Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

কয়লা মন্ত্ৰালয়ৰ ঘোষণা : ৩৮টা কয়লা খনি বাণিজ্যিক খননৰ বাবে নিলাম

দৈনন্দিন বাৰ্তা ডেস্ক : বাণিজ্যিক খননৰ বাবে কয়লা খনিবোৰ কেন্দ্ৰীয় চৰকাৰে আগেয়েই নিলামৰ ঘোষণা কৰিছিল ৷ যোৱা ১৮ জুনত কয়লা খনি বাণিজ্যিক খনন প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ বৃহস্পতিবাৰে কয়লা মন্ত্ৰালয়ে তালিকা প্ৰকাশ কৰি জনাই দিলে ৩৮টা খনিৰ বাবে নিলাম
Read More...

কংগনা ৰানাউটৰ বিস্ফোৰক দাবী : পাক অধিকৃত কাশ্মীৰৰ দৰে লাগিছে মুম্বাই

দৈনন্দিন বাৰ্তা ডেস্ক : সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাচৰ পৰা এটাৰ পাচত এটাকৈ বিস্ফোৰক মন্তব্য কৰিছে কংগনা ৰানাউটে ৷ কিছুদিনৰ আগতে টুইট কৰি কংগনাই মন্তব্য কৰিছিল, মুম্বাই আৰক্ষীৰ পৰা তেওঁ নিৰাপত্তা নিবিচাৰে ৷ এইবাৰ টুইট কৰি আকৌ ব্যংগ কৰি
Read More...

মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ মুদৈবিল-কুঁহিয়াৰবাৰী পথৰ কালভাৰ্টে বিপদ মাতি আনিছে পথচাৰীৰ

উজনি-মাজুলী : মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত সদাব্যস্ত মুদৈবিল-কুঁহিয়াৰবাৰী গড়কাপ্টানী পথত থকা এটা ভগা কালভাৰ্টে বিপদ মাতি আনিছে পথচাৰীলৈ। উল্লেখ যে, উক্ত পথটো ইতিপূৰ্বে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত
Read More...

সোণতলীৰ চৌধুৰীপামৰ আনোৱাৰ হুছেইনৰ জীৱনত ঘোৰ অমানিষা, অকালতে বিকল দুয়োটা চকু

সোণতলী : দক্ষিণ কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলী চৌধুৰীপাম গাঁৱৰ এগৰাকী অসহায় দৰিদ্ৰ পৰিয়ালৰ কৰুণ গাঁথা। পৰিয়ালৰ মুখ্য উপাৰ্জনকাৰী আনোৱাৰ হুছেইনে হঠাতেই দুটি চকুৰে নেদেখা হ'ল ৷ জন্মৰে পৰা এটা চকু বিকল হৈ আছিল যদিও
Read More...

দুই ভাৰতীয় নাগৰিকক আন্তৰ্জাতিক সন্ত্ৰাসবাদী সজোৱাৰ চেষ্টা : ৰাষ্ট্ৰসংঘত পুনৰ ব্যৰ্থ পাকিস্তানৰ…

অনলাইন বাৰ্তা : ভাৰতৰ বিৰুদ্ধে চক্ৰান্ত কৰিবলৈ গৈ পুনৰ ব্যৰ্থ হ’ল পাকিস্তান ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ কমিটীৰ সহায়ত দুই ভাৰতীয় নাগৰিকক আন্তৰ্জাতিক সন্ত্ৰাসবাদী সজোৱাৰ চেষ্টা কৰিছিল ইমৰান খান চৰকাৰে ৷ ১২৬৭ কমিটীৰ কামৰ পদ্ধতিত
Read More...

হোজাইত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-১৯

ডবকা : হোজাই জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড সংক্ৰমন, তাৰ সমান্তৰালভাৱে ধোৱা চাঙত উঠিবলৈ ধৰিছে সামাজিক দূৰত্ব। যমুনামুখ অঞ্চলত বৃহৎ এলেকাৰ একমাত্ৰ বিত্তীয় প্ৰতিষ্ঠান ইউ বি আই বেংকৰ ছবিয়ে আপোনাৰ চকু কপালত তুলিব। পুৰুষ-মহিলা,
Read More...

চহৰাঞ্চললৈ প্ৰসাৰ এনৰেগা

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাৰ বাবেই দেশৰ অৰ্থনীতিৰ দুৰৱস্থা হ’ল ৷ ইয়াৰ লগতে বহু মানুহ কৰ্মহীন হ’ল ৷ গাঁৱৰ পৰা নগৰলৈকে সকলোতে একেই ছবি ৷ দিন হাজিৰা কৰা মানুহে ঘৰতে বহি থাকিব লগা হ’ল ৷ এইবাৰ নগৰত থকা কাম হেৰুৱা মানুহক কৰ্মসংস্থাপন দিব
Read More...

‘মিছন কৰ্মযোগী’ অনুমোদন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় মন্ত্ৰীসভাই বুধবাৰে অসামৰিক কৰ্মচাৰীৰ বাবে দক্ষতা তৈয়াৰ কৰা কৰ্মসূচী মিছন কৰ্মযোগী অনুমোদন কৰে ৷ ইয়াৰ দ্বাৰা ভৱিষ্যতে তেওঁলোকক সহায় কৰিব বুলি জনাইছে ৷ এয়া চৰকাৰৰ সকলোতকৈ বৃহৎ মানৱসম্পদ উন্নয়ন সংস্কাৰ,
Read More...

ছাইবাৰ যুদ্ধ : ভাৰতত পাবজীসহ ১১৮ টা চীনা এপ নিষিদ্ধ

দৈনন্দিন বাৰ্তা ডেস্ক : গালৱান উপত্যকাত সেনাৰ সংঘৰ্ষৰ পাচত কাৰ্যত ভাৰত-চীনৰ ছাইবাৰ যুদ্ধ আৰম্ভ হয় ৷ প্ৰথম পৰ্যায়ত ৫৯টা এপ নিষিদ্ধ কৰাৰ পাচত কেন্দ্ৰই জনাইছিল, কেন্দ্ৰৰ ২৫০টা এপ পৰ্যৱেক্ষণৰ ভিতৰত ৰাখিছে ৷ পূৱ লাডাখত পুনৰ চীনে অনুপ্ৰৱেশৰ
Read More...

ভাৰতত ক’ৰোনা ভাইৰাছত মহিলাতকৈ পুৰুষৰ মৃত্যুৰ পৰিমাণ দুগুণ

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত ক’ৰোনা ভাইৰাছত মহিলাতকৈ পুৰুষৰ মৃত্যুৰ পৰিমাণ দুগুণ ৷ ৬৯ শতাংশ পুৰুষৰ মৃত্যু হৈছে ৷ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে এই মহামাৰীত কিদৰে বয়স আৰু লিংগ ভেদে মানুহক প্ৰভাৱিত কৰিছে তাৰ তাৰিখত নিয়মীয়াকৈ চালে সৰ্বাধিক
Read More...