Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

কাৰ্বিআংলং ৰ পয্যটন স্থলীত সশস্ত্ৰ কুকি উগ্ৰপন্থীৰ মুক্ত বিচৰণ : বন্ধ হল টকৌলাংচ জলপ্ৰপাত : পয্যটকৰ…

বোকাজান : প্ৰকৃতিৰ মনোৰম নৈসৰ্গিকতাৰে ভৰপূৰ পৰ্য্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু কাৰ্বিআংলং জিলাৰ বোকাজান মহকুমাৰ বালিপথাৰৰ টকৌলাংচ জলপ্ৰপাতস্থলিত অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত উগ্ৰপন্থী সদস্যৰ মুক্ত বিচৰণে সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্য
Read More...

নগাঁৱৰ মৰিকলং চাৰিআলি-জয়শ্ৰী চিনেমা হল সংযোগী মহাত্মা গান্ধী পথৰ বিধ্বস্ত ৰূপ

নগাঁও : নগাঁও জিলাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মৰিকলং চাৰিআলিৰ পৰা পাৱাৰ হাউছ তিনিআলি হৈ কৃষ্ণা হল চাৰিআলি আৰু জয়শ্ৰী চিনেমা হলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী মহাত্মা গান্ধী পথ এটা অতি গুৰুত্বপূৰ্ণ পথ ৷ গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ
Read More...

গামোচাক লৈ ৰাজনীতি নকৰিব

গামোচাখনক লৈ ৰাজনীতি নকৰিব এই গামোচা প্ৰতিজন অসমীয়াৰ স্বাভিমান। গামোচাখনত প্ৰতিজন অসমীয়াৰে সমান অধিকাৰ আছে হয়তো সেইজন ব্যক্তি হিন্দুৱে হওঁক নতুবা মুছলমান হওঁক। মই যিমান দূৰ জানো মুছলমান লোকসকলে গামোচাখন নামাজ কৰোতে লয় আৰু আমি হিন্দুসকলে
Read More...

ক’ৰোণাই অভিশাপ হ’ল মধ্যবিত্তীয় সকলৰ

✍ ভুপেশ খাটনিয়াৰ যেতিয়া নভেল কৰোণা ভাইৰাছে প্ৰথমে বিয়পিছিল (বা এই বীজ চটিয়াই দিয়া হৈছিল) সেই কথা প্ৰতিজন নাগৰিকে চৰকাৰে লোৱা সকলো সিদ্ধান্তক কোনো কথা অৱহেলা নকৰাকৈ মানি লোৱাটোয়েই আছিল আমাৰ সামাজিক দায়বদ্ধতা ৷ প্ৰয়োজনত আমি সকলোৱে
Read More...

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে মুকলি : উমানন্দ মন্দিৰৰ লগতে যাত্ৰীয়ে সুন্দৰ নৈসৰ্গিক-মনোমোহা…

দৈনন্দিন বাৰ্তা ডেস্ক : সোমবাৰে মুকলি হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে ৷ গুৱাহাটীৰ কাছাৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ সংযোগ কৰিছে এই ৰ’প ৱেই ৷ জিএমডিএৰ তত্ত্বাৱধানত এই ব্যৱস্থা কৰা হৈছে ৷ এই ৰ’প ৱেৰ ফলত গুৱাহাটীৰ পৰা উত্তৰ
Read More...

চুটি ছৱিৰ জনপ্ৰিয়তা

✍ গীতাশ্রী বৰা সাম্প্ৰতিক সময়ত চুটি ছৱিৰ জনপ্ৰিয়তা ছ'চিয়েল মিডিয়াত অত্যাধিক। চুটি ছৱিৰ জনপ্ৰিয়তা আছে বাবেই হয়তু বহু সংখ্যক চুটি ছৱিৰ সৃষ্টি হৈছে। দৰ্শকৰ অভূত পৰিমাণৰ সঁহাৰিয়ে এনে চুটি ছৱিৰ নিৰ্মাণত সমাদৰ লাভ কৰিছে। চলচিত্র নিৰ্মাতাই
Read More...

ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খোলাৰ সিদ্ধান্ত উচিত হোৱা নাই

✍ পৰেশ দাস কভিড-১৯ৰ বাবে সমগ্ৰ বিশ্বতে শৈক্ষিক, অৰ্থনৈতিক, ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈছে। সেয়া বিনাদ্বিধাই সত্য। বিশেষকৈ দীৰ্ঘদিন ধৰি বিদ্যালয়সমূহ বন্ধ থকাত ছাত্ৰ-ছাত্ৰীসকল পিছ পৰি গৈছে। সেয়ে ১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ
Read More...

ক’ৰোনাক জয় কৰি ভাৰতত ঘৰলৈ গৈছে ২৩ লাখৰো অধিক : ২৪ ঘণ্টাত দেশত ৬১,৪০৮ জন আক্ৰান্ত

দৈনন্দিন বাৰ্তা ডেস্ক : যোৱা কিছুদিন দেশত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা দিনে ৭০ হাজাৰৰ ওচৰত আছিল ৷ দেওবাৰে সেই সংখ্যা কমিল ৷ তথাপি সেই সংখ্যাটো স্বস্তিৰ নহয় ৷ যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনাত আক্ৰান্ত হৈছে প্ৰায় ৬১ হাজাৰ মানুহ ৷ ফলত সমগ্ৰ দেশত
Read More...

‘বাছ ভাড়া বৃদ্ধি, সাধাৰণ ৰাইজক মাধমাৰ’

✍ চন্দন কুমাৰ নাথ অনলাইন বাৰ্তা : দেশত ভয়ানক ৰূপত বৃদ্ধি হোৱা কোভিড-১৯ মহামাৰীৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি যান-বাহন চলাচল বন্ধ কৰি দিয়া হৈছিল। লকডাউনৰ পিছত আৰম্ভ হোৱা আনলক প্রক্রিয়াত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ লগতে যাত্রীবাহী বাছ
Read More...

উজনি মাজুলী মূদৈবিল অঞ্চলৰ এদল কনমানিৰ প্ৰতিভা

উজনি-মাজুলী : এফালে ক'ৰোনা আনফালে আকৌ অসমীয়াৰ পবিত্ৰ ভাদ মাহ। ভাদ মাহতে মহাপুৰুষ কেইজনৰ  জন্ম  সেয়ে কোৱা হয় ভাদ মাহতো পবিত্ৰ মাহ। এই পবিত্ৰ ভাদ মাহতে ক'ৰোনা ভাইৰাছকো একাশৰীয়া কৰি মাজুলী মূদৈবিল অঞ্চলৰ এদল দেৱশিশুৱে বয়স ৩ বছৰ পৰা ৮
Read More...