Breaking

Browsing Category

স্থানীয় বাৰ্তা

ওৰাংত আৰণ্যকৰ গঁড়ৰ বিদ্যালয় যাত্ৰা…

আৰণ্যকৰ উদ্যোগত আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত বিগত দুটা দিন ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বিদ্যালয়ত "গঁড়ৰ বিদ্যালয় যাত্ৰা" শীৰ্ষক এক সজাগতা অনুষ্ঠান আয়োজন কৰা হয়। গঁড় থকা বনাঞ্চলৰ কাষৰীয় ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা
Read More...

তেজপুৰত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰিব আম আদমী পাৰ্টীয়ে…

তেজপুৰত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰিব আম আদমী পাৰ্টীয়ে! আম আদমী পাৰ্টীত বিভিন্ন দল সংগঠনৰ লোকৰ যোগদান ৷
Read More...

শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ অসমীয়া গীতৰ নৃত্য প্ৰতিযোগিতা…

সাংস্কৃতিক নগৰী তেজপুৰৰ ঐতিহ্যভূমি জ্যোতি ভাৰতী ( পকী)ত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চই অনুষ্ঠিত কৰে Modern dance competition based on Assamese songs.
Read More...

বিলাসী পাৰা সাপটগ্ৰামত বিশেষ বৃত্তি মূলক পৰীক্ষা অনুষ্ঠিত…

সাপটগ্ৰামত নেতাজি আইটি আৰু এডুকেচন নামৰ কম্পিউটাৰ প্ৰশিক্ষণ সংস্থাই অনুষ্ঠিত কৰে এই বিশেষ পৰীক্ষা।আজি ধুবুৰী জিলাৰ বিলাসী পাৰা মহকুমাৰ অন্তৰ্গত সাপটগ্ৰামত নেতাজি আইটি আৰু এডুকেচন নামৰ কম্পিউটাৰ প্ৰশিক্ষণ সংস্থাই এক বিশেষ বৃত্তি পৰীক্ষাৰ
Read More...

নলবাৰীৰ “নপ্তিপাৰা সত্ৰ”ত “উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘ”ৰ ৪৭ সংখ্যক নপ্তিপাৰা…

নলবাৰীৰ "নপ্তিপাৰা সত্ৰ"ত "উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘ"ৰ ৪৭ সংখ্যক নপ্তিপাৰা অধিৱেশনৰ তিনিদিনীয়া কাৰ্যসূচীৰে সফল সামৰণি! বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰে উখল মাখল পৰিৱেশ !
Read More...

বিলাসীপাৰাৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা চুপাৰ ওমেন গ্ৰুপৰ মহানুভৱতা…

অকল মহিলাৰ দ্বাৰা গঠিত বিলাসীপাৰাৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা চুপাৰ ওমেন গ্ৰুপৰ মহানুভৱতা |এশ গৰাকী দৰিদ্ৰ মহিলাক বিনামূলীয়া লৈ প্ৰদান কৰে পানী বিশুদ্ধকৰন ফিল্টাৰ |বিলাসীপাৰাৰ মহামায়া মন্দিৰ প্ৰাঙ্গণত বিতৰণ কৰে ফিল্টাৰ সমুহ |
Read More...

গুৱাহাটী পৌৰ নিগম এলেকাৰ ৩১ মে’ ৰ ভিতৰত পৌৰ সম্পত্তি কৰ পৰিশোধ কৰিলে ১০% বিশেষ ৰেহাই দিয়াৰ…

গুৱাহাটী পৌৰ নিগম এলেকাৰ যিসকল সম্পত্তি কৰ দাতাই নিয়মিতভাৱে কৰ পৰিশোধ কৰি আছে লগতে ইংৰাজী ১ এপ্ৰিল,
Read More...

ঢেকীয়াজুলি সমষ্টিৰ তিনখুৰীয়া চাহ বাগিছাত ভাৰতীয় চাহ মজদুৰ সংঘৰ সংবাদমেল …

ঢেকীয়াজুলি সমষ্টিৰ তিনখুৰীয়া চাহ বাগিছাত আজি ভাৰতীয় চাহ মজদুৰ সংঘই এখনি সংবাদমেল অনুষ্ঠিত কৰে ৷ ভাৰতীয় চাহ মজদুৰ সংঘৰ ঢেকীয়াজুলি শাখা সমিতিৰ উদ্যোগত তিনখুৰীয়া চাহ বাগিছাত থকা ভাৰতীয় চাহ
Read More...

নগাঁৱত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিশেষ অনুষ্ঠান…

নগাঁও তথা সমগ্ৰ অসমতে শাস্ত্ৰীয় সংগীতৰ এটি উৎসাহজনক বাতাবৰণ সৃষ্টি কৰা আৰু উঠি অহা প্ৰজন্মক তাৰ প্ৰতি বিশেষভাৱে অনুৰাগী কৰাৰ উদ্দেশ্যে- কিছু শুভচিন্তক লোকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা 'শাস্ত্ৰীয় সঙ্গীত মঞ্চ, নগাঁৱৰ উদ্যোগত যোৱা ১২ মাৰ্চ তাৰিখে
Read More...

চতুৰ্থ বাৰ্ষিক ডাঃ টি আও ফুটবল প্ৰতিযোগিতা আৰম্ভ, উদ্বোধনী মেচত অৰগেং এফ চি-গুৱাহাটী চিটী এফ চিৰ…

অৰগেং এফ চি, ডিমাকুছি দল আৰু গুৱাহাটী চিটী এফ চিয়ে আজিৰে পৰা আৰম্ভ হোৱা চতুৰ্থ বাৰ্ষিক ডাঃ টি আও আমন্ত্ৰনমুলক ফুটবল প্ৰতিযোগিতাত জয়ৰে অভিযান আৰম্ভ কৰিছে৷ ডাঃ টি আও শতবৰ্ষ সমাৰোহ সমিতিৰ উদ্যোগত তথা ছিপাঝাৰ ক্ৰীড়া সন্থাৰ সহযোগত ছিপাঝাৰ
Read More...