Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ভৱানী দেৱীয়ে ৰচনা কৰিলে ইতিহাস; এছিয়ান ফেঞ্চিং চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰথম পদক লাভ

ভাৰতৰ শীৰ্ষ ফেন্সাৰ ভৱানী দেৱীয়ে সোমবাৰে এছিয়ান ফেন্সিং চেম্পিয়নশ্বিপত মহিলাৰ সাব্ৰে ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস লিখিবলৈ সক্ষম হয়। এই উল্লেখযোগ্য কৃতিত্বই মহাদেশীয় মিটত ভাৰতৰ প্ৰথমটো
Read More...

‘আদিপুৰুষ’ৰ বিবাদৰ মাজতে কাঠমাণ্ডু মহানগৰীত সকলো ভাৰতীয় ছবি নিষিদ্ধ

কাঠমাণ্ডুৰ মেয়ৰ বেলেন শ্বাহৰ সচিবালয়ে ঘোষণা কৰিছে যে সোমবাৰৰ পৰা মহানগৰীত ভাৰতীয় চিনেমা প্ৰদৰ্শিত নহ’ব। 'আদিপুৰুষ'ত জানকিক "ভাৰতৰ কন্যা" বুলি অভিহিত কৰা সংলাপক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে এই
Read More...

বাৰ্মিংহামত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্ণামেণ্টত খেলিব অসমৰ দৃষ্টিহীন খেলুৱৈ চিমু দাসে

অসমৰ দৃষ্টিহীন মহিলা ক্ৰিকেটৰ ক্ষেত্ৰখনলৈ সুখবৰ। প্ৰতিবন্ধকতা নেওচি দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে অসমীয়া ছোৱালী ক্ৰিকেটাৰ। অসমৰ এগৰাকী দৃষ্টিহীন মহিলা খেলুৱৈয়ে বাৰ্মিংহামত অনুষ্ঠিত
Read More...

আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস।এইবাৰৰ বিষয়বস্তু হৈছে “সকলোৰে বাবে সামাজিক ন্যায় আৰু শিশু…

১২ জুনত পালন কৰা বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ লক্ষ্য হৈছে শিশু শ্ৰমিকৰ বিৰুদ্ধে বিশ্বব্যাপী আন্দোলন গঢ়ি তোলা। "সকলোৰে বাবে সামাজিক ন্যায় আৰু শিশু শ্ৰমৰ অন্ত!"২০২৩ চনত ই সামাজিক ন্যায় আৰু শিশু শ্ৰম
Read More...

প্ৰভাস, কৃতি ছাননৰ ‘আদিপুৰুষ’ৰ এডভান্স বুকিং আৰম্ভ, ১০,০০০ৰো অধিক টিকট বিক্ৰী

‘আদিপুৰুষ’ৰ হিন্দী সংস্কৰণৰ আগতীয়া বুকিং শনিবাৰৰ পৰা আৰম্ভ হৈছে আৰু খবৰ অনুসৰি প্ৰায় ১০ হাজাৰ হলৰ টিকট বিক্ৰী হৈছে, ইয়াৰে ৬০ শতাংশ বুকিং প্ৰথম দিনৰ বাবে। টি অ’ আইৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বুকিং দুটা বৃহৎ ৰাষ্ট্ৰীয় চিনেমা শৃংখলৰ।
Read More...

অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি প্ৰথম বাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ জয় কৰে; ICCৰ সকলো ট্ৰফী…

দ্য অ’ভেলত অনুষ্ঠিত হোৱা ফাইনেলত ভাৰতক ২০৯ ৰাণত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) লাভ কৰে। ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াই সকলো পুৰুষৰ আই চি চি ট্ৰফী (এদিনীয়া
Read More...

বাথৰুমত গোপন নথি-পত্ৰৰ বাকচ লুকুৱাই ৰখা গুৰুতৰ অভিযোগ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ…

ড’নাল্ড ট্ৰাম্পে নিজৰ বাথৰুমত গোপন নথি-পত্ৰৰ বাকচ ৰাখিছিল, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ! ন্যায় বিভাগৰ মতে, ২০২১ চনৰ জানুৱাৰী মাহত যেতিয়া ট্ৰাম্পে হোৱাইট হাউছ এৰিছিল তেতিয়া তেওঁ পেন্টাগন, চিআইএ, ৰাষ্ট্ৰীয়
Read More...

ইটালীয়ে লাভ কৰিব নতুন ৰাণী ! এই ১৯ বছৰীয়া মডেলগৰাকীয়ে বিশ্বত সৃষ্টি কৰিছে চাঞ্চল্য…

ইটালীয়ে লাভ কৰিব নতুন ৰাণী ! এই ১৯ বছৰীয়া মডেলগৰাকীয়ে বিশ্বত সৃষ্টি কৰিছে চাঞ্চল্য...। ২০০৩ চনত ছুইজাৰলেণ্ডৰ জেনেভাত জন্মগ্ৰহণ কৰিছিল ভিট’ৰিয়া ক্ৰীষ্টিনাৰ। যুৱতীগৰাকী হৈছে চেভয়ৰ ৰাজকুমাৰী। ৰাজকুমাৰ ইমানুৱেল আৰু ক্লটিল্ড ক’ৰোৰ জ্যেষ্ঠ
Read More...

সাংসদ পদৰ পৰা পদত্যাগ ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ…

সাংসদ পদৰ পৰা পদত্যাগ ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ৷ পাৰ্টিগেট কেলেংকাৰীৰ তদন্ত প্ৰতিবেদনৰ পাছতে সাংসদ পদৰ পৰা পদত্যাগ কৰে বৰিছ জনছনে ৷ পাৰ্টিগেট কেলেংকাৰীৰ তদন্তত সংসদক বিপথে পৰিচালিত কৰা আৰু হাউছ অৱ কমনছৰ পৰা দীৰ্ঘদিনীয়া
Read More...

“শকত হৈ গৈছা “! স্বামীক সন্তুষ্ট কৰিবলৈ ৰাছিয়ান মহিলাই নিজকে অনাহাৰে ৰাখি ২২ কেজি ওজন…

বহুতে নিজকে ‘শ্লীম’ কৰি ৰাখিবলৈ চেষ্টা কৰি ডায়েট কৰে। জিমলৈ যায়৷ কিন্তু স্বামীৰ কথাত প্ৰভাৱিত হৈ নিজকে ‘স্লিম’ কৰা এগৰাকী মহিলাই শেষত অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’ল। এক প্ৰতিবেদন
Read More...