Browsing Category

স্থানীয় বাৰ্তা

গৌৰীপুৰত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰে দীৰ্ঘদিন ধৰি চলাই আহিছে বৃহৎ উৎকোচৰ ৰমৰমীয়া বেহা। যাৰ ফলত গোচৰীয়া আৰু অপৰাধীয়ে দুয়ো পক্ষই দিব লাগিছিল লাখ লাখ টকাৰ উৎকোচ। এশ গৰু মাৰিলে
Read More...

ক’ভিড-১৯ সজাগতাৰ বৃদ্ধিৰ বাবে জিলা স্বাস্থ্যবিভাগৰ সমদল

উজনি-মাজুলী : ৰাজ্যৰ আন জিলাৰ লগতে মাজুলী জিলাতো বুধবাৰে ক'ভিড-১৯ অতিমাৰী প্ৰতিৰোধৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে জিলা স্বাস্থ্য বিভাগে ক'ভিড-১৯ সজাগতা সমদল উলিয়ায়। কমলাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা কমলাবাৰী চহৰৰ
Read More...

নগাঁও বন বিভাগৰ দ্বাৰা চেগুন কাঠৰ কুণ্ডাসহ অবৈধ কাঠ ফলা মিল জব্দ

নগাঁও : নগাঁও বন বিভাগ আৰু জুৰীয়া আৰক্ষীৰ এক যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডাসহ এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়। কালি জুৰীয়াৰ কালিয়াডিঙা পাম গাৱঁত এক গোপন তথ্য পম খেদি নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ এক
Read More...

বিদ্যুৎ যোগানত ব্যৰ্থ হোৱা উজনি মাজুলী বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও ছাত্ৰ সন্থাৰ

উজনি-মাজুলী : উজনি মাজুলীত বিদ্যুৎ যোগানত ব্যৰ্থ হোৱা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে কালি জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ সন্থাৰ কৰ্মী সকলে কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে। উজনি মাজুলীস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়টিত বিগত বহু দিনৰ
Read More...

নগাঁৱত ড্ৰাগছ্ ব্যৱসায়ী গ্ৰেপ্তাৰ

নগাঁও : নগাঁৱৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই বৰবজাৰ অঞ্চলৰ পৰা হবিবুৰ ৰহমান ওৰফে মজিবুৰ নামৰ এজন কুখ্যাত ড্ৰাগছ্ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী বৰভেটিৰ নিৱাসী হবিবুৰৰ বিৰুদ্ধে নগাঁও সদৰ থানাত অবৈধ ড্ৰাগছ্ সৰবৰাহৰ দুটা
Read More...

গেলেকী সীমান্তৰ নাগালেণ্ডত অসমৰ যুৱকক গুলীয়াই হত্যা

গেলেকী : নাজিৰা মহকুমা অন্তৰ্গত গেলেকী তথা অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত পুনৰ অসমীয়াৰ ওপৰত আক্ৰমণ নগা দুৰ্বৃত্তৰ। অসমৰ যুৱকক নাগালেণ্ডত গুলীয়াই হত্যা। ধেমাজি মঙ্গলতি গাঁৱৰ জিতেন গগৈ নামৰ যুৱকজনক ৰাজপথত দুৰ্বৃত্তই আগছি ধৰি গুলীওৱাৰ অভিযোগ
Read More...

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ কলিয়াবৰ অধিবেশন স্থগিত

নগাঁও : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ, অসমৰ ২০২১ ৰ জানুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক দ্বি-বাৰ্ষিক অধিবেশন বাতিল কৰা হৈছে। আজি নগাঁৱত সমাজৰ প্ৰধান সম্পাদক শ্ৰীমন্ত ভূঞাই জানিবলৈ দিয়ে যে কৰ'না সৃষ্ট পৰিস্থিতিৰ বাবেই এই
Read More...

ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডক বিক্ৰীৰ তীব্ৰ প্ৰতিবাদ তিনিচুকীয়াত

তিনিচুকীয়া : ভাৰতৰ অৰ্থনীতিৰ বুনিয়াদ স্বৰূপ দেশৰ সম্পদ ৰাজহুৱা খণ্ডৰ ৰেল, বেংক বীমা, তেল, বিমান বন্দৰ, পোৰ্ট, ৰেলৱে ষ্টেচন, প্ৰতিৰক্ষা উৎপাদন আৰু কয়লা সহ জল-জংগল-জমিন আদি গুজৰাটী বনিয়া গোষ্ঠীৰ মূৰব্বী বৃহৎ পুঁজিপতি আম্বানী-আদানী গোষ্ঠীৰ
Read More...

নলবাৰীত প্ৰধানমন্ত্ৰী মোদীৰ পুত্তলিকা দাহ

নলবাৰী : কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আজি নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। কেন্দ্ৰীয় চৰকাৰে মঙ্গলবাৰে সংসদত খাদ্য সুৰক্ষা আইন গৃহীত কৰাৰ বিৰোধিতাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
Read More...

মাস্ক নিপিন্ধা ব্যৱসায়ী, কৰ্মচাৰীৰ বিৰুদ্ধে লব কঠোৰ ব্যৱস্থা

জামুগুৰিহাট, ২৩ ছেপ্টেম্বৰঃ কোভিড-১৯ মহামাৰী প্ৰতিৰোধৰ স্বাৰ্থতে সজাগতা বৃদ্ধিৰ বাবে জামুগুৰিহাটৰ ব্যৱসায়ী সন্থাই গ্ৰহণ কৰিছে এলানি পৰীক্ষা গুৰুত্বপূৰ্ণ কৰ্মসূচী। সন্হাৰ কাৰ্যনিৰ্বাহক সভাই এই সিদ্ধান্ত সমূহ গ্ৰহণ কৰিছে। এক বিবৃতিত এই কথা
Read More...