Breaking

Browsing Category

স্থানীয় বাৰ্তা

দাৱনী সকলৰ সৈতে ৰবাব টেঙাৰ সোৱাদ ললে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

গোলাঘাট জিলাৰ ঢেকিয়ালৰ ঐতিহাসিক ৰহঢলা পথাৰৰ আলিত বহি সতীৰ্থ মন্ত্ৰী আৰু দাৱনী সকলৰ সৈতে একেলগে ৰবাব টেঙাৰ সোৱাদ লৈ ন খালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
Read More...

অসম কোম্পানী নাজিৰা ল’ৰা প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান

ঐতিৰ্যমণ্ডিত নাজিৰা নগৰত ইংৰাজ চৰকাৰ আৰু অসম কোম্পানীৰ কেইগৰাকীমান বিদ্যানুৰাগী ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত ১৯১৪ চনত এক মাহেন্দ্ৰ ক্ষণত বিশিষ্ট গংগা খ্যাত দিখৌ নদীৰ পাৰত জন্ম লাভ কৰা মুক্তাৱ বিদ্যালয়খনে ১৯৬০ চনত এতিয়াৰ অসম কোম্পানী
Read More...

লাহৰীঘাটত ড্ৰাগছসহ ৩ সৰবৰাহ কাৰীক আটক

মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত। লাহৰীঘাটত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী। লাহৰীঘাট আৰক্ষীয়ে বগলীপাৰা কদমতলাত চলোৱা এক অভিযানত ড্ৰাগছসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে।
Read More...

শ্ৰী শ্ৰী ন-ৰোৱা কুজি সত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহু স্মৃতি বিজড়িত আৰু প্ৰাচীন সম্পদেৰে ভৰপূৰ এই সত্ৰখনলৈ পোন প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পিছতেই সত্ৰ খনত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। মুখ্যমন্ত্ৰী সত্ৰ খনত উপস্থিত হোৱাৰ লগে লগে ভকত বৈষ্ণৱ সকলে হৰি
Read More...

লিংগ বৈষম্য দূৰ কৰা লক্ষ্যৰে স্বেচ্ছাসেৱী সংগঠনৰ সজাগতামুলক সভা, ফুটবল প্ৰতিযোগিতা

সামাজৰ পৰা লিংগ বৈষম্য দুৰ কৰি চাহ বাগিচাৰ মহিলা সকলক সমাজ উন্নয়ন বাবে পথ দেখুৱাই হাতে হাত ধৰি লগত লৈ যোৱাৰ লক্ষ্যৰে ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু চৰাইদেউৰ বিভিন্ন চাহ বাগিচাত "ইনভেটিভ চেইঞ্জ কলাবৰেটিভ চাৰ্ভিচ
Read More...

ধেমাজি জিলাৰ ১২৪৪ ছাত্ৰ-ছাত্ৰীলৈ বিনামূলীয়া স্কুটী। ১৭ ডিচেম্বৰত ধেমাজিত উপস্থিত হ’ব…

ধেমাজি জিলাৰ ১২৪৪ ছাত্ৰ-ছাত্ৰীলৈ বিনামূলীয়া স্কুটী । ১৭ ডিচেম্বৰত ১৪টাকৈ আঁচনিলৈ ধেমাজিলৈ আহিব মুখ্যমন্ত্ৰী, সঞ্জয় কিষাণ।আগন্তুক ১৭ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ধেমাজি জিলাৰ বাবে ভালেমান অভিলাষী আঁচনি লৈ আহিব আৰু সেইদিনাই
Read More...

মৰিগাঁৱত প্ৰায় ৯১০.১৩ কোটি টকাৰ নিৰ্ধাৰিত পুঁজিৰে ১২টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন…

জনতাৰ মাজলৈ বিকাশৰ ভাগীৰথী যাত্ৰা অব্যাহত ৰাখি ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত মৰিগাঁও জিলাত প্ৰায় ৯১০.১৩ কোটি টকাৰ নিৰ্ধাৰিত পুঁজিৰে ১২টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰায় ৯১০.১৩ কোটি টকাৰ নিৰ্ধাৰিত পুঁজিৰে ১২টা
Read More...

একুৰি কবিৰ কবিতাৰে জীপাল সন্ধিয়া মৰিয়নিৰ শৈক্ষিক সমন্বয় ক্ষেত্ৰ

এক বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা মৰিয়নি প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ আজিৰ সন্ধিয়া ন পূৰণি কবিৰ কবিতাৰে কাব্য়ময় পৰিবেশৰ সৃষ্টি হয় ।অনুষ্ঠানটি উদ্বোধন কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ
Read More...

অসম সাহিত্য সভাৰ কৰ্মচাৰী সকলৰ প্ৰাপ্য দৰমহা আদায়ৰ দাবিত অসহযোগ আন্দোলন

অসম সাহিত্য সভাৰ কৰ্মচাৰী সকলৰ প্ৰাপ্য দৰমহা আদায়ৰ দাবিত চতুৰ্থ দিনৰ কাৰ্যসূচী অসহযোগ আন্দোলন চলাই যাব
Read More...

বাহনাত লিংগ বৈষম্য সম্পৰ্কীয় সজাগতা সভাত বাটৰ নাট প্ৰদৰ্শন

নাৰী শক্তি মহান শক্তি।সমাজত চলি অহা নাৰী আৰু পুৰুষৰ বৈষম্য তথা নাৰী নিৰ্যাতনে এই কথা যেন উপলুঙা কৰি আহিছে।সেয়ে আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত তেজস্বিনী মণ্ডল সংগঠনৰ সহযোগত বাহনা অঞ্চলত সমাজত লিং বৈষম্যমূলক হিংসাৰ সমাপ্তিৰ
Read More...