Breaking

Browsing Category

স্থানীয় বাৰ্তা

ধুবুৰীৰ ভাষানী চৰ গাঁও পঞ্চায়তত বিধায়ক উন্নয়ন পুঁজিৰ অধীনত তিনি লাখ টকাৰ এখন পথ নিৰ্মাণৰ কামৰ…

ধুবুৰীৰ ভাষানী চৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিধায়ক উন্নয়ন পুজিৰ অধিনত মহম্মদ আলীৰ ঘৰৰ পৰা সেখেৰ উল্লা এম,ই,স্কুললৈকৈ এখন পথ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে। তিনি লাখ টকাৰ ব্যায় সাপেক্ষে পথ নিৰ্মাণৰ শুভ উদ্বোধন কৰে এ আই ইউ ডি এফ দলৰ ভাষানী চৰ গাঁও
Read More...

হাজোৰ সু -সন্তান,কৃতি শিক্ষক ৰজনী শালৈক ৰাজ্যিক শিক্ষক গৌৰৱ বঁটা প্ৰদান

কামৰূপ জিলাৰ হাজোৰ চেছামূখ গাওঁ নিবাসী বিশিষ্ট শিক্ষক তথা সাহিত্যিক ৰজনী শালৈক এইবেলি ৰাজ্যিক শিক্ষক গৌৰৱ বটা প্ৰদান কৰা হৈছে। অসমৰ অন্যতম সংগঠন ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্বনৰ সৌজ্যনত মানৱ সম্পদ গঢ়াত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে
Read More...

টংলাৰ ৰূপাখাটত প্রেসিডেন্সী ফাইন আৰ্ট এণ্ড ক্ৰাফ্টচ স্কুল মুকলি…

ছাত্র ছাত্ৰীয়ে বিদ্যালয়ত আনুসংগিক শিক্ষা লোৱাৰ লগতে সমান্তৰাল ভাৱে মানসিক বিকাশৰ লক্ষ্য উদ্দেশ্য আজি ওদালগুৰি জিলাৰ টংলা অন্তৰ্গত ৰূপাখাটতস্থিত জ্ঞানোদয় বিদ্যাপীঠত প্রেসিডেন্সী ফাইন আৰ্ট এণ্ড ক্ৰাফ্টচ স্কুল নামে এখন কলাৰ বিদ্যালয় শুভ
Read More...

জ্ঞানপীঠ বঁটাৰে বিভূষিত, কাব্যঋষি, নীলমণি ফুকনৰ আজি ৯০ বছৰীয়া ওপজা দিন…

জাতীয় জীৱনক ধন্য কৰা ভাষাশিল্পী, জীৱনশিল্পী, ভাৰতীয় সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক 'নিৰ্জনতাৰ কবি', 'গোলাপী জামুৰ লগ্নৰ কবি' নীলমণি ফুকন। বিংশ শতিকাৰ পঞ্চাছৰ দশকৰ পৰা কাব্যচৰ্চা কৰি জ্ঞানপীঠকে ধৰি বিভিন্ন বঁটা-সন্মান-স্বীকৃতিৰে
Read More...

বৰপথাৰ আৰক্ষীৰ ন-ৰূপ , ৰ লাগি চালে শ শ জনতাই…

এইবাৰ আন এক ৰূপত বৰপথাৰ আৰক্ষী। মহাপুৰুষজনাৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা আৰু ভকত সেৱাৰে বৰপথাৰ আৰক্ষীয়ে দেখুৱালে "জনহিত জনসেৱাৰ্থে"ৰ প্ৰকৃত নিৰ্দশন। শুক্ৰবাৰে ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাত দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন হয় বছেৰেকীয়া
Read More...

অৱসৰী শিক্ষক কমল ৰাজবংশীক ‘গুৰু ৰত্ন’ উপাধি প্ৰদান

নাগশংকৰৰ এটি অন্যতম সামাজিক -সাংস্কৃতিক অনুষ্ঠান আলোকে শিক্ষক দিৱসৰ দিনা নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অবসৰপ্রাপ্ত শিক্ষক তথা ধলাইবিলৰ চামধৰা গাঁও নিবাসী সমাজকৰ্মী, সংগঠক, সাহিত্যিক কমল ৰাজবংশীক 'গুৰু ৰত্ন'উপাধি প্ৰদান কৰে। নাগশংকৰ
Read More...

সপ্তম সংখ্যক মাজুলী জিলা দিৱস, “সামাজিক সমস্যাক অগ্ৰাধিকাৰ দি কাম কৰি যাওঁক”- সাংসদ প্ৰদান বৰুৱা

জিলা ঘোষণাৰ পিছত কম দিনতে মাজুলী উন্নয়নৰ দিশত আগুৱাই গৈছে ৷ জিলা ঘোষণাৰে পিছপৰা মাজুলীক উন্নয়নৰ মুখ দেখুওৱা সেই সময়ৰ মাজুলীক প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰী আসন অলংকৃত কৰা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সেই উন্নয়নৰ গতিক
Read More...

‘শিক্ষয়িত্ৰী কেৱল ষ্টাইল মাৰিহে স্কুললৈ আহে’! অনকেমেৰা শিক্ষকক ধমক বিধায়ক ৰূপজ্যোতি…

মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ H.S Final পৰীক্ষাত বাণিজ্য শাখাত দুজন শিক্ষাৰ্থীৰ বিপৰীতে সাত জনকৈ শিক্ষক থাকিও এজনহে উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছিল আনহাতে ক’লা শাখাত ৩২ জনৰ ভিতৰত ১২ জন উৰ্ত্তীণ হৈছিল আৰু উচ্চ মাধ্যমিকত ৪১%
Read More...

অসম মাদ্ৰাছা শিক্ষা বৰ্ড গঠন…

অসম মাদ্ৰাছা শিক্ষা বৰ্ড গঠন । অসম আহলে চুন্নত ওৱাল জামাত মাদ্ৰাছা শিক্ষা ব'ৰ্ড গঠন । সঞ্চালক প্ৰধান মুফতি মকিকবুৰ ৰহমান আজহাৰী । সভাপতি বৰপেটা জিলাৰ মুফতি হাইদৰ আলী। অসমৰ DGP পৰামৰ্শ অনুসৰি মাদ্ৰাছা শিক্ষা ব'ৰ্ড গঠন । একত্ৰিত হল সহশ্ৰাধীক
Read More...

জীতেন শইকীয়াক ৰাষ্ট্ৰীয় মানৱ‌ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰৰ শিক্ষক প্ৰেৰণা সন্মান প্ৰদান

ৰূপহী শিক্ষা খণ্ডৰ অন্তৰ্গত লাওগাঁও প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জীতেন শইকীয়াক ৰাষ্ট্ৰীয় মানৱ‌অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ(National Human Rights and Crime Control Bureau)ৰ উদ্যোগত শিক্ষক প্ৰেৰণা সন্মান প্ৰদান কৰা হয়।শিক্ষক
Read More...