Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

‘ন্যায় পত্ৰ’- কংগ্ৰেছে মুকলি কৰিলে লোকসভা নিৰ্বাচনৰ ঘোষণা পত্ৰ, দেশবাসীক দিলে ২৫টা…

বিজেপিক ৰুধিবলৈ চেষ্টা অব্যাহত ৰখা কংগ্ৰেছে শুক্ৰবাৰে আনুষ্ঠানিকভাবে প্ৰকাশ কৰিলে দলৰ নিৰ্বাচনী ইস্তাহাৰ। ২৫ টা বিশেষ প্ৰতিশ্ৰুতিৰে কংগ্ৰেছে দেশৰ সৰ্বস্তৰৰ ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা চলাইছে। কংগ্ৰেছে এই ইস্তাহাৰৰ শিৰোনাম দিছে ‘ন্যায়
Read More...

৮ এপ্ৰিলত আমেৰিকাৰ বহু ঠাইলৈ দিনতে নামি আহিব এন্ধাৰ…

৮ এপ্ৰিলত আমেৰিকাৰ বহু ঠাইলৈ দিনতে নামি আহিব এন্ধাৰ। সেই দিনটোৰ বাবে এতিয়া বিজ্ঞানীসকলে অপেক্ষা কৰিছে। দৰাচলতে এনে দিনক লৈ প্ৰাচীন কালতো মানুহৰ কৌতূহল আছিল। প্ৰাচীন ছিৰিয়াতো ৩,০০০ বছৰ আগতে তেনে এক ঘটনাই ঘটিছিল। ৩,০০০ বছৰ পূৰ্বে কোনোবা এটা
Read More...

পুনৰ ভূমিকম্পৰ কম্পন! বহু চহৰৰ ভূমি কঁপিল; ঘৰৰ ভিতৰত থাকিবলৈ ভয় হ’ল মানুহৰ…

শুকুৰবাৰে ম্যানমাৰত ৫.৮ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। ইয়াৰ পূৰ্বে ৩ এপ্ৰিলত টাইৱানত ৭.৫ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল। এই ভূমিকম্পৰ বিষয়ে সমগ্ৰ বিশ্বতে আলোচনাৰ বিষয় হৈ পৰিল। কিছুদিনৰ পৰা বিশ্বৰ বহু ঠাইত ভূমিকম্পৰ খবৰ অবিৰতভাৱে আহিছে।
Read More...

কৰ্কট ৰোগৰ বাবে ভাৰতৰ প্ৰথমটো CAR-T cell therapy আৰম্ভ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ…

ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্ৰৌপদী মুৰ্মুৱে বৃহস্পতিবাৰে আই আই টি বম্বেত কৰ্কট ৰোগৰ বাবে ভাৰতৰ প্ৰথমটো থলুৱা জিন থেৰাপী আৰম্ভ কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতিয়ে কয় যে ইয়াৰ আৰম্ভণি আমাৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত এক বৃহৎ সফলতা। “CAR-T cell therapy” নামৰ
Read More...

কোভিডতকৈয়ো ১০০ গুণে বেছি বিপজ্জনক বাৰ্ড ফ্লুৱে সৃষ্টি কৰিব পাৰে আন এক মহামাৰীৰ, সতৰ্ক কৰিলে…

বিশ্বত আন এক মহামাৰীৰ আশংকাই দেখা দিছে। কোভিডতকৈয়ো ১০০ গুণে অধিক মাৰাত্মক বাৰ্ড ফ্লু মহামাৰীয়ে বিশ্বত পুনৰ ত্ৰাসৰ সৃষ্টি কৰিব পাৰে। তেনে আশংকাই ব্যক্ত কৰিছে বিজ্ঞানীসকলে। দৰাচলতে বিশ্বৰ পৰা এতিয়াও নাইকিয়া হোৱা নাই ক’ৰনাৰ প্ৰভাৱ৷ যেতিয়াই
Read More...

যোগীৰ ৰাজ্যত ৰক্ষা পৰিল মাদ্ৰাছা আইন! উচ্চতম ন্যায়ালয়ে ২৫ হাজাৰ মাদ্ৰাছাৰ ১৭ লাখ মুছলমান…

অৱশেষত বহু বাদ-বিবাদৰ অন্তত ৰক্ষা পৰিল যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশৰ মাদ্ৰাছাসমূহ। উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ ২৫ হাজাৰ মাদ্ৰাছাৰ ১৭ লাখ শিক্ষাৰ্থীক সকাহ দিলে। উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন ২০০৪ ৰ গোচৰত এলাহাবাদ
Read More...

হিন্দী চলচিত্ৰ মুঝে স্কুল নেহি জানা নিৰ্মাণেৰে ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম অৰ্জন কৰিলে…

ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ নিৰ্মাণ কৰা হিন্দী বোলছবি 'মুঝে স্কুল নেহি জানা'ই এইবাৰ ৫ম নেপাল কালচাৰেল ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰে।যোৱা ২৯ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে নেপালত অনুষ্ঠিত হোৱা এই মহোৎসৱৰ সামৰণি
Read More...

উদ্ভিদেও ‘চিঞৰে’, উদ্ভিদেও কান্দে; প্ৰথমবাৰৰ বাবে গছৰ শব্দ ধৰি ৰাখে বিজ্ঞানীসকলে…

বিজ্ঞানীসকলে গছ-গছনি কটা বা উভালৰ সময়ত উদ্ভিদৰ "চিঞৰ" শব্দ ধৰি ৰাখিছে। উদ্ভিদৰ শব্দ মানুহে কৰা দৰে নহয়, বৰঞ্চ মানুহৰ শ্ৰৱণ ক্ষমতাৰ পৰিসৰৰ বাহিৰৰ আল্ট্ৰাছ’নিক কম্পাঙ্কত পপিং বা ক্লিক কৰা শব্দ। ইজৰাইলৰ টেল আভিভ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে
Read More...

কৰ্ণাটকৰ বোৰৱেলত পৰি যোৱা ডেৰ বছৰীয়া শিশুক অলৌকিকভাৱে উদ্ধাৰ কৰিলে এনডিআৰএফ, এছডিআৰএফৰ দলে…

এটি শিশুক অলৌকিকভাবে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰীৰ দলে। শিশুটি এটা দ’ বোৰৱেলত পৰি গৈছিল। কৰ্ণাটকৰ লাচিয়ানা গাঁৱত সংঘটিত ঙঘটনাটোৰ উত্তেজনাপূৰ্ণ উদ্ধাৰ অভিযানে সকলোকে আচৰিত কৰি তুলিছে। গাঁতটোত আৱদ্ধ হৈ থকা ডেৰ বছৰীয়া সতীশ সতীশ
Read More...

‘বিশ্বৰ কোটিপতি’ তালিকাত ২৫ জন ভাৰতীয়ৰ নাম, তালিকাত নাম আছে মুকেশ, আদানীৰ…

বুধবাৰে ফৰ্বছে ২০২৪ চনৰ ‘বিশ্বৰ কোটিপতি’ তালিকা প্ৰকাশ কৰে। তালিকা অনুসৰি এইবাৰ ২৫ জন ভাৰতীয়ই এই তালিকাত আত্মপ্ৰকাশ কৰে। তদুপৰি, ৰষ্টাৰত এতিয়া ২০০ জন ভাৰতীয় ব্যক্তিৰ কথা গৌৰৱ কৰা হৈছে, যিটো যোৱা বছৰ গণনা কৰা ১৬৯ জন ব্যক্তিৰ তুলনাত
Read More...