Breaking

Browsing Category

স্থানীয় বাৰ্তা

১০০শতাংশ উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়ালে বেছামাৰীৰ নৱ জাগৰণ বিদ্যাপীঠে…

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰ ধাৰা অক্ষুন্ন ৰাখিলে নগাঁও জিলাৰ বেছামাৰীৰ নৱ জাগৰণ বিদ্যাপীঠে। বিদ্যালয় খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ২৮ গৰাকী পৰীক্ষাৰ্থীৰ ১৫ গৰাকী প্ৰথম বিভাগত আৰু ১৩ গৰাকী দ্বিতীয় বিভাগত
Read More...

হোজাই ৰাষ্ট্ৰভাষা স্কুলত ৯৬ নং ভোট কেন্দ্ৰৰ ই ভি এম মেচিনৰ বিসংগতি হোৱাত ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হয়…

আজি ৰাতি পোৱা ৭ টা বজাত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে হোজাই ৰাষ্ট্ৰভাষা স্কুলত ৯৬ নং ভোট কেন্দ্ৰৰ ই ভি এম মেচিনৰ বিসংগতি হোৱাত ভোটাৰ ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ উত্তেজনা। প্ৰায় ৪০ৰ পৰা ৪৫ মিনিট পৰ্যন্ত ই ভি এম মেচিন বিকল হৈ
Read More...

ভোটাধিকাৰ সাব্যস্ত বিধায়ক বিশ্বজিৎ ফুকনৰ…

অষ্টাদশ লোক সভাৰ নিৰ্বাচনত ভোট দান কৰিলে বিধায়ক বিশ্বজিৎ ফুকনে ৷ নতুন যোৰহটীয়া গাঁৱৰ শিশু কল্যান প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত পত্নী, কন্যাৰ
Read More...

ভোটদান কৰি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে কি ক’লে…

অখিল মাতৃ প্ৰিয়দা গগৈৰ ভোটদান। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিয়নি বিধানসভা সমষ্টিৰ ৬৯ নং বৰগুৰি প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোটদান কৰে বৰ্ষীয়ান মহিলা প্ৰিয়াদা গগৈয়ে।
Read More...

প্রথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই ব্ৰহ্মপুত্ৰ অঞ্চলত অথন্তৰ! পথ নিৰ্মাণ নকৰাৰৰ বাবেই ভোট বৰ্জন…

প্রথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই ব্ৰহ্মপুত্ৰ অঞ্চলত অথন্তৰ। দেৰগাঁৱৰ বৰ কৰৈয়নিত ভোট বৰ্জন ৰাইজৰ। পথ নিৰ্মাণ নকৰাৰৰ বাবেই ভোট বৰ্জন। ৰাস্তাত ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ। প্ৰায় ৬০০ ভোটাৰে বৰ্জন কৰিলে ভোট দান।
Read More...

ধুবুৰীত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ নেতৃত্বত দুহেজাৰো অধিক সমৰ্থকসহ অগপত যোগদান..

লোকসভা নিৰ্বাচন সমাগত, হাতত আৰু কেইটামান দিন থাকোঁতে ধুবুৰী লোকসভা সমষ্টিৰ মিএযোটৰ শক্তি ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। কংগ্ৰেছ দলৰ প্ৰতি বীতশ্ৰদ্ধ হৈ ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰন সম্পাদক আমিনুল ইচলাম কংগ্ৰেছ দলৰ পদৰ পৰা পদত্যাগ কৰাৰ লগতে
Read More...

দ্বিতীয় বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হ’বলৈ ব্য়াপক নিৰ্বাচনী প্ৰচাৰ দিলীপ শইকীয়াৰ…

নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্রতৰ কৰি তুলিছে দৰঙ-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই। ন-ন অঞ্চলত অনুষ্ঠিত হোৱা জনসভাত এইদৰে বহু কংগ্ৰেছ কৰ্মীয়ে সংসদীয় সমষ্টিৰ প্ৰাৰ্থী গৰাকীৰ উপস্থিতিত বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে।
Read More...

তেজপুৰৰ প্ৰসিদ্ধ ভাৱৰীয়া তথা নাট্য শিল্পী বসন্ত কুমাৰ দাসৰ পৰলোকপ্ৰাপ্তি…

পহিলা ব'হাগৰ দিনটোতেই দ-পৰ্বতীয়া লেঙাচুবুৰি নিবাসী বসন্ত কুমাৰ দাসে আকস্মিকভাৱে ৭৭ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। দ-পৰ্বতীয়াৰ এগৰাকী সুযোগ্য সন্তান দাসদেৱে অতি কম বয়সতে মহাপুৰুষীয়া নাট ভাওনাৰ প্ৰতি আকৃষ্ট হৈ পাছলৈ এগৰাকী সুদক্ষ ভাৱৰীয়া
Read More...

উদুলি মুদুলি পৰিৱেশঃ মাজবাটৰ খুছুৰাবাৰীত ঘৰে ঘৰে বৈশাগু…

আনবৰ্ষৰ দৰে এইবাৰো ওদালগুৰি জিলাৰ মাজবাটৰ খুছুৰাবাৰী বড়ো জনগোষ্ঠীয় গাওঁত ৰংজালী বৈশাগু পালনত উদুলি মুদুলি পৰিৱেশ। গাঁও খনৰ যুৱক-যুৱতী, ডেকা-গাভৰু, বৃদ্ধ সকলোৱে ওলাই আহি ঘৰে ঘৰে গৈ বৈশাগু পালন কৰাৰ লগতে জ্যেষ্ঠ জনক সেৱা কৰি আশীর্বাদ লোৱা
Read More...

দেৰগাঁৱৰ ৰঙামাটি তিনিআলিত সমাজকৰ্মী দন্দেশ্বৰ হাজৰিকাৰ সোঁৱৰণত নামঘৰৰ তোৰণ উন্মোচন…

আজি প্ৰয়াত সমাজকৰ্মী দণ্ডেশ্বৰ হাজৰিকাৰ ১৭তম মৃত্যু বাৰ্ষিকী লগত সংগতি ৰাখি ৰঙামাটি শেনছোৱা বৰ নামঘৰৰ মূল তোৰণ ৰঙামাটি ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিআলিত বিশিষ্ট সমাজসেৱক প্ৰয়াত দন্দেশ্বৰ হাজৰিকাৰ সোঁৱৰণত ৰঙামাটি শেনচোৱা বৰ নামঘৰৰ এখন স্মৃতি
Read More...