Breaking

Browsing Category

স্থানীয় বাৰ্তা

স্বৰাজ শশাংক গগৈলৈ শেষ শ্ৰদ্ধাঞ্জলী গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ…

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কণানদীত দুৰ্ঘটনাত  আকস্মিক মৃত্যুক সাৱতি লোৱা লখিমপুৰ জিলা ছাত্ৰ সন্হাৰ  সাধাৰণ সম্পাদক তথা ঢকুৱাখনা নিৱাসী স্বৰাজ শশাংক গগৈক শুক্ৰবাৰে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷
Read More...

জাগীৰোডত ১ কোটি টকাৰ ড্ৰাগছ জব্দ…

জাগীৰোডত আজি ষ্টেটিক ছাৰ্ভিলেন্সৰ এটা দলে জাগীৰো আৰক্ষীৰ সহযোগত এখন এল্টো বাহনত জব্দ কৰে ১২৫.৬ গ্ৰাম ওজনৰ ড্ৰাগছ । নগাঁৱৰ জুৰীয়াৰ পৰা জাগীৰোড ৰেল ষ্টেচনৰ অভিমূখে পূৱা প্ৰায় ৪.৩০ বজাত AS-02-N-3157 নম্বৰৰ এল্টো বাহনখনত কঢ়িয়াই অনা অৱস্থাত
Read More...

তেজপুৰত বিজেপিৰ ৰাজ্যিক সভাপতি কলিতাঃ ভূপেন বৰাৰ দোকান এইবাৰ বন্ধ হ’ব

ৰকিবুল হুছেইন বৃহৎ শূন্য হ’ব আৰু কংগ্ৰেছে অসমত খাটা খুলিব নোৱাৰিব৷তেজপুৰত আজি এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ স’তে তেজপুৰৰ চানমাৰিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশলৈ বিজেপিৰ
Read More...

ডিব্ৰুগড়ত ফ্লায়িং স্কোৱাডৰ অভিযানত বুজন পৰিমানৰ নগদ ধন জব্দ…

ডিব্ৰুগড়ত ফ্লায়িং স্কোৱাডৰ অভিযানত বুজন পৰিমানৰ নগদ ধন জব্দ। ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ ডিব্ৰুগড় বিধানসভা সমষ্টিত
Read More...

বিশ্বনাথৰ পুৱ নাগশংকৰত বিজেপিৰ সভাঃ তিনি শতাধিকতকৈ অধিক লোকৰ বিজেপিত যোগদান…

সমাগত লোকসভা নিৰ্বাচন ৷ বিজেপি দলে নিৰ্বাচনী কুচকাৱাজ চলোৱাৰ সমান্তৰালকৈ ধাৰাবাহিকভাবে বিজেপিত যোগদানৰ প্ৰক্ৰিয়াও চলি আছে ৷ মোদী চৰকাৰৰ প্ৰতি আস্থা ৰাখি বহু সংখ্যক লোকে বিজেপিত যোগদান কৰিছে ৷ মংগলবাৰে বিজেপিৰ চতিয়া মণ্ডলৰ সভাপতি ঈশ্বৰ
Read More...

সোণাপুৰত চাৰি শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণৰে সফল সমাপ্তি ঝুমুৰ নৃত্য আৰু ঢোল বাদন কৰ্মশালা…

চাহ জনজাতি কলা কৃষ্টি বিকাশ আৰু ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা ১৪ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী সোণাপুৰৰ ট্ৰাইচেম প্ৰেক্ষাগৃহত ঝুমুৰ নৃত্য আৰু ঢোল বাদন প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাখনৰ উদ্যোক্তা তথা চাহ জনজাতি
Read More...

দিগদৰ্শন প্ৰকাশনৰ দুখন কাব্যগ্ৰন্থ উন্মোচন…

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ কবি বৃষ্টি হৰিস্মৃতা বৰুৱাই ১৮মাৰ্চত তেওঁলোকৰ একমাত্ৰ কন্যা জিগিষা কোঁৱৰৰ প্ৰথম বাৰ্ষিক জন্মদিনত দুখনকৈ গ্ৰন্থ উন্মোচন কৰে। যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কবি বৃষ্টি হৰিস্মৃতা বৰুৱাৰ
Read More...

ওৰাংত আৰণ্যকৰ গঁড়ৰ বিদ্যালয় যাত্ৰা…

আৰণ্যকৰ উদ্যোগত আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত বিগত দুটা দিন ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বিদ্যালয়ত "গঁড়ৰ বিদ্যালয় যাত্ৰা" শীৰ্ষক এক সজাগতা অনুষ্ঠান আয়োজন কৰা হয়। গঁড় থকা বনাঞ্চলৰ কাষৰীয় ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা
Read More...

তেজপুৰত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰিব আম আদমী পাৰ্টীয়ে…

তেজপুৰত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰিব আম আদমী পাৰ্টীয়ে! আম আদমী পাৰ্টীত বিভিন্ন দল সংগঠনৰ লোকৰ যোগদান ৷
Read More...