Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

প্ৰথমবাৰৰ বাবে সন্ত্ৰাস জৰ্জৰ শ্ৰীনগৰ ছেক্টৰত চিআৰপিএফৰ ইনস্পেক্টৰ জেনেৰেলৰ দায়িত্বত মহিলা আইপিএছ

দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰথমবাৰৰ বাবে সন্ত্ৰাস জৰ্জৰ জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰ ছেক্টৰত চিআৰপিএফৰ ইনস্পেক্টৰ জেনেৰেল (আইজি) হিচাপে এগৰাকী মহিলা আইপিএছ বিষয়াক নিযুক্তি দিয়া হৈছে ৷ শ্ৰীনগৰ ছেক্টৰত চিআৰপিএফৰ ইনস্পেক্টৰ জেনেৰেল হিচাপে
Read More...

জনজাতিকৰণ দাবীত দিছপুৰ লাষ্টগেট, গুৱাহাটীত সদৌ মটক যুৱ-ছাত্ৰ পৰিষদ আৰু কোচ যুৱ পৰিষদৰ উদ্যোগত…

দৈনন্দিন বাৰ্তা ডেস্ক : বছৰ বছৰ ধৰি ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ পৰা দূৰত্ব বজাই ৰখা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ স্থিতি প্ৰদৰ্শন কৰিছে অসমৰ জনগোষ্ঠীয় সংগঠনসমূহে। অসমৰ অন্যতম ভূমিপুত্ৰ মটক আৰু কোচ জনগোষ্ঠীৰ
Read More...

ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত হিচাপে ৰাজীৱ কুমাৰৰ দায়িত্ব গ্ৰহণ

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত হিচাপে প্ৰাক্তন বিত্ত সচিব ৰাজীৱ কুমাৰে মঙলবাৰে দায়িত্ব গ্ৰহণ কৰিছে ৷ তেওঁ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰা আৰু নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰৰ ওচৰত যোগ দিয়ে ৷ উল্লেখ্য যে যোৱা ১৮ আগষ্টত
Read More...

পেংগঙত চীনৰ আগ্ৰাসন ৰোধ ভাৰতীয় সেনাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : লাডাখ সীমান্তত পুনৰ উত্তেজনাৰ সৃষ্টি কৰিলে চীনে ৷ পেংগঙৰ কাষত পুনৰ সোমাবলৈ চেষ্টা কৰিলে চীনা সেনাই ৷ অৱশ্যে ভাৰতীয় সেনাই বাধা দিয়াত চীনৰ অভিযান ব্যৰ্থ হয় ৷ ২৯ আগষ্টৰ গভীৰ নিশা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ সোমাবলৈ
Read More...

কাশ্মীৰী শিক্ষয়িত্ৰীলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা

দৈনন্দিন বাৰ্তা ডেস্ক : কাশ্মীৰৰ ৰুহি চুলতানা নামৰ শিক্ষয়িত্ৰীগৰাকী ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ এইগৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক খেলৰ জৰিয়তে শিক্ষা দান কৰে ৷ চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী চুলতানা প্ৰকৃততে
Read More...

পশ্চিম বংগৰ মহাবিদ্যালয়ত মেধাৰ তালিকাত কণ্ঠশিল্পী নেহা কাক্কাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ছানী লিয়নিৰ পাচত পশ্চিম বংগৰ মালদা জিলাৰ এখন মহাবিদ্যালয়ৰ এইবাৰ মেধাৰ তালিকাত সোমাল কণ্ঠশিল্পী নেহা কাক্কাৰ ৷ তালিকা মতে নেহাই মাণিকচক কলেজৰ পৰা কলা বিভাগত প্ৰথম স্থান লাভ কৰিছে ৷ তদুপৰি শিক্ষা আৰু ইংৰাজী সন্মানত
Read More...

তৈয়াৰ কৰা হৈছে তালিকা : অযোগ্য দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক অৱসৰ ল’বলৈ বাধ্য কৰাব কেন্দ্ৰই

দৈনন্দিন বাৰ্তা ডেস্ক : যিসকল কৰ্মচাৰীৰ ৩০ বছৰ পূৰ্ণ কৰিছে, তেওঁলোকৰ ছাৰ্ভিচ ৰেকৰ্ড চাবলৈ সকলো বিভাগৰ সচিবক নিৰ্দেশ দিছে কেন্দ্ৰই ৷ তাৰ পৰা অযোগ্য আৰু দুর্নীতিগ্রস্ত কৰ্মচাৰীক চিহ্নিত কৰি জনস্বাৰ্থত তেওঁলোকক আগতীয়া অৱসৰ দিয়া হ’ব বুলি
Read More...

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ পকোৱাৰ আঞ্চলিক সমিতি গঠন

নলবাৰী : আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ পকোৱাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এখন আঞ্চলিক সমিতি গঠন কৰা হয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ সভাপতি মনোৰম কলিতাৰ সভাপতিত্বত,
Read More...

খাদ্যৰ নামত বৰবিহ : চাহপানী নে বিহপানী

নাজিৰা : দেশৰ জনতাৰ স্বাস্থ্য সুৰক্ষাৰ নামত কেন্দ্ৰ বা ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও আজিও দেশৰ ৮০% জনতাই খাদ্যৰ নামত শ্ল’পইজন ৰূপী বৰবিহ সেৱণ কৰি থাকিবলগীয়া হোৱাটো অত্যন্ত পৰিতাপৰ কথা ৷ উল্লেখ্য যে দেশৰ জনতাৰ
Read More...

জামুগুৰিহাটত ৯ বছৰীয়া কিশোৰৰ গ্ৰন্থ উন্মোচন : প্ৰকাশ পালে “EXPRESSIONS OF THE MIND IN…

জামুগুৰিহাট : কুসুমটোলাত কালি ৯ বছৰীয়া কিশোৰ লক্ষ্যজয় কলিতাৰ "EXPRESSIONS OF THE MIND IN WORDS" শীৰ্ষক এখনি ইংৰাজী ভাষাৰ গ্ৰন্থ উন্মোচন হয়। সেই উপলক্ষে অনুষ্ঠিত উন্মোচনী সভাখনত সভাপতিৰ আসন গ্ৰহণ কৰে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ
Read More...