Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ইজৰাইলত হামাছ ৰকেটৰ আঘাতত আহত কেৰালাৰ নাৰ্ছ শ্বীজা আনন্দ…

হামাছ সন্ত্ৰাসবাদীৰ ৰকেট আক্ৰমণত এগৰাকী ভাৰতীয় আহত হোৱাৰ খবৰ আহিছে। শেহতীয়া খবৰ অনুসৰি ইজৰাইলত হামাছৰ ৰকেটৰ আক্ৰমণত আহত হৈছে কেৰালাৰ পৰা যোৱা এগৰাকী নাৰ্ছ । শ্বীজা আনন্দ নামৰ নাৰ্ছ গৰাকী ৰকেটৰ আক্ৰমণত আহত হোৱা বুলি জানিব পৰা গৈছে।
Read More...

হামাছৰ আক্ৰমণৰ মাজতে ইজৰাইলৰ দূতাবাস…

হামাছৰ আক্ৰমণৰ মাজতে ইজৰাইলৰ দূতাবাস, দিল্লীৰ চাবাদ ঘৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰিছে আৰক্ষীয়ে ইজৰাইল পেলেষ্টাইন যুদ্ধ: হামাছ উগ্ৰপন্থীৰ ৰক্তাক্ত আক্ৰমণৰ প্ৰতিশোধ হিচাপে সোমবাৰে ইজৰাইলে গাজা ষ্ট্ৰিপত বিমান আক্ৰমণ বৃদ্ধি কৰি খাদ্য,
Read More...

অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণত এতিয়ালৈকে হোৱা ব্যয়ৰ হিচাব দিলে ট্ৰাষ্টে। ট্ৰাষ্টৰ একাউণ্টত জমা আছে…

ভাৰতবাসীয়ে আগন্তুক বৰ্ষত লাভ কৰিব বহু চৰ্চিত অযোধ্যাৰ ৰাম মন্দিৰ। এতিয়া পূৰ্ণ গতিতত চলি আছে ৰাম মন্দিৰ নিৰ্মাণৰ কাম। কিন্তু সুবিশাল এই মন্দিৰ নিৰ্মাণত এতিয়ালৈকে কিমান টকা খৰচ হৈছে বাৰু? এই বছৰৰ মাৰ্চ মাহলৈকে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৯০০
Read More...

পেলেষ্টাইন-ইজৰাইলক ‘তাৎক্ষণিক যুদ্ধবিৰতি’ৰ আহ্বান ৰাছিয়াৰ। গাজাত ইজৰাইলী সেনাৰ গুলীত…

পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত আৰম্ভ হোৱা যুদ্ধই এতিয়া উদ্বিগ্ন কৰি তুলিছে ৰাছিয়াক। ৰাছিয়াই ইউক্ৰেইনৰ সৈতে তয়াময়া যুঁজত লিপ্ত হৈ আছে যদিও ইজৰাইল-পেলেষ্টাইনৰ যুঁজ যেন সহিব পৰা নাই। সেয়ে যুদ্ধত লিপ্ত হোৱা ইজৰাইল-পেলেষ্টাইনক "তাৎক্ষণিক
Read More...

ইজৰাইল-পেলেষ্টাইন যুদ্ধঃ হামাছ কি? ইয়াৰ নেতা ইছমাইল হানিয়াৰ কোন?

শনিবাৰে পুৱা পেলেষ্টাইনৰ উগ্ৰপন্থী সংগঠন হামাছে ইজৰাইলৰ দক্ষিণ আৰু কেন্দ্ৰীয় অঞ্চলত এক বিধ্বংসী সন্ত্ৰাসবাদী আক্ৰমণ চলাইছে, যাৰ ফলত ৪০০ ৰো অধিক লোকৰ শোকাৱহ মৃত্যু হৈছে, মৃত্যুৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইজৰাইলৰ ওপৰত হোৱা এই
Read More...

