Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

বিকশিত ভাৰত বিকশিত উত্তৰ-পূবঃ উত্তৰ-পূবৰ বাবে কি কি প্ৰকল্প উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী…

উত্তৰ-পূবৰ প্ৰগতি আৰু উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক সুদৃঢ়কৰণেৰে ইটানগৰত 'বিকশিত ভাৰত, বিকশিত উত্তৰ-পূৰ্বাঞ্চল' কাৰ্য্যসূচীত মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ ৰেল, পথ, স্বাস্থ্য, গৃহ, শিক্ষা,
Read More...

নৰ্থ ইষ্ট আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত শ্ৰেষ্ঠ খিতাপ গুৱাহাটী বিশ্ববিদ্যালয়লৈ

ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ অধীনত 'ৰয়েল গ্লৱেল ইউনিভাৰ্চিটি' ত অনুষ্ঠিত ৩৭ সংখ্যক উত্তৰ-পূৱ মাণ্ডলিক যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ অৰ্জন কৰিছে। সৰ্বমুঠ ২৫ টা পুৰস্কাৰেৰে শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ সন্মান
Read More...

মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাৰ লেকৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক

চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত মনোমোহা প্ৰাকৃতিক মাৰঙা নামৰ অঞ্চলটো। অঞ্চলটোৰ নৈসৰ্গিক সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছে মাৰঙা নামৰ প্ৰাকৃতিক লেকটোৱে। অৱশ্যে প্ৰচাৰকে ধৰি ৰাজনৈতিক -
Read More...

শ্বিলঙত উদ্বোধন প্ৰথম আন্তৰ্জাতিক জল সন্মিলন !কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ অংশগ্ৰহণ…

শ্বিলঙত উদ্বোধন প্ৰথম আন্তৰ্জাতিক জল সন্মিলন, কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ অংশগ্ৰহণ জল শক্তি মন্ত্ৰালয়, ভাৰত চৰকাৰ আৰু মেঘালয় চৰকাৰ আৰু অংশীদাৰ সংস্থাসমূহৰ সক্ৰিয় সমৰ্থনৰ দ্বাৰা আয়োজিত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় জল সন্মিলন আজি
Read More...

ৰাষ্ট্ৰপতি ভৱনত ‘বিবিধতা কা অমৃত মহোৎসৱ’ত জিলিকিল উত্তৰ-পূবৰ সংস্কৃতি…

ৰাষ্ট্ৰপতি ভৱনত ‘বিবিধতা কা অমৃত মহোৎসৱ’ত জিলিকিল উত্তৰ-পূবৰ সংস্কৃতি ৰাষ্ট্ৰপতি ভৱনত ‘বিবিধতা কা অমৃত মহোৎসৱ’ত জিলিকিল উত্তৰ-পূবৰ সংস্কৃতি। ‘বিবিধতা কা অমৃত মহোৎসৱ’ৰ প্ৰাৰম্ভিক সংস্কৰণত উত্তৰ-পূব ভাৰতৰ বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্যক
Read More...

বিদ্ৰোহীৰ শিবিৰত বিমানেৰে বোমা বৰ্ষণ ম্যানমাৰৰ সেনাৰ ! মিজোৰামত পুনৰ শৰণাৰ্থীৰ অনুপ্ৰৱেশৰ আশংকা…

বিদ্ৰোহীৰ শিবিৰত বিমানেৰে বোমা বৰ্ষণ ম্যানমাৰৰ সেনাৰ , মিজোৰামত পুনৰ শৰণাৰ্থীৰ অনুপ্ৰৱেশৰ আশংকা বৃদ্ধি মিজোৰামত পুনৰ শৰণাৰ্থীৰ অনুপ্ৰৱেশৰ আশংকা বৃদ্ধি পাইছে। কাৰণ ম্যানমাৰ বায়ু সেনাই বিদ্ৰোহীক প্ৰতিহত কৰিবলৈ বিদ্ৰোহীৰ ঘাটি থকা
Read More...

১১সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেলৰ সফল সামৰণিঃ দিল্লীবাসীৰ মনত স্থায়ী প্ৰভাৱ পেলাই অহা বছৰ অধিক…

সংস্কৃতি, সংগীত আৰু আঞ্চলিক বৈচিত্ৰ্যতাৰ তিনিদিনীয়া উদযাপনৰ অন্ত পেলাই দেওবাৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ ১১সংখ্যক সংস্কৰণৰ সফল সমাপ্তি ঘটে। ২২ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত ক্ৰেতা,
Read More...

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, ৰাজ্যত পৰিব প্ৰচণ্ড শীত

সাজু হওক আপুনি। অসমকে ধৰি ৫ৰাজ্যত পৰিব হাৰ কঁপোৱা জাৰ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। ঘন কুঁৱলীয়ে চানি ধৰিব পাঁচখন ৰাজ্য। অসম, মেঘালয়, ছিক্কিম, মধ্যপ্ৰদেশ, উত্তৰাখণ্ডত পৰিব প্ৰচণ্ড শীত!
Read More...

অৱশেষত মণিপুৰী পৰম্পৰাৰে বিয়াত বহিল বলীউডৰ অভিনেতা ৰনদীপ হুডা আৰু লিন লাইশ্ৰম

অভিনেতা ৰণদীপ হুদা আৰু মণিপুৰৰ জীয়াৰী লিন লাইশ্ৰমে দীৰ্ঘ দিনৰ প্ৰেমৰ সম্পৰ্কৰ অন্তত অৱশেষত বিবাহপাশত আবদ্ধ হ'ল। মণিপুৰৰ ইম্ফলত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয় এই যুটিয়ে। ২৮ নৱেম্বৰত
Read More...

কেন্দ্ৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনত উত্তৰ পূৱ ভাৰতত ৰূপায়ন কৰা আঁচনিসমূহৰ অগ্ৰগতিৰ…

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে গুৱাহাটীত উত্তৰ পূৱ ভাৰতৰ ৰাজ্যকেইখনত কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা বৈঠকত বুধবাৰে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী
Read More...