একে দিশৰ পৰা অহা AS-18-C-6013 নম্বৰৰ খেৰ ভৰ্তি এখন বাহন হঠাৎ ৰাস্তা পাৰ হোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ ফলত বিধায়িকাগৰাকীৰ
Read More...