Breaking

Browsing Category

স্থানীয় বাৰ্তা

টংলা প্ৰেছ ক্লাৱৰ উদ্যোগত বাতৰি কাকত বিতৰকক ৰাষ্ট্ৰীয় পতাকা প্ৰদান …

দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিত সমগ্র দেশে উদযাপন কৰা আজাদী কা অমৃত মহোৎসৱৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি বৃহত্তৰ টংলা অঞ্চলত ৰ'দ- বতাহ ,বৰষুণকো নেওচি ঘৰে ঘৰে পৃথিৱীৰ খবৰ বিলোৱা বাতৰি কাকতৰ বিতৰক(হকাৰ)সকলক টংলা প্ৰেছ
Read More...

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ সুখবৰ..

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ সুখবৰ।চাৰিগৰাকী আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰীৰ অনুসন্ধান পাৰদৰ্শিকতা বঁটা। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম
Read More...

গৌৰীপুৰত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি “প্ৰভাতফেৰী” কাৰ্যসূচী ৰূপায়ণ…

দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ দেশজুৰি পালন কৰি অহা 'আজাদী কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি আজি গৌৰীপুৰৰ বিভিন্ন প্ৰান্তত থকা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিদ্যালয় মহাবিদ্যালয়ত ৰূপায়ন কৰা হয় “প্ৰভাতফেৰী” কাৰ্যসূচী
Read More...

পৱন কুমাৰ বৰঠাকুৰ হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব …

১ ছেপ্টেম্বৰত নতুন মুখ্য সচিবৰূপে দ্বায়িত্ব গ্ৰহণ কৰিব পৱন বৰঠাকুৰে । জ্যেষ্ঠ IAS বিষয়া, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ হ’ব অসমৰ পৰৱৰ্তী মুখ্য সচিব ৷ বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই (Chief Secretary Jishnu Barua)
Read More...

মৰ্মান্তিক ! সামাজিক সংকীৰ্ণতাৰ বলি এটা পৰিয়াল ৷পুতি থোৱা মৃতদেহ গাতৰ পৰা উলিয়াই সৎকাৰৰ ব্যৱস্থা…

সামাজিক সংকীৰ্ণতাৰ বলি এটা পৰিয়াল ৷পুতি থোৱা মৃতদেহ গাতৰ পৰা উলিয়াই সৎকাৰৰ ব্যৱস্থা । মঙলদৈ পতালসিঙ পাৰাৰ গণক চুবাত এক হৃদয় বিদাৰক ঘটনা । সামাজিক সংকীৰ্ণতাৰ বলি হল এটা পৰিয়াল । সৎকাৰৰ বিপৰীতে গাত খান্দি
Read More...

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস পালন…

দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগে আজি এদিনীয়া কাৰ্য্যসূচীৰে বিশ্ব হস্তী দিৱস পালন কৰে। উক্ত কাৰ্য্যসূচীত হাতীৰ মাউত সকলৰ মাজত টি শ্বাৰ্ট বিতৰণ, বন কৰ্মী সকলক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি দৰং জিলা বন বিষয়া প্ৰদীপ্ত
Read More...

শিৱসাগৰ জিলা কংগ্ৰেছ কমিতিৰ উদ্যোগত “স্বাধীনতাৰ গৌৰৱময় যাত্ৰা” শীৰ্ষক এক পদযাত্ৰা…

শিৱসাগৰ জিলা কংগ্ৰেছ কমিতিৰ উদ্যোগত "স্বাধীনতাৰ গৌৰৱময় যাত্ৰা" শীৰ্ষক এক পদযাত্ৰা বাহিৰ । এই পদযাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ অংশগ্ৰহণ ।
Read More...

ধুবুৰীত চৰকাৰী নিবিদাক লৈ চলিছে চৰম অনিয়ম …

হাট বজাৰৰ চৰকাৰী নিবিদাক লৈ চলিছে চৰম অনিয়ম । খণ্ড উন্নয়ন বিষয়াকো দিয়া নাই গুৰুত্ব । ধুবুৰী জিলা পৰিষদৰ সভাপতিৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ । চৰকাৰী নীতি নিয়মক ভৰিৰে
Read More...

আজি কামৰূপ জিলাৰ মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ল “প্ৰভাতফেৰী”…

স্বাধীনতা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি কামৰূপ জিলাৰ মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা এক “প্ৰভাতফেৰী” অনুষ্ঠানৰ আয়োজন কৰা হয়। মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰা আৰম্ভ কৰা অনুষ্ঠানত প্ৰায় ৬ শতাধিক ছাত্ৰ
Read More...

ধুবুৰী হাওৰাৰপাৰত নাও দুৰ্ঘটনা। ৫০ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীসহ নদীৰ বুকুত ডুব গ’ল নাও

ধুবুৰী হাওৰাৰপাৰ নদী পথত নাও দুৰ্ঘটনা। ৫০ গৰাকী স্কুলীয়া ছাত্ৰছাত্ৰী সহ নদীৰ বুকুত ডুব গ’ল নাও।খোদাৰচৰ এম ই মাদ্ৰাছা আৰু সোনাৰাম পাটোমাৰী হাই স্কুলৰ মুঠ - ৫০ গৰাকী ছাত্ৰছাত্ৰীয়ে স্কুল ছুটী হোৱাৰ পাছতে ঘৰ যোৱাৰ সময়তে এই নাও দুৰ্ঘটনা সংঘটিত
Read More...