Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ছ’চিয়েল মিডিয়া আৰু তথ্য-প্ৰযুক্তি বিভাগৰ অধ্যক্ষ হিচাপে ,নিযুক্তি ৰাতুল…

আজি গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰাই প্ৰদেশ কংগ্রেছৰ দলৰ ছ'চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ হিচাপে ৰাতুল কলিতাক নিযুক্তি পত্ৰ অৰ্পণ কৰে। শ্ৰীকলিতা ঐতিহ্যমণ্ডিত নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ
Read More...

মৰিগাঁওত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ভয়ানক দুৰ্নীতি…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগত দুৰ্নীতি।মুখ্যমন্ত্ৰী অধীনত থকা লোক নিৰ্মাণ বিভাগত দুৰ্নীতি। মূখ্যমন্ত্ৰী বিভাগত ঠিকাদাৰ ধৰ্মজ্যোতি বৰদলৈ সংঘটিত কৰিছে এই দুৰ্নীতি ।মৰিগাঁওত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ভয়ানক দুৰ্নীতি। পথ নিৰ্মাণৰ
Read More...

২৮গৰাকী পত্নী আৰু ১৩৫টা সন্তানৰ সন্মুখত পুনৰ ৩৭ তম বিবাহ , তাৰ পিছত …

আইপিএছ ৰূপিন শৰ্মাই শ্বেয়াৰ কৰা ভিডিঅ'টোত এজন বৃদ্ধ ব্যক্তিয়ে তেওঁৰ ২৮ গৰাকী পত্নীক ৩৫ টা সন্তানৰ সন্মুখত পুনৰ বিবাহ কৰা দেখা গৈছে। মানুহে ভিডিঅ'টোত ধেমেলীয়া মন্তব্য কৰিছে।
Read More...

অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে আহিবলগীয়া চলচ্চিত্ৰখনৰ মুক্তিৰ বাবে সাজু শ্ৰদ্ধা কাপুৰ

কৰ্মক্ষেত্ৰত, শ্ৰদ্ধাই এতিয়া অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰখনৰ মুক্তিৰ বাবে সাজু হৈছে, যি খন মাৰ্চ 2023 তাৰিখে মুক্তি পাব। বলীউড ডিভা শ্ৰদ্ধা কাপুৰ যি এগৰাকী গৌৰৱান্বিত পৰিৱেশবিদ, তেওঁক প্ৰায়ে সেউজীয়া গ্ৰহ আৰু
Read More...

পৰ্বতঝোৰাত J.F.M.C গঠনক কেন্দ্ৰ কৰি সংবাদমেল

বি টি আৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বনসংমণ্ডলত গঠিত হোৱা J.F.M.C ক কেন্দ্ৰ কৰি এচাম স্বাৰ্থলোভী ব্যক্তিয়ে ভুৱা প্ৰচাৰ চলাই পৰিৱেশ বিঘ্নিত কৰি তোলাৰ বিৰুদ্ধে সংবাদ মেল অনুষ্ঠিত কৰে J.F.M.C.ৰ সভাপতিসকলে।
Read More...

দক্ষিণ কামৰূপ লীগৰ চুড়ান্ত খেল, চেম্পিয়ন শিমলা নৱজ্যোতি যুৱক সংঘ…

দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ বি ডিভিজন আন্তঃ ক্লাব লীগ ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন কালি অনুষ্ঠিত হয়৷ চূড়ান্তখেলত শিমলা নৱজ্যোতি যুৱক সংঘ ফুটবল দলে চেম্পিয়ন হবলৈ সক্ষম হৈছ । সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰতিযোগিতাখনৰ
Read More...

শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আতা সত্ৰৰ ভূমি বেদল হোৱাৰ অভিযোগ….

বিভিন্ন সময়ত সত্ৰৰ মাটি বেদখল হোৱাৰ অভিযোগ উঠাৰ সময়ত বঙাইগাঁও জিলাৰ ৰঙাপানীৰ শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আতা সত্ৰৰ ভূমি বেদল হোৱাৰ অভিযোগ উঠিছে।
Read More...

হাজোৰ বিষ্ণুপুৰত “বহাগী উৎসৱ” উদযাপন

হাজোৰ বিষ্ণুপুৰস্থিত অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান মৰ্ডান ইংলিছ মিডিয়াম হাইস্কুলত দিনযোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে "বহাগী উৎসৱ" উদযাপন । এতিয়া বিহুৰ বতৰ। ৰাজ্যৰ চৌদিশে ৰঙালী বিহু উদযাপনৰ ব্যপক উচ্ছাহ উদ্দীপনা । পিছপৰি থকা নাই তীৰ্থনগৰী হাজো।
Read More...

এইবাৰ পোহৰলৈ আহিছে এচ আই জোনমণি ৰাভাৰ গোপন আখ্যান ..

জিলিকা মানেই সকলো সোণ নহয় । ভাবী স্বামীক জে'ললৈ পঠিয়াই হিৰ' হৈছিল জোনমণি ৰাভা। এইবাৰ পোহৰলৈ আহিছে এচ আই জোনমণি ৰাভাৰ গোপন আখ্যান।
Read More...

বৰপেটা জিলা দিব্যাংগ সন্থা আৰু বজালী জিলা দিব্যাংগ সন্থাৰ যৌথ সংবাদমেল ..

বৰপেটা জিলা দিব্যাংগ সন্থা আৰু বজালী জিলা দিব্যাংগ সন্থাৰ যৌথ সংবাদমেল ।দিব্যাংগ সকলৰ চতুৰ্থ বৰ্গৰ মেৰিট লিষ্টৰ নম্বৰ প্ৰদানত অবিভক্ত বৰপেটা জিলাৰ প্ৰাৰ্থীক বঞ্চিত কৰাৰ অভিযোগ । এই অভিযোগ বৰপেটা জিলা দিব্যাংগ সন্থা আৰু বজালী জিলা দিব্যাংগ
Read More...