ঢাকাত এছিয়ান কাৰ ৰেলীৰ ফ্লেগ অফ বাংলাদেশস্থিত ভাৰত চৰকাৰৰ উচ্চ আয়ুক্ত প্ৰণয় ভাৰ্মাৰ…

ভাৰতৰ উচ্চ আয়ক্তৰ ঢাকাস্থিত কাৰ্যালয়ত এছিয়ান কাৰ ৰেলীৰ ফ্লেগ অফ অনুষ্ঠান সোমবাৰে আয়োজিত হয়। ঢাকাস্থিত ভাৰতীয় দূতাবাসৰ উচ্চ আয়ুক্ত প্ৰণয় ভাৰ্মাই পতাকা জোকাৰি ৰেলীৰ গাড়ীসমূহক ঢাকাৰ পৰা বিদায় জনায়।উচ্চ আয়ুক্তৰ কাৰ্যালয়ত ৰেলীৰ দলটোক
Read More...

৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী কেন্দ্ৰক। বিনামূলীয়া আঁচনিৰ লৈ কঠোৰ উচ্চতম ন্যায়ালয়,…

দেশত বন্ধ হব নেকি বিনামূলীয়া আঁচনি। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমূহৰ বিনামূলীয়া আঁচনিক লৈ কঠোৰ উচ্চতম ন্যায়ালয়। নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ লগতে সংলিষ্ট ৰাজ্যৰ শাসনাধিষ্ঠ চৰকাৰ সমূহে বিভিন্ন বিনামূলীয়া আঁচনি ঘোষনাৰে ভোটাৰ ৰাইজক
Read More...

ইজৰাইল হামাছৰ তীব্ৰ যুদ্ধত ১১০০ লোকৰ মৃত্যু…

ইজৰাইললৈ ৫০০০ ৰকেট নিক্ষেপ হামাছ। শনিবাৰে পুৱাই হামাছে ইজৰাইলৰ ওপৰত প্ৰায় ৫০০০ ৰকেট নিক্ষেপ কৰা বুলি দাবী কৰে। তাৰ পিছৰে পৰা ইজৰাইল আৰু হামাছৰ মাজত তীব্ৰ যুদ্ধ চলি আছে য’ত এতিয়ালৈকে ১১০০ জন লোকৰ মৃত্যু হৈছে। শনিবাৰে (৭ অক্টোবৰ) পুৱা
Read More...

মধ্য প্ৰাচ্যত যুদ্ধৰ দামামা, পেলেষ্টাইনক সমৰ্থন ইৰাণ, য়েমেন, ইৰাক, ছিৰিয়া আৰু কাটাৰৰ…

লেবাননৰ ইছলামিক প্ৰতিৰোধ আন্দোলন হিজবুল্লাই দখলদাৰী ইজৰাইলৰ ওপৰত পেলেষ্টাইনী মুক্তিকামী সংগঠন হামাছৰ আক্ৰমণক সমৰ্থন কৰি কয় যে পেলেষ্টাইনী প্ৰতিৰোধ সংগঠনৰ নেতাৰ সৈতে অহৰহ প্ৰত্যক্ষ যোগাযোগত আছে। সংগঠনটোৱে পেলেষ্টাইনীসকলৰ বিৰুদ্ধে যোৱাকালিৰ
Read More...

২০ মিনিটত ৫,০০০ ৰকেটৰ আঘাত…

২০ মিনিটত ৫,০০০ ৰকেটৰ আঘাত! হামাছৰ আক্ৰমণৰ পিছতে পেলেষ্টাইনৰ বিৰুদ্ধে 'যুদ্ধ ঘোষণা' ইজৰাইলৰ১৯৮ গৰাকী ইজৰাইলীৰ মৃত্যু, হামাছৰ বিৰুদ্ধে অপাৰেছন আইৰণ ছৰ্ড আৰম্ভ, ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ উদ্বেগ প্ৰকাশ। ইজৰাইলত থকা ভাৰতীয় লোকৰ বাবে ভাৰতীয়
Read More...