Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

”মই আছুৰ উপদেষ্টা হৈ থাকিম” সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ঘোষণা

অৱশেষত আজি ৩০ নৱেম্বৰ সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নতুন সমিতিখনে আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত শপতগ্ৰহণ কৰিলে। জল্পনা-কল্পনাৰ অন্ত পেলাই সদৌ অসম ছাত্ৰ সন্থাৰ হৈ ৩ দশক ধৰি কাৰ্যনিৰ্বাহ কৰি থকা ডঃ সমুজ্জ্বল কুমাৰ
Read More...

১ জানুৱাৰীৰ পৰা অনলাইন ক্লাছ বন্ধ হ’ব, খুলিব বিদ্যালয় : শিক্ষামন্ত্ৰী

জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে, অহা ১ জানুৱাৰীৰ পৰা পৰ্যায়ক্ৰমে প্ৰথমৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে ক্লাছসমূহ খুলিব। এই বিষয়ে শিক্ষা বিভাগে জাননী জাৰি কৰিব। লগতে ১৫ ডিচেম্বৰৰ পৰা অনলাইন ক্লাছ সমূহ বন্ধ কৰাৰ
Read More...

২০১৮-২০১৯বৰ্ষত চৰকাৰে ঘোষণা কৰাৰ দৰেই কৃতী ছাত্ৰীয়ে লাভ কৰিব স্কুটী

২০২০-২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলে ডিচেম্বৰ মাহৰ কোনোবা এটা দিনত লাভ কৰিব স্কুটী । জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত এই কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইপিনে, পৰৱৰ্তী পৰ্য্যায়ত অৰ্থাৎ
Read More...

প্ৰয়াত তৰুণ গগৈৰ সমষ্টি তিতাবৰত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ’ব ?

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তিতাবৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব এইলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই দেওবাৰে সম্পূৰ্ণ কৰ্তৃত্ব দিছিল গগৈ পৰিয়ালক ৷ প্ৰয়াত তৰুণ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে এতিয়া বৃটেইনত জন্ম গ্ৰহণ
Read More...

প্ৰয়াত সংগীতকাৰ ৱাজিদ খানৰ পৰিয়ালৰ বিৰুদ্ধে জোৰকৈ ধৰ্ম পৰিৱৰ্তন কৰাৰ অভিযোগ পত্নীৰ

কৰণাৰ মাজতে ভাৰতৰ সংগীত জগতত মোক্ষম আঘাট সানি পৰলোক গমণ কৰা ৱাজিদ খানৰ পত্নীয়ে তুলিছে এক গুৰুতৰ অভিযোগ। বাজিদৰ মৃত্যুৰ পিছতে শহুৰৰ ঘৰে জোৰকৈ ধৰ্ম পৰিৱৰ্তন কৰিব কোৱাৰ অভিযোগ উত্থাপন কৰিছে ৱাজিদৰ খানৰ পত্নীৰ। অভিযোগ অনুসৰি ৱাজিদৰ পত্নী
Read More...

চীনৰ সৈতে যদি পাৰে তেন্তে পাকিস্তানৰ সৈতে কিয় আলোচনা কৰিব নোৱাৰিব কেন্দ্ৰই : মেহবুবা মুফতি

কেন্দ্ৰীয় চৰকাৰ ওপৰত আক্ৰমনাত্মক হৈ মেহবুবা মুফতিৰ প্ৰশ্ন, "পাকিস্তান মুছলমান দেশ, সেইবাবেই তেওঁলোকে তেওঁলোকৰ সৈতে কথা নাপাতে নেকি ? পিপ'লচ ডেমক্ৰেটিক পাৰ্টি (PDP) সভাপতি মেহবুবা মুফতিয়ে দেওবাৰে (২৯ নৱেম্বৰ, ২০২০) কেন্দ্ৰক আক্ৰমন কৰি
Read More...

জানুৱাৰীৰ পৰা চেন্নাই-লণ্ডনৰ মাজত বিমান চলোৱাৰ পৰিকল্পনা এয়াৰ ইণ্ডিয়াৰ

এয়াৰ ইণ্ডিয়াই অহা বছৰৰ জানুৱাৰীৰ পৰা চেন্নাই আৰু লণ্ডনৰ মাজত নন-ষ্টপ বিমান পৰিৱহন কৰাৰ পৰিকল্পনা কৰিছে । যাৰ ফলত তামিলনাডুৰ ৰাজধানীৰ ন খন চহৰক ব্ৰিটিছ ৰাজধানীৰ সৈতে সংযোজিত কৰা হব। এয়াৰ ইণ্ডিয়াই বৰ্তমান দিল্লীৰ পৰা লণ্ডনলৈ নন-ষ্টপ
Read More...

এইবাৰ নোৰো ভাইৰাছৰ সংক্ৰমণ !

কোৰোণা ভাইৰাছৰ উত্‍পত্তিস্থল চীন দেশত এইবাৰ নোৰো ভাইৰাছ নামেৰে এক নতুন ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছে ।নোৰো নামৰ এবিধ নতুন ভাইৰাছে চীনত আৰম্ভ কৰিছে সন্ত্ৰাসৰ। এই নোৰো ভাইৰাছ বিশেষকৈ আক্ৰান্ত হৈছে কণ কণ শিশুৰ লগতে বয়োজ্যেষ্ঠ লোকসকল।এই কথা
Read More...

গুৱাহাটীত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা

ৰাজ্যৰ ভিতৰতে গুৱাহাটীত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা।শীতৰ এই সময়চোৱাত গুৱাহাটীবাসী সাৱধান হোৱা প্ৰয়োজন দেখা দিছে ।ৰাজ্যত ১৬৩জনৰ দেহত ধৰা পৰিছে কৰণা ভাইৰাছ ।কিন্তু ইয়াৰ ভিতৰত ৬১জনেই কামৰূপ মেট্ৰ’ৰ কৰণা ভাইৰাছত আক্ৰান্ত ।এতিয়ালৈকে
Read More...

কৃষক বিদ্ৰোহত! ”সকলো সমস্যা সমাধান কৰাৰ বাবে প্ৰস্তুত চৰকাৰ” গৃহমন্ত্ৰী অমিত শ্বাহ

কিছুদিন পূৰ্বে চৰকাৰে কাৰ্যকৰী কৰা কৃষি আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰেৰে হেজাৰ হেজাৰ কৃষকে বিগত চাৰি দিনে প্ৰতিবাদ সাব্যস্ত কৰি আছিল । শীঘ্ৰে এই আইন উঠাই লোৱাৰ বাবেও প্ৰতিবাদী কৃষকসকলে দাবী জনাইছিল। কৃষকসকলে দিল্লীত প্ৰৱেশ কৰাৰ বাবে
Read More...